⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 9 Mathematics MCQ Chapter 15 সম্ভাৱিতা

SEBA Class 9 Mathematics MCQ Chapter 15 সম্ভাৱিতা Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 15 সম্ভাৱিতা Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 15 সম্ভাৱিতা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 15 সম্ভাৱিতা Solutions for All Subject, You can practice these here.

সম্ভাৱিতা

Chapter – 15

MCQ

1. এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা-

(a) 0

(b) 1

(c) 1 তকৈ ডাঙৰ।

(d) 1 তকৈ সৰু।

উত্তৰঃ (c) 1 তকৈ ডাঙৰ।

2. এটা ঘটনাৰ নুন্যতম সম্ভাৱিতা হ’ব-

(a) 0

(b) 1

(c) -1

(d) 2

উত্তৰঃ (a) 0

3. এটা ঘনক আকাৰৰ লুডু গুটি মাৰি পঠিয়ালে কিমানটা ফলাফল পাব পাৰি।

(a) 2

(b) 3

(c) 4

(d) 6

উত্তৰঃ (d) 6

4. যদি দুটা পাশাগুটি একেলগে উৎক্ষেপন কৰা হয়, তেন্তে মুঠ ফলাফলৰ সংখ্যা হ’ব-

(a) 4

(b) 6

(c) 12

(d) 36

উত্তৰঃ (d) 36

5. এটা মুদ্রা 100 বাৰ উৎক্ষেপন কৰা হ’ল আৰু তাৰ পৰা 63 বাৰ মুণ্ড পোৱা গ’ল। এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ’ব-

(a) 6.3

(b) 0.63

(c) 63.0

(d) 6.3

উত্তৰঃ (b) 0.63

6. নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ’ব-

(a) 0

(b) 1

(c) -1

(d) 100

উত্তৰঃ (b) 1

7. এযোৰ ভালদৰে মিহলোৱা তাচ পাতৰ পৰা এখন কার্ড লোৱা হ’ল।

(a) 3/36

(b) 1/26

(c) 5/26

(d) 1/16

উত্তৰঃ (b) 1/26

8. যদি P(E) = 0.44 তেন্তে P(E নহয়ৰ) হ’ব-

(a) 0.44

(c) 0.50

(b) .55

(d) 0.56

উত্তৰঃ (d) 0.56

9. এটা ঘটনাৰ সর্বোচ্চ সম্ভাৱিতা হ’ব-

(a) 0

(b) 2

(c) 1

(d) -1

উত্তৰঃ (c) 1

10. এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হ’ল। 6তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ব-

(a) 0

(b) 1

(c) 1/6

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) 0

11. এটা লুডু গুটি মাৰি পঠিওৱা হ’ল। তাৰ পৰা 1 আৰু 5 পোৱাৰ সম্ভাৱিতা হ’ব–

(a) 1/6 

(b) 2/3 

(c) 1/3 

(d) 1/2 

উত্তৰঃ (c) 1/3 

12. যেতিয়া দুটা মুদ্রা একেলগে টচ্ কৰা হয়, তেতিয়া খুৱ বেছি এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ’ব–

(a) 1/2 

(b) 3/4 

(c) 4/3

(d) -3/4 

উত্তৰঃ (b) 3/4 

13. আটাইবোৰ সম্ভাৱিতাৰ সমষ্টি হ’ব–

(a) 0

(b) 1

(c) (a) আৰু (b) উভয়ে।

(d) 1 আৰু 0 ৰ মাজৰ।

উত্তৰঃ (b) 1

14. এটা লুডুগুটি মাৰি পঠিয়ালে তাৰ পৰা 3তকৈ সৰু অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কি?

(a) 1/6 

(b) 1/3 

(c) 1/2 

(d) 0

উত্তৰঃ (a) 1/6 

15. 1, 2, 3, ……… 15ৰ পৰা এটা সংখ্যা যাদৃচ্ছিকভাৱে বাছিনি কৰা হ’ল। সংখ্যাটো 4ৰ গুণিতক হোৱাৰ সম্ভাৱিতা–

(a) 4/15 

(b) 2/15

(c) 1/5 

(d) 1/3 

উত্তৰঃ (c) 1/5 

16. তলৰ কোনটো কোনো ঘটনাৰ সম্ভাৱিতা হ’ব নোৱাৰে।

(a) 2/3 

(b) -1/6 

(c) 0

(d) 1

উত্তৰঃ (b) -1/6 

17. এটা বাকেটত 4টা সেউজীয়া আৰু 2টা ৰঙা বল আছে। তাৰ পৰা এটা বল ল’লে, বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কি?

(a) 1/2 

(b) 1/3 

(c) 1/5 

(d) 1/6 

উত্তৰঃ (b) 1/3 

18. এজন বলাৰে 30 টা বলৰ 6টা boundary কোবালে। তেওঁ boundary নকোবোৱাৰ সম্ভাৱিতা হ’ব–

(a) 1/5 

(b) 2/5 

(c) 3/5 

(d) 4/5 

উত্তৰঃ (d) 4/5 

19. যেতিয়া এটা লুডুগুটি মাৰি পঠিওৱা হয়, তেন্তে তাৰ পৰা 4তকৈ সৰু অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান?

(a) 1/6 

(b) 1/3 

(c) 1/2 

(d) 0

উত্তৰঃ (b) 1/3 

20. এটা লুডুগুটি 300 বাৰ মাৰি পঠিওৱা হ’ল আৰু তাৰ পৰা 153 বাৰ অযুগ্ম সংখ্যা পোৱা গ’ল। তেন্তে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ব–

(a) 174/300

(b) 147/300

(c) 147/153

(d) 153/300

উত্তৰঃ (b) 147/300

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top