Class 9 Maths Question Answer in Assamese | নৱম শ্ৰেণী গণিত সহায়িকা

Class 9 Maths Question Answer in Assamese গণিত সহায়িকা Pdf Download The answer to each chapter is provided in the list so that you can easily browse throughout different chapter NCERT Class 9 Maths Question Answer in Assamese Pdf Download and select needs one.

Join Telegram Groups
Class 9 Maths Solutions in Assamese

NCERT Class 9 Maths Question Answer – নৱম শ্ৰেণী গণিত সহায়িকা

S.L. No.Contents
Chapter 1:সংখ্যা প্ৰণালী
Chapter 2:বহুপদ
Chapter 3:স্থানাংক জ্যামিতি
Chapter 4:দুটা চলকৰ ৰৈখিক সমীকৰণ
Chapter 5:ইউক্লিডৰ জ্যামিতিৰ পৰিচয়
Chapter 6:ৰেখা আৰু কোন
Chapter 7:ত্ৰিভুজ
Chapter 8:চতুৰ্ভুজ
Chapter 9:সমান্তৰিক আৰু ত্ৰিভুজৰ কালি
Chapter 10:বৃত্ত
Chapter 11:অংকন
Chapter 12:হিৰণৰ সূত্ৰ
Chapter 13:পৃষ্ঠকালি আৰু আয়তন
Chapter 14:পৰিসংখ্যা
Chapter 15:সম্ভাৱীতা

গণিতত কিয় এই পৰিবর্তন?

১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ১৯৯২ চনত সংশােধিত তথা কার্যকৰণ আঁচনিয়ে ছাত্র-ছাত্রীৰ ন্যূনতম শিকন পর্যায় নিৰূপণ কৰি সময়ে সময়ে তাৰ খতিয়ান লােৱাৰ পােষকতা কৰিছিল, যাতে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে নির্ধাৰণ কৰা লক্ষ্যত উপনীত হ’ব পাৰে। 

Read Also: Assam Board Class 9 Text Book PDF – নৱম শ্ৰেণী

SEBA Class 9 Question Answer

1. Class 9 Assamese Solutions – অসমীয়া সমাধান

2. Class 9 Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান

3. NCERT Class 9 English – Main Course Solutions

4. Class 9 English – Beehive Solutions

5. NCERT Solutions Class 9 Literature Reader

6. NCERT Solutions Class 9 Moments Supplementary Reader

7. SEBA Class 9 Science Solutions – বিজ্ঞান সমাধান

8. SEBA Class 9 Social Science – সমাজ বিজ্ঞান

9. Class 9 Mathematics Solutions – গণিত সহায়িকা

10. Class 9 Hindi (E) Solutions

11. Class 9 History (E) Solutions – ইতিহাস

12. Class 9 Geography (E) Solutions – ভূগােল

১৯৯২ চনত, প্রাথমিক স্তৰৰ বাবে বিভিন্ন শ্রেণী আৰু বিষয় অনুযায়ীনতম শিকন পর্যায় (Minimum Levels of Learning) সমূহ অহর্তাৰ ভিত্তিত প্রস্তুত কৰি উলিওৱা হৈছিল, যিবােৰৰ মূল্যায়ন আছিল অধিক ফলাফলমুখী আৰু ল’ৰা-ছােৱালীৰ সামগ্রিক বিকাশৰ মান নিৰূপণৰ পৰিসৰ আছিল সীমিত। 

প্রায় এক দশক পূর্বে পাঠ্যক্রম আদান-প্রদানৰ ক্ষেত্ৰত স্বাভাৱিক শিকাৰু হিচাপে ছাত্র-ছাত্রীয়ে নিজাববীয়াকৈ জ্ঞান আহৰণৰ দক্ষতা লাভ কৰে, এই ধাৰণাটোৱে মুখ্য স্থান পায় আৰু এনে শিক্ষাদান প্রক্রিয়াত শিক্ষকসকলে কেৱল সেই জ্ঞান-আহৰণ প্ৰক্ৰিয়াত সহায়কাৰী হিচাপেহে ভূমিকা গ্রহণ কৰে। 

এইদৰে লাভ কৰা জ্ঞান আছিল তেওঁলােকৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে জড়িত হৈ কৰা নিৰীক্ষন, প্রতিক্রিয়া, আৱিষ্কাৰ আৰু তাক অৰ্থৱহ কৰি তােলাৰ ফল। অর্থাৎ শিকন প্রক্রিয়াই হৈছে এনে শিক্ষা পদ্ধতিৰ মূল কেন্দ্র। 

ধাৰণাৰ বােধ জন্মােৱাটো কোনাে এটা বিষয়বস্তুৰ এক অবিৰত প্রক্রিয়া যেনে, কোনাে এটা ধাৰণা স্পষ্ট বা গভীৰতালৈ নিয়া আৰু বিভিন্ন স্তৰত বিভিন্ন কার্যকৌশল আহৰণত এটাৰ লগত আনটোৰ সম্বন্ধ স্থাপন কৰা, বৌদ্ধিক বিকাশৰ অবিচ্ছেদ্য উপাদান হিচাপে আৱেগিক নিয়ন্ত্রণ বা বিকাশ, বিমূর্ত চিন্তাৰ অৰ্থৱহ ধাৰণা প্রতিষ্ঠা আৰু তাক প্রতিফলন কৰা সামর্থৰ বিকাশ আদি।

 বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ অধীনত এক মৌলিক অধিকাৰৰ গৰাকী হিচাপে প্ৰতিগৰাকী শিশুৰ সামগ্রিক বিকাশৰ বাবে প্ৰয়ােজনীয় শিক্ষাৰ অধিকাৰে প্ৰায় সকলােবােৰ শিক্ষানীতি সম্পৰ্কীয় নথিত আগ স্থান পাইছে।

 লিখিত পৰীক্ষাৰ জৰিয়তে আৱেগিক গুণসমূহ সঠিক ৰূপত মূল্যায়ন কৰাটো জটিল, কাৰণ সেইবােৰ বস্তুনিষ্ঠ আৰু বিষয়ভিত্তিক তদপৰি লৰা-ছােৱালীৰ সর্বাঙ্গীন বিকাশত অনিশ্চয়তা থকাৰ লগতে সেইবােৰ ভ্রান্ত ধাৰণা আৰু ব্যক্তিগত প্রাধান্যৰ দ্বাৰা প্ৰভাৱিত হয়। 

নথিখনে ছাত্র-ছাত্রীৰ ব্যক্তিত্ব বিকাশ আৰু পৰিৱৰ্তনক এক অংশ হিচাপেহে বিবেচনা কৰে। কিন্তু ই ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ তথ্য প্রদানৰ অন্তত বিভিন্ন প্রক্রিয়াৰ মাজেৰে আহৰণ কৰা জ্ঞানৰ এক চূড়ান্ত ফলাফল বুলি বিশ্বাস নকৰে। 

উপৰােক্ত পটভূমিৰ আধাৰত সমগ্র প্রক্রিয়াটোৰ পুনৰীক্ষণৰ বাবে সজীৱ সম্ভাৱনীয়তাৰ সৈতে এক কাৰ্যপন্থা হাতত লােৱা হয় আৰু প্রাথমিক স্তৰৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিভিন্ন পাঠ্যক্রমিক বিষয়ৰ বাবে শিকনৰ ফলাফল (learning outcomes) সমূহউদ্ভাৱন কৰি উলিওৱা হয়।

[table “2” not found /]

নথিখনৰ সম্পৰ্কত 

বর্তমান এইনথিখনত প্রাথমিক পর্যায়লৈকে প্ৰতিটো শ্ৰেণীৰ বিভিন্ন বিষয় যেনে—ভাষা, গণিত, পৰিৱেশ অধ্যয়ন, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বাবে শিকনসমূহ সন্নিৱিষ্ট কৰা হৈছে। নথিখনৰ কিছুমান দিশ বা বৈশিষ্ট তলত দাঙি ধৰা হল—

  • বিভিন্ন তথ্য সম্বলিত এই নথিখন সহজসাধ্য কৰি তুলিবৰ বাবে যথাসম্ভৱ সহজ ভাষা প্রয়ােগ কৰা হৈছে। 
  • প্ৰতিটো পাঠ্যক্রমিক সম্বন্ধীয় বিষয়ৰ ভাগসমূহে বিষয়ৰ প্রকৃতি সম্বন্ধে এক চমু আভাস সংযােজন কৰিছে। পৰৱর্তী পর্যায়ত ছাত্ৰ-ছাত্ৰীসকলে স্তৰ অনুযায়ী পাঠ্যক্ৰমৰ আকাংক্ষিত লক্ষ্যত উপনীত হােৱাৰ কথা অৱতাৰণা কৰা হৈছে। 
  • শ্রেণী অনুযায়ী প্রস্তুত কৰা শিকন লক্ষ্যপ্রাপ্তিসমূহ প্রক্রিয়া ভিত্তিক হিচাপে প্ৰস্তুত কৰা হৈছে। ছাত্র ছাত্রীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আগত ৰাখি শিকনৰ ফলাফলসমূহ মূল্যায়ন কৰাৰ অৱকাশ ৰখা হৈছে। 
  • শিক্ষকসকলক পাঠ্যক্ৰমৰ আকাংখিতলক্ষ্য সম্বন্ধে বােধ জন্মাবলৈ আৰু শিকন ফলাফল লাভ কৰিবলৈ কিছুমান পৰামর্শমূলক শিক্ষণ শৈলী উপস্থাপন কৰা হৈছে। 
  • প্ৰাসংগিক সমলৰ ব্যৱহাৰ আৰু যথােপযুক্ত শিক্ষণ-শিকন প্রক্রিয়াৰ প্ৰয়ােগৰ জৰিয়তে শিক্ষকে শ্রেণী কোঠাকে ধৰি (Inclussive Classroom) সুবিধা অনুযায়ী বিভিন্ন পৰিৱেশত বিভিন্ন শিকাৰুৰ ভিন ভিন প্রয়ােজন অনুসৰি পাঠ পৰিকল্পনা কৰি এক বিশেষ শিকন ব্যৱস্থাৰ সুযোেগ প্রদান কৰিব পাৰে। 
  • শিক্ষণ নীতি সম্পৰ্কীয় প্রক্রিয়াসমূহ পৰামর্শমূলক তথা ইংগিতসূচক ৰূপে ব্যাখ্যা কৰা হৈছে আৰু এইসমূহৰ লগত সংলগ্ন শিকননীতিসমূহ এটাৰ সৈতে আনটো মিলি যােৱা নাই, কিন্তু এইবােৰক সামগ্রিকভাৱে নিৰীক্ষণ কৰাৰ অৱকাশ ৰখা হৈছে। 
  • শিক্ষকসকলে সমলৰ পর্যাপ্ততা আৰু স্থানীয় প্রাসঙ্গিকতালৈ লক্ষ্য কৰি ইয়াক গ্রহণ বা সালসলনি কৰিও ব্যৱহাৰ কৰিব পাৰে আৰু নিজেও বহুতাে সংযােজনৰ সহায়ত পৰিকল্পনা কৰিব পাৰে। 
  • এই শিকনপ্রাপ্তিসমূহ বিশেষকৈ লৰা-ছােৱালীৰ বয়সৰ উপযুক্ততা অনুসৰি আৰু পর্যায়ক্রমে পাঠ্যক্ৰমৰ জটিলতা অনুসৰি প্ৰতিটো পাঠ্যক্ৰমত সংযােজন কৰিবলৈ যত্ন কৰা হৈছে।
  • এই শিকন প্রাপ্তিসমূহ সকলাে ল’ৰা-ছােৱালীৰ বাবে একেই; প্ৰতিগৰাকী শিশুৰ ব্যক্তিগত প্রয়ােজনীয়তাৰ সৈতে ইয়াৰ সমতা স্থাপন আৰু ঐক্য-সঙ্গতি অটুট ৰাখিবলৈ প্ৰয়াস কৰা হৈছে। বিভিন্ন কাৰণত বিশেষভাৱে শৈক্ষিক প্রয়ােজন (Special Educational N উদ্ভৱ হয়।

 অক্ষমতাৰ অৱস্থাও এনে এক কাৰণ হ’ব পাৰে। গতিকে দেখা যায় যে তেনে অক্ষম শিশুৰ বিভিন্ন প্রয়ােজন অনুসৰি তেওঁলােকৰ বাবে বিভিন্ন সামগ্রী প্রদানৰ জৰিয়তে শিক্ষা প্রদানৰ ব্যৱস্থা কৰা হয়। 

বিশেষ প্রয়ােজন সম্পন্ন শিশুৰ বাবে প্রয়ােজনীয় কিছুমান সামগ্রী হৈছে— চকা লগােৱা চকী (Wheel chair), লাখুটি আদি খােজকঢ়া বা চলা-ফুৰা কৰাৰ সামগ্রী, শ্ৰৱণ সহায়ক যন্ত্র, দৃষ্টিশক্তি সহায়ক বা অন্যান্য সামগ্রী, শৈক্ষিক সামগ্রী যেনে— টেইলৰ ফ্রেম, এবেকাচ আদিৰ ব্যৱস্থা কৰা আৰু তেওঁলােকৰ প্ৰয়ােজন অনুসৰি শিকন পৰিৱেশ গঢ়ি তােলা, প্রয়ােজন সাপেক্ষে তেওঁলােকক সহায় কৰিবৰ বাবে আন ল’ৰা-ছােৱালীক উৎসাহিত কৰা, শিকন প্রক্রিয়াত তেওঁলােকৰ অংশগ্রহণ নিশ্চিত কৰা আদি। 

শিকনপ্রাপ্তিৰ লক্ষ্যত উপনীত হােৱাৰ ক্ষেত্ৰত বিশেষ প্রয়ােজন সম্পন্ন শিশুৰ বাবে আৰু কিছুমান দিশ বা ব্যৱস্থাৱলী তলত উল্লেখ কৰা হ’ল। 

  • সফলভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অতিৰিক্ত সময় আৰু উপযুক্ত পৰিৱেশৰ ব্যৱস্থা কৰা। | প্রয়ােজন সাপেক্ষে পাঠ্যক্রম সালসলনি কৰা আৰু বিশেষ শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা। 
  • বয়স আৰু শিকন পর্যায়ৰ লগত খাপ খােৱাকৈ সুলভ আৰু সহজ পাঠ্যপুথি আৰু অন্যান্য শিকন। সামগ্ৰীৰ ব্যৱস্থা কৰা। ভিডিঅ’ আদি তথ্য প্রযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা অতিৰিক্ত সহায়ৰ ব্যৱস্থা কৰা। 
  • তেনে ল’ৰা-ছােৱালীৰ ঘৰুৱা ভাষা আৰু সামাজিক-সাংস্কৃতিক ৰীতিনীতি সম্পর্কীয় কার্যাৱলীক সন্মান জন্মােৱা।
  • এটা নির্দিষ্ট পাঠক্রমৰ শিকন প্রাপ্তি/লক্ষ্যসমূহৰ প্ৰতিটো শাখাত বিভিন্ন বিশেষ প্রয়ােজন সম্পন্ন শিশুৰ বাবে শিকন প্রয়ােজনীয়তা সম্পর্কে কিছুমান অতিৰিক্ত বিষয়ভিত্তিক নির্দেশনা উল্লেখ কৰা হৈছে। 

বৌদ্ধিকভাৱে বাধাগ্রস্ত শিশুৱে আহৰণ কৰিবলগীয়া শিকন প্রাপ্তিসমূহ প্রয়ােজন সাপেক্ষে শিথিল হ’ব পাৰে। ছে আমাৰ দেশৰ শৈক্ষিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ সাফল্যমণ্ডিত কৰাত উদ্ভৱ হ’ব পৰা আঞ্চলিক বৈসাদৃশ্য দূৰ কৰাৰ মানসেৰে লােৱা এটি প্রচেষ্টা। 

ৰাজ্যসমূহে এই শিকনপ্রাপ্তি বা শিকন লক্ষ্যসমূহ নিজৰ প্ৰয়ােজন আৰু প্ৰসংগক্রমে গ্রহণ বা সাল সলনি কৰিব পাৰিব। বিদ্যালয়ৰ শ্ৰেণীসমূহত শিশুৰ শিকন অগ্রগতিৰ নিৰীক্ষণৰ সুযােগ-সুবিধা প্রদান কৰাত বিদ্যালয় শিক্ষাৰ লগত জড়িত নিম্ন পর্যায়ৰ পৰা উচ্চ পর্যায়লৈকে সকলাে ব্যক্তিৰ বাবে এই নথি ব্যৱহাৰযােগ্য হ’ব বুলি আশা কৰা হ’ল। 

Also, you can read NCERT book online in these sections Solutions by Expert Teachers as per NCERT (CBSE) Book guidelines. These solutions are part of NCERT All Subject Solutions. Here we have given Class 8 NCERT Textbook Solutions for All Subject, You can practice these here…

Students Practice These NCERT Solutions

The concepts covered in the syllabus of Class 9 Maths Solutions in Assamese গণিত সহায়িকা and prepare a proper preparation strategy. It’s merely impossible to score well in All Subject by simply reading and memorizing the concepts.

You can find yourself a bit lost with all the material being thrown at you on a subject that you are still getting acquainted with. The four branches within this subject are quite a handful, so Dev Library has some great resources that can help you sail your way through 8th All Subject.

Answering All Subject questions is a challenge and it can be hard to come up with the perfect answer. One needs to know how to frame an answer that is to the point and accurate.

Benefits of Students Practice This solution

Students having trouble in solving tough Social All Subject problems can refer the Class 8th ncert All Subject solutions for better guidance and quick doubt clearance. Our experts have provided Class 8th  solutions for in a well-structured format.

Class 9 Maths Question Answer in Assamese – গণিত সহায়িকা

The students are advised to analyze all the concepts covered in the syllabus of Class 9 Maths Solutions in Assamese and prepare a proper preparation strategy. It’s merely impossible to score well in All Subject by simply reading and memorizing the concepts.

The students are suggested to practice these NCERT Class 9 Maths Solutions in Assamese – গণিত সহায়িকা Pdf Download NCERT Class 9 Maths Solutions in Assameseon a regular basis to develop a strong understanding of basic concepts. The importance of All Subject solutions class 8 is that it provides the students with an advantage over the others as most of the questions in CBSE exams are taken directly from these textbooks.

Disclaimer:- Dev Library is not the owner of the books and neither it creates books. We just provide the links of the book for the rural and poor students who don’t afford to buy books. Those E-Books and Pdfs are already available on the internet. For any reason, if someone thinks that I’m violating any laws or if anyone has any issues regarding this, please feel free to Contact Us.

Class 9 All Solutions

SOME IMPORTANT LINK
CLASS 1 - 12 All NCERT SOLUTIONS
ALL NCERT BOOK - ENGLISH, HINDI, ASSAMESE
NCERT PAPER, IIT JEE, NEET ALL SOLUTIONS
SCIENCE REFRENCES BOOK - COLLAGE, UNIVERSITY
ARTS REFRENCES BOOK - COLLAGE, UNIVERSITY
COMMERCE&FINANCE REFRENCES - COLLAGE, UNIVERSITY
D.EL.ED BOOK - ENGLISH, HINDI, ASSAMESE
ALL NOVEL AND BIOGRAPHY BOOK - ENGLISH, HINDI, BENGALI, ASSAMESE
ALL COMPETITIVE EXM BOOK
SOME SOCIAL GALLERY
RIDDLE
SOME SELECTED BOOK YOU MUST READ
AMAZON BEST SELLER BOOK

1 thought on “Class 9 Maths Question Answer in Assamese | নৱম শ্ৰেণী গণিত সহায়িকা”

  1. Piercing y Tatuajes en Santiago

    whoah this weblog is magnificent i like reading your articles.
    Stay up the good work! You recognize, lots of individuals are looking round for this information, you could aid them greatly.

Leave a Reply

error: Content is protected !!
Scroll to Top