SEBA Class 9 Mathematics MCQ Chapter 14 পৰিসংখ্যা

SEBA Class 9 Mathematics MCQ Chapter 14 পৰিসংখ্যা Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 14 পৰিসংখ্যা Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 14 পৰিসংখ্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 14 পৰিসংখ্যা Solutions for All Subject, You can practice these here.

পৰিসংখ্যা

Chapter – 14

MCQ

1. 4, 11, 5, 8, 12 ৰ মাধ্য হ’ব-

(a) 18 

(b) 8

(c) 9 

(d) 15

উত্তৰঃ (b) 8

2. 11, 12, 14, 17, 20, 27 ৰ মধ্যমা হ’ব-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) 30/2

(b) 31/2

(c) 33/2

(d) 35/2

উত্তৰঃ (b) 31/2

3. বাৰংবাৰতা তালিকাত সঞ্চয়ী বাৰংবাৰতা কাৰ বাবে উপযোগী হয়-

(a) মাধ্য।

(b) মধ্যমা। 

(c) বহুলক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) মধ্যমা।

4. তলৰ কোনটো লেখৰ সহায়ত নিৰ্ণয় কৰিব নোৱাৰি।

(a) মধ্যমা।

(b) মাধ্য।

(c) বহুলক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) মাধ্য।

5. তথ্যখিনিৰ প্ৰসাৰ উলিওৱাঃ 7, 47, 42, 95, 42, 96, 2 

(a) 6

(b) 94

(c) 71

(d) 84

উত্তৰঃ (b) 94

6. এখন বাৰংবাৰতা বিভাজনৰ এটা শ্ৰেণীৰ শ্ৰেণীসূচক 20। যদি শ্ৰেণীৰ দৈর্ঘ্য 6 হয়, তেন্তে শ্ৰেণীটোৰ নিম্নসীমা হ’ব-

(a) 16 

(b) 17

(c) 18

(d) 19

উত্তৰঃ (b) 17

7. প্রথম 5 টা মৌলিক সংখ্যাৰ মাধ্য হ’ব- 

(a) 5.0 

(b) 5.4

(c) 5.6

(d) 5.8

উত্তৰঃ (c) 5.6

8. x + 77, x + 7, x + 5, x + 3 আৰু x – 2 ৰ মাধ্য হ’ব-

(a) x + 12 

(b) x + 15

(c) x + 17

(d) x + 18

উত্তৰঃ (d) x + 18

9. 5 টা সংখ্যাৰ মাধ্য 30। যদি তাৰ পৰা এটা সংখ্যা বাদ দিয়া হয়, তেন্তে মাধ্য হয়গৈ 29। বাদ দিয়া সংখ্যাটো হ’ব-

(a) 30

(b) 32

(c) 34

(d) 36 

উত্তৰঃ (c) 34

10. 10, 15, x, 5, 15 ৰ মাধ্য 15। x ৰ মান হ’ব- 

(a) 25

(b) 30

(c) 45 

(d) 35

উত্তৰঃ (b) 30

11. 4, 3, 4, 5, 12, 7, 7, 6, 7 তথ্যৰ মধ্যমা হ’ব- 

(a) 3

(b) 4

(c) 5 

(d) 6

উত্তৰঃ (d) 6

12.  20, 19, 14, 15, 16, 15, 14, 15, 18, 19, 14, 15, 18, 15 ৰ বহুলক হ’ব-

(a) 14 

(b) 15

(c) 16 

(d) 18 

উত্তৰঃ (b) 15

13. 13 টা সংখ্যাৰ মাধ্য 24। যদি প্রত্যেক সংখ্যাৰ লগত ও যোগ কৰা হয়, তেন্তে নতুন মাধ্য হ’ব- 

(a) 21

(b) 24

(c) 27

(d) 30

উত্তৰঃ (c) 27

14. প্রথম 10 টা অযুগ্ম সংখ্যাৰ মাধ্য হ’ব- 

(a) 10

(b) ৪

(c) 9

(d) 11 

উত্তৰঃ (a) 10

15. প্রথম 10 টা স্বাভাবিক সংখ্যাৰ মধ্যমা হ’ব- 

(a) 5

(b) 5.5

(c) 6

(d) 6.5

উত্তৰঃ (b) 5.5

16. তলৰ তথ্যখিনিৰ x ৰ কি মানৰ বাবে বহুলক 9 হব- 5, 8, 9, 3, 9, 8, 7, 6, 8,9, x, 4 

(a) 7 

(b) 8 

(c) 9 

(d) 6

উত্তৰঃ (c) 9

17. 1, 2, 3, 4, 5x ৰ মাধ্য হ’ব-

(a) 3 

(b) 5

(c) x + 2 

(d) 5x + 1

উত্তৰঃ (c) x + 2

18. 5, 10, 15, P, 20, 35, 40 ৰ মধ্য 21 হ’লে, P ৰ মান হ’ব-

(a) 18

(b) 22

(c) 25 

(d) 30

উত্তৰঃ (b) 22

19. উচ্চতম মান নির্ণয় কৰা যদি প্ৰসাৰ 4 আৰু নিম্নতম মান 82 

(a) 60

(b) 76

(c) 120 

(d) 82

উত্তৰঃ (c) 120

20. 90 – 120 শ্রেণী অন্তৰালৰ শ্ৰেণী সূচক হয়- 

(a) 90 

(b) 105

(c) 115 

(d) 120

উত্তৰঃ (b) 105

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top