SEBA Class 9 Mathematics MCQ Chapter 6 ৰেখা আৰু কোন

SEBA Class 9 Mathematics MCQ Chapter 6 ৰেখা আৰু কোন Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 6 ৰেখা আৰু কোন Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 6 ৰেখা আৰু কোন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 6 ৰেখা আৰু কোন Solutions for All Subject, You can practice these here.

ৰেখা আৰু কোন

Chapter – 6

MCQ

1. এটা ত্রিভুজৰ কোণ কেইটাৰ অনুপাত হ’ল, 2:3 : 4। ইয়াৰ আটাইতকৈ ডাঙৰ কোনটোৰ মাপ হ’ব-

(a) 80°

(b) 60°

(c) 100°

(d) 90°

উত্তৰঃ (a) 80°

2. ত্রিভুজৰ তিনিওটা কোণৰ যোগফল হ’ব-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) এক সমকোণ।

(b) তিনি সমকোণ।

(c) দুই সমকোণ।

(d) চাৰি সমকোণ।

উত্তৰঃ (c) দুই সমকোণ।

3. যদি l || m আৰু । ছেদক হয় যাতে ছেদকৰ একেফালৰ অন্তঃকোণদ্বয় 2x° আৰু 3x°, তেন্তে Xৰ মান হ’ব-

(a) 72°

(b) 90°

(c) 108°

(d) 36°

উত্তৰঃ (d) 36°

4. দুটা সম্পূৰক কোণৰ যোগফল-

(a) 180°

(b) 90°

(c) 360°

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) 90°

5. চিত্রত, যদি angle AOC = 50° তেন্তে (∠AOD+COB)ৰ মান-

(a) 100°

(b) 140°

(c) 260°

(d) 130°

উত্তৰঃ (c) 260°

6. তলৰ কোনবোৰ এটা ত্ৰিভুজৰ কোণ নহয়?

(a) 45°, 45°,  90°

(b) 60°, 30°, 90°

(c) 60°, 60°, 60°

(d)  40°, 50°, 100°

উত্তৰঃ (d)  40°, 50°, 100°

7. চিত্রতঃ POQ এটা ৰেখা। Xৰ মান হ’ব-

(a) 25

(b) 20

(c) 30

(d) 35

উত্তৰঃ (b) 20

8. এটা চতুর্ভূজৰ তিনিটা কোণ ক্ৰমে 110 ^ 0 40 deg আৰু 50 deg। তেন্তে চতুর্থ কোণটো হ’ব-

(a) 160°

(b) 120°

(c) 180°

(d) 170°

উত্তৰঃ (a) 160°

9. l || m আৰু PQ ছেদক। যদি EM আৰু FL ক্রমে একান্তৰ কোন দুটাৰ সমদ্বিখণ্ডক, তেন্তে EM আৰু FL হ’ব-

(a) সমান ৰেখা।

(b) সমান্তৰাল ৰেখা।

(c) কটাকটি কৰা ৰেখা।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) সমান্তৰাল ৰেখা।

10. দুটা পূৰক কোণৰ যোগফল-

(a) 90°

(b) 180°

(c) 360°

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) 90°

11. তলৰ কোনযোৰ কোণ অনুৰূপ কোণ নহয়?

(a) ∠3, ∠7

(b) ∠1, ∠5

(c) ∠3, ∠5

(d) ∠2, ∠6

উত্তৰঃ (c) ∠3, ∠5

12. সমবাহু ত্রিভুজৰ প্ৰতিটো কোণৰ মাপ হ’ব—

(a) 30°

(b) 45°

(c) 90°

(d) 60°

উত্তৰঃ (d) 60°

13. এটা সৰল কোণ-

(a) 90° সমান।

(b) 180° ৰ সমান।

(c) মাপ° আৰু 90° ৰ মাজত।

(d)  90° তকৈ ডাঙৰ কিন্তু 180° তকৈ সৰু।

উত্তৰঃ (b) 180° ৰ সমান।

14. চিত্ৰতঃ l আৰু m ৰেখা দুডাল সমান্তৰাল, তেতিয়া, x =

(a) 85°

(b) 65°

(c) 45°

(d) 20°

উত্তৰঃ (c) 45°

15. যদি এটা ত্ৰিভুজৰ এটা কোণ আন দুটা কোণৰ সমষ্টিৰ সমান তেন্তে ত্রিভুজটো হ’ব-

(a) এটা সমদ্বিবাহু ত্রিভুজ।

(b) এটা সমকোণী ত্রিভুজ।

(c) এটা সমবাহু ত্রিভুজ।

(d) এটা বৃহৎকোণী ত্রিভুজ।

উত্তৰঃ (b) এটা সমকোণী ত্রিভুজ।

16. এটা ত্রিভুজৰ কোণ কেইটাৰ অনুপাত হ’ল, 1:5 : 3 । ইয়াৰ আটাইতকৈ সৰু কোণটোৰ মাপ হ’ব-

(a) 20°

(b) 30°

(c) 60°

(d) 100°

উত্তৰঃ (a) 20°

17. চিত্রত AB||CD, Xৰ মান হ’ব-

(a) 35°

(b) 60°

(c) 40°

(d) 75°

উত্তৰঃ (d) 75°

18. এটা ত্ৰিভুজৰ বহিঃস্থ কোণটো ৪০° আৰু ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ অনুপাত 1 : 3 হ’লে, অন্তঃকোণ দুটাৰ মাপ হ’ব-

(a) 20°, 60°

(b) 30°, 90°

(c) 40°, 120°

(d) 30°, 60°

উত্তৰঃ (a) 20°, 60°

19. চিত্রতঃ ∠ABCৰ মাপ হ’ব-

(a) 20°

(b) 60°

(c) 80°

(d) 100°

উত্তৰঃ (c) 80°

20. দুটা কোণৰ যোগফল 180 deg হ’লে তাক কোৱা হয়-

(a) পূৰক কোণ।

(b) বিপ্রতীপ কোণ।

(c) সন্নিহিত কোণ।

(d) সম্পূৰক কোণ।

উত্তৰঃ (d) সম্পূৰক কোণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top