Kader Khan Biography | কাদেৰ খানৰ জীৱনী
কাদেৰ খান (Kader Khan) এজন খ্যাতনামা, প্ৰতিভাশালী ভাৰতীয় -কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক আছিল। তেওঁ জীৱনত ৩০০ৰো অধিক হিন্দী ছবিত অভিনয় কৰি বলিউডৰ আকাশত উজ্জ্বল স্থান দখল কৰিছিল। ৰাজেশ খান্নাৰ দাগ ছবিৰ জৰিয়তে […]