ARTS

বিশ্ব বাণিজ্য সংস্থা -  উদ্দেশ্য, কাৰ্যাৱলী, গঠন, বাণিজ্য আলোচনা, বৰ্তমান সময়ৰ | World Trade Organisation, Objectives, Functions, Organized, Trade Negotiations

বিশ্ব বাণিজ্য সংস্থা –  উদ্দেশ্য, কাৰ্যাৱলী, গঠন, বাণিজ্য আলোচনা, বৰ্তমান সময়ৰ | World Trade Organisation, Objectives, Functions, Organized, Trade Negotiations

বিশ্ব বাণিজ্য সংস্থা –  উদ্দেশ্য, কাৰ্যাৱলী, গঠন, বাণিজ্য আলোচনা, বৰ্তমান সময়ৰ – World Trade Organisation, Objectives, Functions, Organized, Trade Negotiations, WTO

বিশ্ব বাণিজ্য সংস্থা –  উদ্দেশ্য, কাৰ্যাৱলী, গঠন, বাণিজ্য আলোচনা, বৰ্তমান সময়ৰ | World Trade Organisation, Objectives, Functions, Organized, Trade Negotiations Read More »

বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অনুষ্ঠান, এছিয়ান আন্তঃগাঁথনিৰ বিনিয়োগ বেংক | World Bank - International Financial Institute, Asian Infrastructure Investment Bank (AIIB)

বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অনুষ্ঠান, এছিয়ান আন্তঃগাঁথনিৰ বিনিয়োগ বেংক | World Bank – International Financial Institute, Asian Infrastructure Investment Bank (AIIB)

বিশ্ব বেংক – উদ্দেশ্য কাৰ্যাৱলী, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অনুষ্ঠান, এছিয়ান আন্তঃগাঁথনিৰ বিনিয়োগ বেংক – World Bank – Objectives, Functions, International Financial

বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অনুষ্ঠান, এছিয়ান আন্তঃগাঁথনিৰ বিনিয়োগ বেংক | World Bank – International Financial Institute, Asian Infrastructure Investment Bank (AIIB) Read More »

ভাৰতবৰ্ষৰ চৰকাৰী নীতি আৰু ৰাষ্ট্ৰ - সংজ্ঞা, প্ৰকৃতি, গুৰুত্ব, আৰ্থনৈতিক সংস্কাৰ - Public Policy and State of India - Definition, Nature, Importance, Economic Reform

ভাৰতবৰ্ষৰ চৰকাৰী নীতি আৰু ৰাষ্ট্ৰ – সংজ্ঞা, প্ৰকৃতি, গুৰুত্ব, আৰ্থনৈতিক সংস্কাৰ | Public Policy and State of India

ভাৰতবৰ্ষৰ চৰকাৰী নীতি আৰু ৰাষ্ট্ৰ – সংজ্ঞা, প্ৰকৃতি, গুৰুত্ব, আৰ্থনৈতিক সংস্কাৰ – Public Policy and State of India – Definition,

ভাৰতবৰ্ষৰ চৰকাৰী নীতি আৰু ৰাষ্ট্ৰ – সংজ্ঞা, প্ৰকৃতি, গুৰুত্ব, আৰ্থনৈতিক সংস্কাৰ | Public Policy and State of India Read More »

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা, সাম্প্ৰতিক কালীন পৰিঘটনা - What is Socialism? Characteristics, Types, Economic liberalization and current events

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা | What is Socialism? Types, Characteristics

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা, সাম্প্ৰতিক কালীন পৰিঘটনা – What is Socialism? Characteristics, Types, Economic

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা | What is Socialism? Types, Characteristics Read More »

সামাজিক আন্দোলন কি? উৎপত্তি,  বৈশিষ্ট্য, ভূমিকা, সামাজিক আন্দোলনসমূহ | What is Social Movement?

সামাজিক আন্দোলন কি? উৎপত্তি, বৈশিষ্ট্য, ভূমিকা, সামাজিক আন্দোলনসমূহ | What is Social Movement?

সামাজিক আন্দোলন কি? উৎপত্তি, বৈশিষ্ট্য, ভূমিকা, সামাজিক আন্দোলনসমূহ | What is Social Movement? Origin, Characteristics, Role, Social Movements সমাজবিজ্ঞানৰ বিভিন্ন বিষয়সমূহ

সামাজিক আন্দোলন কি? উৎপত্তি, বৈশিষ্ট্য, ভূমিকা, সামাজিক আন্দোলনসমূহ | What is Social Movement? Read More »

স্বার্থগোষ্ঠী - অৰ্থ, সংজ্ঞা, প্ৰকাৰ, গুৰুত্ব, ভূমিকা, প্রভাৱগোষ্ঠী আৰু স্বাৰ্থগোষ্ঠীৰ মাজত থকা পার্থক্যসমূহ, প্ৰভাৱ | Pressure Group - Definition, Types, Roles, Difference between Interest Group and Pressure Group, Impact স্বাৰ্থগোষ্ঠীৰ অৰ্থ (Meaning of Interest Groups) স্বার্থগোষ্ঠীসমূহে যিকোনো ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাধাৰণতে স্বাৰ্থগোষ্ঠী হৈছে এক ব্যক্তি বিশেষৰ সমষ্টি যিয়ে ৰাজহুৱা নীতিক প্রভাৱিত কৰে। এই গোটবোৰৰ কিছুমান বিশেষ স্বার্থ থাকে যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কার্যকলাপসমূহ ৰূপায়ণ কৰে, যেতিয়া কোনো এটা গোটে কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে কাম কৰে। সেই গোটকে স্বার্থগোষ্ঠী বুলি কোৱা হয়। সংজ্ঞা (Definition) আলমণ্ড আৰু পাৱেলৰ মতে, "স্বার্থগোষ্ঠী হৈছে কিছুমান স্বেচ্ছাসেৱী ব্যক্তিৰ সমষ্টি, যিয়ে কিছুমান বিশেষ বাধ্যবাধকতাৰ লগত সংযুক্ত হৈ থাকে আৰু যিয়ে এই বাধ্যবাধকতাৰ প্রতি সচেতন। এই গোটসমূহে বিশেষ ব্যৱস্থাৰ ভিতৰত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক স্বার্থক প্রতিনিধিত্ব কৰে।” স্কেফাৰ আৰু লামৰ মতে, “স্বাৰ্থগোষ্ঠী হৈছে স্বেচ্ছামূলক কিছুমান নাগৰিকৰ দ্বাৰা গঠিত গোট যিয়ে সামাজিক নীতিসমূহ প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে।" ডেভিদ ট্ৰুমেন মতে, “স্বাৰ্থগোষ্ঠী হৈছে একপ্ৰকাৰৰ সামূহিক মানসিকতা যিটোৱে চৰকাৰৰ অনুষ্ঠানৰ জৰিয়তে চৰকাৰৰ ওচৰত বিশেষ দাবী জনাব পাৰে।" সমাজতত্ত্বৰ ব্লেকৱেল অভিধানৰ মতে, “স্বাৰ্থগোষ্ঠী হৈছে এটা সংগঠন যাৰ উদ্দেশ্য হৈছে সমাজৰ ৰাজনৈতিক শক্তিৰ বিতৰণ আৰু ব্যৱহাৰক প্ৰভাৱিত কৰা।” স্বাৰ্থগোষ্ঠীৰ প্ৰকাৰ (Types of Interest Groups) স্বাৰ্থগোষ্ঠীসমূহ ৰাষ্ট্ৰ এখনৰ সামাজিক, ৰাজনৈতিক আৰু আন কাৰকৰ ওপৰত ভিত্তি কৰি গঠিত হয়। ইয়াৰ প্ৰকাৰসমূহ হৈছে- (ক) সাংগঠনিক অথবা বৃত্তিমুখী স্বার্থগোষ্ঠী: এই গোটবোৰ ব্যক্তিগত স্বাৰ্থৰ লগত জড়িত। এই গোটৰ সদস্যসকলে তেওঁলোকৰ ব্যক্তিগত স্বার্থসমূহক লৈ একলগ হোৱা দেখা যায়। তেওঁলোক সমাজৰ এটা অংশক প্রতিনিধিত্ব কৰে, যেনে- শ্রমিক শ্রেণী, উপভোক্তা শ্রেণী ইত্যাদি। (খ) বাণিজ্যিক স্বার্থগোষ্ঠী: এইটো যিকোনো ৰাজনৈতিক ব্যৱস্থাত থকা এটা ডাঙৰ স্বাৰ্থগোষ্ঠী। ভাৰতৰ ক্ষেত্ৰত তেওঁলোকে ঘাইকৈ পৰিকল্পনা আয়োগ আৰু অর্থনৈতিক মন্ত্রালয়ৰ সৈতে জড়িত আৰু এইবোৰক বাণিজ্যিক স্বার্থসমূহক সুৰক্ষিত ৰখা আৰু ৰূপায়ণৰ বাবে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে। (গ) কাৰণ সম্পৰ্কীয় স্বার্থগোষ্ঠী: এই প্ৰকাৰৰ স্বাৰ্থগোষ্ঠীয়ে সমাজৰ এটা বিশেষ অংশৰ স্বাৰ্থক প্রতিনিধিত্ব কৰে। এইটো হৈছে এটা ধনাত্মক অর্থনৈতিক গোষ্ঠী আৰু সমাজৰ কল্যাণৰ বাবে এটা বিশেষ কাৰণৰ ওপৰত গুৰুত্ব আৰোগ কৰে। (ঘ) ভাষিক স্বার্থগোষ্ঠী: এই স্বার্থগোষ্ঠীসমূহ আমাৰ সমাজত বহু ভাষাৰ প্রচলনৰ বাবে উদ্ভৱ হৈছে। গোটেই দেশৰ বিভিন্ন ভাষিক মানুহৰ স্বাৰ্থৰ বিভিন্নতাক প্রতিনিধিত্ব কৰি এই গোটবোৰ গঠিত হৈছে। সাধাৰণতে প্রত্যেক গুৰুত্বপূৰ্ণ ভাষাৰেই তেওঁলোকৰ নিজা স্বাৰ্থগোষ্ঠী থাকে, যেনে- অসমীয়া ভাষী মানুহৰ বাবে অসম সাহিত্য সভা, বড়োসকলৰ বাবে বড়ো সাহিত্য সভা ইত্যাদি। (ঙ) ধর্মীয় স্বার্থগোষ্ঠী: এই প্ৰকাৰৰ গোষ্ঠী এটা বিশেষ ধৰ্মৰ স্বাৰ্থক সুৰক্ষা আৰু পৰিপূৰ্ণতা প্রদান কৰাৰ কাৰণে গঠিত হয়। এই গোটবোৰৰ ধৰ্মীয় মতামত আৰু কাৰ্যকলাপসমূহ সম্প্ৰদায়ৰ প্ৰতি দায়ৱদ্ধ আৰু এইবোৰৰ স্বার্থসমূহৰ উন্নয়ন আৰু সংস্কাৰৰ ওপৰত নজৰ দিয়ে। আন ভাষাত ক'বলৈ হ'লে ই তেওঁলোকৰ সদস্যসকলক সুৰক্ষা প্রদান কৰে আৰু উন্নয়নত সহায় কৰে। (চ) জনজাতীয় স্বার্থগোষ্ঠী: এই প্ৰকাৰ স্বাৰ্থগোষ্ঠী জনজাতীয় লোকসকলৰ স্বাৰ্থৰ লগত জড়িত। তেওঁলোকে তেওঁলোকৰ গোষ্ঠীটোক সংৰক্ষণ আৰু স্বার্থসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে চৰকাৰৰ পৰা তেওঁলোকৰ গোষ্ঠীটোৱে যাতে বেছি ৰাজনৈতিক তথা আর্থ-সামাজিক মুনাফা লাভ কৰিব পাৰে তাৰেই চেষ্টা কৰে। তেওঁলোকৰ নিজা বিশেষ পৰিচয় থাকে। স্বাৰ্থগোষ্ঠীৰ গুৰুত্ব (Importance of Interest Group) ১। প্ৰতিনিধিত্ব: ই বিশেষ গোট বা ব্যক্তিৰ স্বাৰ্থ ৰক্ষা কৰে আৰু তেওঁলোকৰ মাত চৰকাৰৰ ওচৰলৈ নিয়াৰ কাম কৰে। ২। নীতি প্ৰভাৱ: ই নীতি-নিয়ন্ত্ৰণকাৰীসকলক লবিং (lobbying) ৰ মাধ্যমেৰে প্ৰভাৱিত কৰে আৰু তেওঁলোকক সঠিক তথ্য প্ৰদান কৰে। ৩। সজাগতা বৃদ্ধি: ই জনসাধাৰণক গুৰুত্বপূর্ণ বিষয়ে সজাগ কৰি ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰে। ৪। চেক আৰু বেলেঞ্চ: চৰকাৰৰ ক্ষমতা সীমিত কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সঠিকতা ৰক্ষা কৰিবলৈ সহায় কৰে। ৫। গৱেষণা আৰু জ্ঞান প্রদান: সঠিক নীতি নিৰ্ধাৰণৰ বাবে তথ্য আৰু গৱেষণা প্ৰদান কৰে। সাধাৰণতে, প্ৰযুক্তি গোটবোৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, বা পৰিৱেশগত ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতত ৰাজহুৱা নীতি গঠনত (Public Policy) প্ৰযুক্তি গোট (Interest Group) ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে চৰকাৰৰ সিদ্ধান্ত প্ৰভাৱিত কৰে, বিশেষ স্বাৰ্থৰ পক্ষ সমৰ্থন কৰে আৰু জনমত সংগঠিত কৰে। ভাৰতবৰ্ষত চৰকাৰী নীতি নিৰ্ধাৰণত স্বাৰ্থগোষ্টীৰ ভূমিকা (Role of Interest Groups in Shaping Public Policy in India) ১। লবিং আৰু পক্ষসমৰ্থন: প্ৰযুক্তি গোটসমূহ বিধায়ক, চৰকাৰী বিষয়াসকলৰ লগত মতবিনিময় কৰি নিজৰ স্বাৰ্থৰ পক্ষে নীতি প্ৰভাৱিত কৰে। উদাহৰণ: FICCI (Federation of Indian Chambers of Commerce & Industry) আৰু CII (Confederation of Indian Industry) য়ে ভাৰতৰ অৰ্থনীতি আৰু উদ্যোগ নীতি প্ৰভাৱিত কৰে। ২। জনমত সংগঠিত কৰা: গণ-সচেতনতা, প্ৰতিবাদ, স্বাক্ষৰ অভিযান আদিৰ জৰিয়তে নীতি পৰিৱৰ্তনৰ দাবী জনায়।উদাহৰণ: নর্মদা বচাও আন্দোলন (Narmada Bachao Andolan) য়ে পৰিৱেশ আৰু পুনৰৱাস নীতিৰ ওপৰত প্ৰভাৱ পেলাইছিল। ৩। আইন প্ৰস্তুতি আৰু চৰকাৰক সহায়: প্ৰযুক্তি গোটে চৰকাৰক নিৰ্দিষ্ট সমস্যাৰ ওপৰত গৱেষণা-ভিত্তিক পৰামৰ্শ দিয়ে।উদাহৰণ: কৃষক সংগঠনসমূহে কৃষি আইন সম্পৰ্কে চৰকাৰক পৰামৰ্শ আগবঢ়াই। ৪। বিচাৰ ব্যবস্থাত প্ৰভাৱ: কেতিয়াবা প্ৰযুক্তি গোটসমূহে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতত জনস্বাৰ্থ বিষয়টো (PIL) দাখিল কৰে। উদাহৰণ: PUCL (People’s Union for Civil Liberties) য়ে মৌলিক অধিকাৰ সম্পৰ্কীয় বহু আইনগত আন্দোলন কৰিছে। প্রভাৱগোষ্ঠী আৰু স্বাৰ্থগোষ্ঠীৰ মাজত থকা পার্থক্যসমূহ:(Difference between Interest Group and Pressure Group) প্ৰভাৱগোষ্ঠী স্বাৰ্থগোষ্ঠী চৰকাৰ বা নীতি-নিৰ্ধাৰকক চাপ প্ৰয়োগ কৰি নিজৰ স্বাৰ্থসিদ্ধিৰ চেষ্টা কৰা গোষ্ঠী। কোনো নিৰ্দিষ্ট গোট বা ক্ষেত্ৰৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কাম কৰা গোষ্ঠী। চৰকাৰী নীতি-নিৰ্ধাৰণ প্ৰভাৱিত কৰা। কোনো গোট বা সংগঠনৰ স্বাৰ্থক আগবঢ়োৱা। প্ৰতিবাদ, ধৰ্মঘট, বিক্ষোভ, PIL, লবিং। চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে স্বাৰ্থ আগবঢ়োৱা। কৃষক সংগঠন (AIKS), পৰিবেশ আন্দোলন (Narmada Bachao Andolan), মজদুৰ ইউনিয়ন। ব্যৱসায়িক সংগঠন (FICCI, CII), চিকিৎসক সংগঠন (IMA - Indian Medical Association)। সাধাৰণতে নিৰপেক্ষ, কিন্তু কেতিয়াবা ৰাজনৈতিক দলৰ সমৰ্থক হয়। ৰাজনৈতিক দল বা চৰকাৰৰ লগত সঘনাই সম্পৰ্ক ৰাখে। স্বাৰ্থগোষ্ঠীৰ প্ৰভাৱ (Influence of interest groups) স্বাৰ্থ গোষ্ঠী (Interest Group) কোনো বিশেষ স্বাৰ্থ, মতবাদ, বা লক্ষ্য আগুৱাই নিয়াৰ উদ্দেশ্যে গঠিত হয়। সমাজ, ৰাজনীতি, আৰু অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত এই স্বাৰ্থ গোষ্ঠীসমূহৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকে।ইয়াৰ দুটা প্ৰভাৱ দেখা যায়; ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ। তলত এই দুটা প্ৰভাৱক চমুকৈ উল্লেখ কৰা হ'ল- স্বাৰ্থগোষ্ঠীৰ ইতিবাচক প্ৰভাৱ (Positive influence of interest groups) ১। সমাজৰ উপকাৰী নীতি গঠনত সহায় কৰে। ২। জনসাধাৰণৰ সমস্যা চৰকাৰলৈ নিবেদন কৰে। ৩। পৰিৱেশ, স্বাস্থ্য, শিক্ষা আদিৰ উন্নতিৰ বাবে চৰকাৰক সহায় কৰে। স্বাৰ্থগোষ্ঠীৰ নেতিবাচক প্ৰভাৱ (Negative influence of interest groups) ১। বৃহৎ ব্যৱসায়িক গোষ্ঠী আৰু ৰাজনৈতিক সংগঠনসমূহে চৰকাৰী নীতি নিজৰ স্বাৰ্থত বাওঁ-সোঁ কৰে। ২। কেতিয়াবা নীতি প্ৰণয়ন কেৱল প্ৰভাৱশালী ধনী গোষ্ঠীৰ হিতসাধনৰ বাবে হয়। ৩। কেতিয়াবা বিক্ষোভ, বন্ধ আৰু অস্থিৰতা সৃষ্টি হয়, যিয়ে দেশৰ অৰ্থনীতিৰ ক্ষতি কৰে। সামৰণি (Conclusion) স্বাৰ্থগোষ্ঠী সমাজৰ এক বিশেষ অংশ, যি নিৰ্দিষ্ট স্বাৰ্থ আৰু লক্ষ্যৰ আধাৰত গঠিত হয়। এনে গোষ্ঠীবোৰ ব্যক্তিগত, আৰ্থিক, ৰাজনৈতিক বা সামাজিক স্বাৰ্থৰ বাবে সংগঠিত হৈ ক্ৰিয়াশীল থাকে। স্বাৰ্থগোষ্ঠীয়ে বহু ক্ষেত্ৰত সমাজৰ নীতি-নিৰ্বাচন আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ সহায়ত কিছুমান গোষ্ঠীয়ে নিজৰ লক্ষ্য সফল কৰি তুলিব পাৰিলেও, কেতিয়াবা ই সামগ্ৰিক সমাজৰ উন্নয়নত বাধা সৃষ্টি কৰিব পাৰে। সেয়ে, স্বাৰ্থগোষ্ঠীৰ প্ৰভাৱ সুসংগঠিত আৰু ন্যায়সংগত হোৱাটো সমাজৰ সুস্থ বিকাশৰ বাবে অত্যাৱশ্যক।

স্বার্থগোষ্ঠী – অৰ্থ, সংজ্ঞা, প্ৰকাৰ, গুৰুত্ব, ভূমিকা | Pressure Group – Definition, Types, Roles and Impact

স্বার্থগোষ্ঠী – অৰ্থ, সংজ্ঞা, প্ৰকাৰ, গুৰুত্ব, ভূমিকা, প্রভাৱগোষ্ঠী আৰু স্বাৰ্থগোষ্ঠীৰ মাজত থকা পার্থক্যসমূহ, প্ৰভাৱ – Pressure Group – Definition, Types,

স্বার্থগোষ্ঠী – অৰ্থ, সংজ্ঞা, প্ৰকাৰ, গুৰুত্ব, ভূমিকা | Pressure Group – Definition, Types, Roles and Impact Read More »

চৰকাৰী নীতি কি? সংজ্ঞা, প্ৰাসংগিকতা, বৈশিষ্ট্য, ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণৰ মুখ্য নিৰ্ধাৰক | What is Public Policy? Definition, Relevance, Models, Roles

চৰকাৰী নীতি কি? সংজ্ঞা, প্ৰাসংগিকতা, বৈশিষ্ট্য, ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণৰ মুখ্য নিৰ্ধাৰক | What is Public Policy? Definition, Relevance, Models, Roles

চৰকাৰী নীতি কি? সংজ্ঞা, প্ৰাসংগিকতা, বৈশিষ্ট্য, ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণৰ মুখ্য নিৰ্ধাৰক, আৰ্হি, চৰকাৰী নীতি গ্ৰহণত বিভিন্ন মন্ত্ৰালয়ৰ ভূমিকা –

চৰকাৰী নীতি কি? সংজ্ঞা, প্ৰাসংগিকতা, বৈশিষ্ট্য, ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণৰ মুখ্য নিৰ্ধাৰক | What is Public Policy? Definition, Relevance, Models, Roles Read More »

ৰাজনৈতিক অর্থনীতি কি? কাৰক, উদ্দেশ্য, ভাৰতৰ ৰাজনৈতিক অর্থনীতি, ঐতিহাসিক পর্যায় | What is Political Economy? Causes, Purpose, Objectives, Political Economy in India, Historical Context

ৰাজনৈতিক অর্থনীতি কি? কাৰক, উদ্দেশ্য, ভাৰতৰ ৰাজনৈতিক অর্থনীতি, ঐতিহাসিক পর্যায় | What is Political Economy?

ৰাজনৈতিক অর্থনীতি কি? কাৰক, উদ্দেশ্য, ভাৰতৰ ৰাজনৈতিক অর্থনীতি, ঐতিহাসিক পর্যায় | What is Political Economy? Causes, Purpose, Objectives, Political Economy

ৰাজনৈতিক অর্থনীতি কি? কাৰক, উদ্দেশ্য, ভাৰতৰ ৰাজনৈতিক অর্থনীতি, ঐতিহাসিক পর্যায় | What is Political Economy? Read More »

ভাৰতত নীতি প্ৰণয়ন প্ৰক্ৰিয়া, সংসদ, লোকসভা ৰাজ্যসভা, মন্ত্ৰী পৰিষদ, পঞ্চশীল নীতি | Policy Making Process in India

ভাৰতত নীতি প্ৰণয়ন প্ৰক্ৰিয়া, সংসদ, লোকসভা ৰাজ্যসভা, মন্ত্ৰী পৰিষদ, পঞ্চশীল নীতি | Policy Making Process in India

ভাৰতত নীতি প্ৰণয়ন প্ৰক্ৰিয়া, সংসদ, লোকসভা ৰাজ্যসভা, মন্ত্ৰী পৰিষদ, পঞ্চশীল নীতি | Policy Making Process in India, Parliament, Lok Sabha,

ভাৰতত নীতি প্ৰণয়ন প্ৰক্ৰিয়া, সংসদ, লোকসভা ৰাজ্যসভা, মন্ত্ৰী পৰিষদ, পঞ্চশীল নীতি | Policy Making Process in India Read More »

আন্তর্জাতিক মুদ্রা নিধি - পটভূমি, উদ্দেশ্য, কাৰ্য, সফলতা আৰু বিফলতাসমূহ - International Monetary Fund (IMF) – Background, Objectives, Functions, Successes, and Failures

আন্তর্জাতিক মুদ্রা নিধি – উদ্দেশ্য, কাৰ্য, সফলতা আৰু বিফলতাসমূহ | IMF – Objectives, Functions, Successes, and Failures

আন্তর্জাতিক মুদ্রা নিধি – পটভূমি, উদ্দেশ্য, কাৰ্য, সফলতা আৰু বিফলতাসমূহ – International Monetary Fund (IMF) – Background, Objectives, Functions, Successes,

আন্তর্জাতিক মুদ্রা নিধি – উদ্দেশ্য, কাৰ্য, সফলতা আৰু বিফলতাসমূহ | IMF – Objectives, Functions, Successes, and Failures Read More »

ভৌগোলিক অখণ্ডতা - ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ উদয় হোৱাৰ কাৰণসমূহ | Territoriality - Concept, Origin, Reasons for the emergence of Territoriality

ভৌগোলিক অখণ্ডতা – ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ উদয় হোৱাৰ কাৰণসমূহ | Territoriality – Concept, Origin, Reasons for the emergence of Territoriality

ভৌগোলিক অখণ্ডতা – ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ  উদয় হোৱাৰ কাৰণসমূহ, অখণ্ডতাৰ প্ৰকাৰসমূহ, বৰ্তমান সময়ত অখণ্ডতা – Territoriality – Concept, Origin, Reasons for

ভৌগোলিক অখণ্ডতা – ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ উদয় হোৱাৰ কাৰণসমূহ | Territoriality – Concept, Origin, Reasons for the emergence of Territoriality Read More »

সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব | Definition, History, Types, Characteristics, Sovereignty in India

সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব | Definition, History, Types, Characteristics, Sovereignty in India

সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব – What is Sovereignty? Definition, History, Types, Characteristics, Sovereignty in India অৰ্থ

সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব | Definition, History, Types, Characteristics, Sovereignty in India Read More »

বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা

বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা, চিন্তাবিদসকল, নব্য-উদাৰতাবাদ, নব্য-মার্ক্সবাদ | Realism and Neo-Realism, Thinkers, Neoliberalism, Neo marxism

বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা, চিন্তাবিদসকল, নব্য-উদাৰতাবাদ, নব্য-মার্ক্সবাদ – Realism and Neo-Realism, Thinkers, Neoliberalism, Neo marxism বাস্তৱবাদৰ মূল ধাৰণা (Concept of

বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা, চিন্তাবিদসকল, নব্য-উদাৰতাবাদ, নব্য-মার্ক্সবাদ | Realism and Neo-Realism, Thinkers, Neoliberalism, Neo marxism Read More »

পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ - বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি | Nuclear Weapons Proliferation, Indian Nuclear Policy

পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি | Nuclear Weapons Proliferation, Indian Nuclear Policy

পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি, সমালোচনা – Nuclear Weapons Proliferation, Present Debate, Indian Nuclear Policy

পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি | Nuclear Weapons Proliferation, Indian Nuclear Policy Read More »

প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ | What is Migration? Definition, Nature, Causes, Impact, Govt. Policy on Migration

প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ | What is Migration? Definition, Nature, Causes, Impact, Govt. Policy on Migration

প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ – What is Migration? Definition, Nature, Causes, Impact, Govt. Policy

প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ | What is Migration? Definition, Nature, Causes, Impact, Govt. Policy on Migration Read More »

আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ | International Terrorism - Definition, Causes, Class, Charactertics

আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ | International Terrorism – Definition, Causes, Class, Characteristics

আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ, ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ সম্পৰ্কত গ্ৰহণ কৰা ব্যৱস্থাৱলীসমূহ | What

আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ | International Terrorism – Definition, Causes, Class, Characteristics Read More »

Scroll to Top