SEBA Class 9 Mathematics MCQ Chapter 3 স্থানাংক জ্যামিতি

SEBA Class 9 Mathematics MCQ Chapter 3 স্থানাংক জ্যামিতি Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 3 স্থানাংক জ্যামিতি Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 3 স্থানাংক জ্যামিতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 3 স্থানাংক জ্যামিতি Solutions for All Subject, You can practice these here.

স্থানাংক জ্যামিতি

Chapter – 3

MCQ

1. তলৰ কোনটো বিন্দু x-অক্ষৰ ওপৰত নাই?

(a) (0,2)

(b) (0, 0)

(c) (2,0)

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) (0,2)

2. (3,4) বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) -1 একক।

(b) -3 একক।

(c) -4 একক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) -4 একক।

3. অনুভূমিক ৰেখা ডালক কোৱা হয়-

(a) y – অক্ষ।

(b) x – অক্ষ।

(c) মূল বিন্দু।

(d) প্রথম চ’ক।

উত্তৰঃ (b) x – অক্ষ।

4. যদি x ঋণাত্মক আৰু y ধনাত্মক, তেন্তে (x, y) বিন্দুটো বৰ্গকৰ-

(a) ২য় চ’কত।

(b) ১ম চ’কত।

(c) চতুর্থ চ’কত।

(d) তৃতীয় চ’কত।

উত্তৰঃ (a) 2য় চ’কত।

5. যদি A (5, 1) B (0, 2) C (3,0) D (- 1, 0) বিন্দুবোৰ লেখ কাকতত সংস্থাপন কৰা হয়, তেন্তে y অক্ষৰ ওপৰত থকা বিন্দুটো হ’ব-

(a) মাত্র B

(b) মাত্র A

(c) B আৰু C

(d) C আৰু D

উত্তৰঃ (a) মাত্র B

6. (-2, 0) বিন্দুটো থাকিব-

(a) y-অক্ষৰ ঋণাত্মক দিশত।

(b) x-অক্ষৰ ধনাত্মক দিশত।

(c) x-অক্ষৰ ঋণাত্মক দিশত।

(d) y-অক্ষৰ ধনাত্মক দিশত।

উত্তৰঃ (c) x-অক্ষৰ ঋণাত্মক দিশত।

7. কোনটো লেখ x অক্ষৰ সমান্তৰাল-

(a) y = x + 1

(b) y = 2

(c) x = 3

(d) x = 2y

উত্তৰঃ (b) y = 2

8. (-5, 2) আৰু (2,-5) বিন্দু দুটা থাকিব-

(a) ক্রমে II আৰু IV চ’কত।

(b) ক্রমে II আৰু III চ’কত।

(c) একে চ’কত।

(d) ক্রমে I আৰু IV চ’কত।

উত্তৰঃ (a) ক্রমে II আৰু IV চ’কত।

9. (1,0) বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব কিমান?

(a) 2

(b) 1

(c) 0

(d) -1

উত্তৰঃ (b) 1

10. I আৰু III চ’ক দুটা মিলিত হয়-

(a) কটাকটি নকৰে।

(b) y-অক্ষত।

(c) 0ত।

(d) x-অক্ষত।

উত্তৰঃ (c) 0ত।

11. তলৰ কোনটো বিন্দু তৃতীয় চ’কত নাই-

(a) (-1, 2)

(b) (-6,-3)

(c) (-1,-2)

(d) (-2,-5)

উত্তৰঃ (a) (-1, 2)

12. যদি (x + 2, 4) = (5, y-2), তেন্তে (x,y)ৰ স্থানাংক হ’ব-

(a) (2, 1)

(b) (6,3)

(c) (7,12)

(d) (3,6)

উত্তৰঃ (d) (3,6)

13. (5, 0) আৰু (-3, 0) বিন্দু দুটা x অক্ষৰ পৰা দুৰত্ব কিমান?

(a) -3

(b) 0

(c) 2

(d) 5

উত্তৰঃ (b) 0

14. এটা বিন্দুৰ উভয় স্থানাংক ধনাত্মক। ই কোনটো চ’কত আছে?

(a) প্রথম চ’কত।

(b) তৃতীয় চ’কত।

(c) চতুর্থ চ’কত।

(d) যিকোনো চ’কত।

উত্তৰঃ (a) প্রথম চ’কত।

15. অক্ষ দুডালে সমতল খনক কেইটা ভাগত বিভক্ত কৰে?

(a) 3

(b) 1

(c) 4

(d) 2

উত্তৰঃ (c) 4

16. x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ আর্হি হ’ব-

(a) (x, 0)

(b) (y, 0)

(c) (0,x)

(d) (0, 0)

উত্তৰঃ (a) (x, 0)

17. A (4, 3) বিন্দুটো y অক্ষৰ পৰা লম্ব দূৰত্ব হ’ব—

(a) 1

(b) 4

(c) 3

(d) 8

উত্তৰঃ (b) 4

18. IV আৰু I চ’ক দুটাৰ কটাকটি কৰা ৰেখাডাল হ’ব-

(a) y-অক্ষ।

(b) x-অক্ষ।

(c) উলম্ব অক্ষ।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) x-অক্ষ।

19. (0,-1) বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব কিমান?

(a) 1

(b) -1

(c) 0

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) 1

20. x-অক্ষৰ সমীকৰণ হ’ব—

(a) x = 0 y = 0

(b) y = 0

(c) x = 0

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) y = 0

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top