SEBA Class 9 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন

SEBA Class 9 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Solutions for All Subject, You can practice these here.

পৃষ্ঠকালি আৰু আয়তন

Chapter – 13

MCQ

1. এটা ঘনকৰ বাহু ‘l’ ইয়াৰ মুঠ পৃষ্ঠ কালি–

(a) 4l²

(b) 6l²

(c) 3l²

(d) 8l²

উত্তৰঃ (b) 6l²

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

2. 2 চে.মি. ব্যাসার্দ্ধ আৰু 7 চে.মি. দীঘ (উচ্চতা) বিশিষ্ট চুঙাকৃতিৰ কেলিড’স্ক’প এটাৰ বক্ৰ পৃষ্ঠৰ কালি হ’ল–

(a) 88

(b) 44

(c) 98

(d) 99

উত্তৰঃ (a) 88

3. 14cm ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি–

(a) 661cm²

(b) 166cm²

(c) 576cm²

(d) 616cm²

উত্তৰঃ (d) 616cm²

4. এটা ঘনকৰ বাহু ‘।’ ঘনকটোৰ পার্শ্বপৃষ্ঠৰ কালি হ’ব–

(a) 4l²

(b) 5l²

(c) 3l²

(d) 2l²

উত্তৰঃ (a) 4l²

5. এটা বেলনৰ ভূমিৰ ব্যাসার্ধ আৰু উচ্চতা ক্রমে 7cm আৰু 14cm। ইয়াৰ মুঠ পৃষ্ঠাকালি হ’ব–

(a) 462cm²

(b) 426cm²

(c) 924cm²

(d) 942cm²

উত্তৰঃ (c) 924cm²

6. এটা গোলকৰ পৃষ্ঠকালিৰ অনুপাত 16:49। ইয়াৰ ব্যাসার্ধৰ অনুপাত হ’ব–

(a) 7 : 4

(b) 4 : 7

(c) 8 : 24.5

(d) 24.5 : 8

উত্তৰঃ (b) 4 : 7

7. এটা অর্ধগোলকৰ ব্যাসার্দ্ধ 7 চে.মি. হ’লে ইয়াৰ মুঠ পৃষ্ঠকালি হ’ব–

(a) 462cm²

(b) 624cm²

(c) 308cm²

(d) 44cm²

উত্তৰঃ (c) 308cm²

8. এটা ঘনকৰ মুঠ পৃষ্ঠকালি 96cm²। ঘনকটোৰ আয়তন–

(a) 8cm³

(b) 512cm³

(c) 64cm³

(d) 27cm³

উত্তৰঃ (c) 64cm³

9. এটা লম্ববৃত্তাকাৰ শংকুৰ ব্যাসার্ধ 5cm আৰু হেলনীয়া উচ্চতা 13cm হ’লে, শংকুটোৰ উচ্চতা কিমান?

(a) 8 চে.মি.

(b) 14 চে.মি.

(c) 6 চে.মি.

(d) 12 চে.মি.

উত্তৰঃ (d) 12 চে.মি.

10. যদি এটা লম্ব বৃত্তাকাৰ শংকুৰ ব্যাসার্ধ 4 চে.মি. আৰু হেলনীয়া উচ্চতা 5 চে.মি., তেন্তে আয়তন হ’ব–

(a) 48 π cm³

(b) 32 π cm³

(c) 16 π cm³

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) 16 π cm³

11. এটা ঘনকৰ এখন পৃষ্ঠৰ কালি আৰু মুঠ পৃষ্ঠকালিৰ অনুপাত হ’ব–

(a) 1 : 3

(b) 3 : 1

(c) 1 : 6

(d) 6 : 1

উত্তৰঃ (c) 1 : 6

12. এটা গোলকৰ ব্যাসার্ধ 5m.। তেন্তে অর্ধগোলকটোৰ আয়তন হ’ব–

(a) 282m³

(b) 283m³

(c) 299m³

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) 283m³

13. 14cm উচ্চতাৰ এটা লম্ব বৃত্তাকাৰ বেলনৰ বক্তপৃষ্ঠ কালি 88cm²। ইয়াৰ ভূমি তলৰ ব্যাস হ’ব–

(a) 2cm.

(b) 3cm.

(c) 4cm.

(d) 6cm.

উত্তৰঃ (a) 2cm.

14. এটা গোটা গোলকৰ মুঠ পৃষ্ঠকালি আৰু গোটা অর্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ অনুপাত হ’ব–

(a) 4 : 3

(b) 1 : 9

(c) 3 : 1

(d) 1 : 27

উত্তৰঃ (a) 4 : 3

15. এটা ঘনকৰ এখন পিঠিৰ পৰিসীমা 40 cm.। ঘনকটোৰ আয়তন হ’ব–

(a) 1600 চে.মি.³

(b) 1000 চে.মি.³

(c) 800 চে.মি.³

(d) 160 চে.মি.³

উত্তৰঃ (b) 1000 চে.মি.³

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top