SEBA Class 9 Mathematics MCQ Chapter 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ

SEBA Class 9 Mathematics MCQ Chapter 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ Solutions for All Subject, You can practice these here.

দুটা চলকযুক্ত ৰৈখিক সমীকৰণ

Chapter – 4

MCQ

1. y = 5 সমীকৰণটোক দুটা চলক সমীকৰণ হিচাপে লিখিব পাৰি।

(a) 1.x + 1.y=5

(b) 0.x +0.y=5 

(c) 1.x +0.y=5

(d) 0.x + 1.y=5

উত্তৰঃ (d) 0.x + 1.y=5

2. মূলবিন্দু আৰু (3, – 3) বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ হ’ল-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) x + y = 0

(b) xy = 0

(c) x = y

(d) x = 3

উত্তৰঃ (a) x + y = 0

3. তলৰ কোনটো সমীকৰণৰ লেখ মূলবিন্দুৰে যাব?

(a) x + 10 = 0

(b) y = 7

(c) 2x + 3y = 0

(d) x + y = 0

উত্তৰঃ (d) x + y = 0

4. তলৰ কোনটো 2x + y = 7 সমীকৰণটোৰ এটা সমাধান?

(a) (1,7)

(b) (3,1)

(c) (1,3)

(d) (7,0)

উত্তৰঃ (b) (3,1)

5. দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা টানিব পাৰি?

(a) 1

(b) 5

(c) 3

(d) 7

উত্তৰঃ (a) 1

6. x = 3 আৰু y = -2, 4mx – 3y = 12 সমীকৰণটো সমাধান হ’লে, mৰ মান হ’ব-

(a) 0

(b) 1/2 

(c) 2

(d) 3

উত্তৰঃ (b) 1/2

7. x + 2y = 2 সমীকৰণৰ লেখটোৱে y-অক্ষক কাটিব?

(a) (2,0)

(b) (0, 2)

(c) (0, 1)

(d) (1, 1)

উত্তৰঃ (c) (0, 1)

8. দুজন ল’ৰাৰ বয়সৰ সমষ্টি 48। এই উক্তিটো প্রতিপন্ন কৰাৰ বাবে এটা দুটা চলকৰ (x, আঐৰু y) ৰৈখিক সমীকৰণ লিখা।

(a) x – y = 48

(b) x + y = 48

(c) 2x + y = 48

(d) x + 2y = 48

উত্তৰঃ (b) x + y = 48

9. এটা সমীকৰণ লিখা যিয়ে (3, 5) বিন্দুৰে যায় আৰু X অক্ষৰ সমান্তৰাল হয়।

(a) x = 5

(b) y = 5

(c) x = 3

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) y = 5

10. দুটা অংক বিশিষ্ট সংখ্যাৰ একক আৰু দহক স্থানৰ অংক দুটা y আৰু x, সংখ্যাটো হ’ব-

(a) 10x + y

(b) 10y+x

(c) x + y

(d) xy

উত্তৰঃ (a) 10x + y

11. তলৰ কোনটো সমীকৰণৰ লেখডাল মূল বিন্দুৰে যাব?

(a) y = 2x + c

(b) y = 2x

(c) y = 2x – c

(d) y = -2x + c

উত্তৰঃ (b) y = 2x

12. -2x + y – 7 = 0 ৰেখাডালে y অক্ষক কটা বিন্দুটো –

(a) (0,7) বিন্দুত।

(b) (7,0) বিন্দুত।

(c) (7, 7) বিন্দুত।

(d) (-7, -7) বিন্দুত।

উত্তৰঃ (a) (0, 7) বিন্দুত।

13. y-অক্ষৰ ওপৰত থকা যি কোনো এটা বিন্দুৰ আর্হি হ’ব-

(a) (x, y)

(b) (x, 0)

(c) (0, y)

(d) (0,0)

উত্তৰঃ (c) (0, y)

14. দুটা চলক যুক্ত ৰৈখিক সমীকৰণ এটাৰ-

(a) এটা অদ্বিতীয় সমাধান।

(b) কোনো সমাধান নাই।

(c) দুটা সমাধান।

(d) অসীম সংখ্যক সমাধান থাকে।

উত্তৰঃ (d) অসীম সংখ্যক সমাধান থাকে।

15. তলৰ কোনযোৰ x-y = 1 সমীকৰণৰ সমাধান?

(a) (1, 2)

(b) (1, 1)

(c) (2, 1)

(d) (2, 0)

উত্তৰঃ (c) (2, 1)

16. y-অক্ষৰ সমীকৰণটো হ’ব-

(a) y = 0

(b) x = 0

(c) x = y

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) x = 0

17. এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুন। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলক যুক্ত ৰৈখিক সমীকৰণ গঠন কৰা। (ইয়াত এখন টোকা বহীৰ দীম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা।

(a) x= 2y

(b) x + 2y = 0

(c) 2x = y

(d) x – 2y = 0

উত্তৰঃ (a) x = 2y

18. দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা টানিব পাৰি?

(a) 1

(b) 2

(c) 3

(d) অসীম সংখ্যক।

উত্তৰঃ (a) 1

19. x + y = 0 সমীকৰণটোৰ সমাধান কিমানটা?

(a) 1

(b) 2

(c) 4

(d) অসীম।

উত্তৰঃ (d) অসীম।

20. তলৰ কোনটো ৰৈখিক সমীকৰণ নহয়?

(a) 3x = 4

(b) x – 2y = 6

(c) 2x² – 4x + 3 = 0

(d) x = y

উত্তৰঃ (c) 2x² – 4x + 3 = 0

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top