SEBA Class 9 Mathematics MCQ Chapter 1 সংখ্যা প্ৰণালী

SEBA Class 9 Mathematics MCQ Chapter 1 সংখ্যা প্ৰণালী Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 1 সংখ্যা প্ৰণালী Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 1 সংখ্যা প্ৰণালী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 1 সংখ্যা প্ৰণালী Solutions for All Subject, You can practice these here.

সংখ্যা প্ৰণালী

Chapter – 1

MCQ

1. π হ’ল—

(a) এটা পৰিমেয় সংখ্যা।

(b) এটা অপৰিমেয় সংখ্যা।

(c) এটা পূৰ্ণ সংখ্যা।

(d) এটা অখণ্ড সংখ্যা।

উত্তৰঃ (b) এটা অপৰিমেয় সংখ্যা।

2. 2 আৰু 3 ৰ মাজত এটা পৰিমেয় সংখ্যা হ’ল—

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) 20/16

(b) 30/16 

(c) 40/16

(d) 50/16

উত্তৰঃ (c) 40/16

3. তলত কোনটো পৰিমেয় সংখ্যা?

(a) √3

(b) √23

(c) √81

(d) √75

উত্তৰঃ (c) √81

4. তলত কোনযোৰ সংখ্যা সহ মৌলিক।

(a) 6 আৰু 8

(b) 14 আৰু 21

(c) 18 আৰু 35

(d) 39 আৰু 65

উত্তৰঃ (c) 18 আৰু 35

5. 5√20/(6√125) = ?

(a) √5

(b) 1/5

(c) 1/3

(d) 1/2

উত্তৰঃ (c) 1/3

6. যদি n এটা স্বাভাৱিক সংখ্যা, তেন্তে √n হ’ব—

(a) সদায় এটা স্বাভাৱিক সংখ্যা।

(b) সদায় এটা পৰিমেয় সংখ্যা।

(c) সদায় এটা অপৰিমেয় সংখ্যা।

(d) কেতিয়াবা স্বাভাৱিক সংখ্যা আৰু কেতিয়াবা অপৰিমেয় সংখ্যা।

উত্তৰঃ (d) কেতিয়াবা স্বাভাৱিক সংখ্যা আৰু কেতিয়াবা অপৰিমেয় সংখ্যা।

7. (100)° ৰ মান—

(a) 1

(b) 10

(c) 100

(d) 1000

উত্তৰঃ (a) 1

8. সংখ্যাৰেখাত (1 – √3) থাকিব।

(a) 0 আৰু – 1ৰ মাজত।

(b) 1 আৰু 2ৰ মাজত।

(c) 0 আৰু 1 ৰ মাজত।

(d) – 1 আৰু 0 -2 ৰ মাজত।

উত্তৰঃ (a) 0 আৰু – 1ৰ মাজত।

9. তলৰ পৰিমেয় সংখ্যাটো হ’ব?

(a) 5

(b) π

(c) 2/7

(d) 2 – √3+√3

উত্তৰঃ (b) π

10. 1/7 আৰু 2/7 ৰ মাজত এটা পৰিমেয় সংখ্যা হ’ল—

(a) 1/24

(b) 2/21

(c) 5/14

(d) 5/21

উত্তৰঃ (d) 5/21

11. √2 আৰু √3 ৰ মাজত এটা পৰিমেয় সংখ্যা হ’ল—

(a) 1.9

(b) √2.√3/(2)

(c) 1.5

(d) 1.8

উত্তৰঃ (c) 1.5

12. 8¹/³ ৰ মান হ’ল—

(a) 3

(b) 1/3

(c) 2

(d) 1/2 

উত্তৰঃ (d) 1/2

13. (27/125) ৰমান—

(a) 3/5

(b) 5/3

(c) – 3/5

(d) – 5/3

উত্তৰঃ (b) 5/3

14. তলৰ কোনটো সত্য

(a) প্ৰতিটো অপৰিমেয় সংখ্যাই একোটা বাস্তৱ সংখ্যা।

(b) প্ৰতিটো বাস্তৱ সংখ্যাই একোটা অপৰিমেয় সংখ্যা।

(c) প্ৰতিটো বাস্তৱ সংখ্যাই একোটা পৰিমেয় সংখ্যা।

(d) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ য’ত m এটা স্বাভাৱিক সংখ্যা।

উত্তৰঃ (a) প্ৰতিটো অপৰিমেয় সংখ্যাই একোটা বাস্তৱ সংখ্যা।

15. 2 আৰু 2.5 ৰ মাজত অপৰিমেয় সংখ্যাটো হ’ব–

(a) √11

(b) √5

(c) √22.5

(d) √12.5

উত্তৰঃ (b) √5

16. 1/500 ৰ দশমিক আৰ্হি হ’ব—

(a) 0.002

(b) 0.02

(c) 0.2

(d) 0.005

উত্তৰঃ (a) 0.002

17. তলৰ কোন সংখ্যাই অসমাপ্ত আৰু পুনৰাবৃত্তি দেখুৱাই

(a) 39/24

(b) 3/16

(c) 3/11

(d) 137/25

উত্তৰঃ (c) 3/11

18. তলৰ কোনটো অপৰিমেয় সংখ্যা।

(a) 0.15

(d) 0.4014001400014……

উত্তৰঃ (d) 0.4014001400014……

19. 15√15 ক 3√3 ৰে হৰণ কৰিলে পোৱা ভাগফল নিৰ্ণয় কৰা।

(a) 5√3

(b) 3√5

(c) 5√5

(d) 3√3

উত্তৰঃ (c) 5√5

20. তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়।

(a) √2

(b) √3

(c) √4

(d) √5

উত্তৰঃ (c) √4

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top