SEBA Class 9 Mathematics MCQ Chapter 8 চতুভূর্জ Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 8 চতুভূর্জ Notes and select need one.
SEBA Class 9 Mathematics MCQ Chapter 8 চতুভূর্জ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 8 চতুভূর্জ Solutions for All Subject, You can practice these here.
চতুভূর্জ
Chapter – 8
MCQ |
1. এটা চতুর্ভুজৰ চাৰিওটা বাহু আৰু চাৰিওটা কোণ সমান হ’লে, তাক কোৱা হ’ব-
(a) আয়ত ক্ষেত্র।
(b) ৰম্বাছ।
(c) বর্গ ক্ষেত্র।
(d) সামান্তৰিক।
উত্তৰঃ (c) বৰ্গ ক্ষেত্র।
2. যদি এটা সামান্তৰিকৰ কৰ্ণদ্বয় সমান হয়, তেন্তে ই-
(a) চিলা।
(b) আয়ত।
(c) ৰম্বাছ।
(d) ত্রেপিজিয়াম।
উত্তৰঃ (b) আয়ত।
3. এটা সামান্তৰিক ABCD ৰ ∠A হ’ল ∠Bৰ 4/5, তেন্তে ∠Aৰ মাপ
(a) 100°
(b) 80°
(c) 125°
(d) 90°
উত্তৰঃ (b) 80°
4. সামান্তৰিকৰ কোণবোৰৰ সমদ্বিখণ্ডকবোৰে উৎপন্ন কৰে-
(a) বর্গ।
(b) আয়ত।
(c) ত্রেপিজিয়াম।
(d) ৰম্বাছ।
উত্তৰঃ (b) আয়ত।
5. এটা সামান্তৰিকৰ এটা কোণ তাৰ ক্ষুদ্রতম কোণৰ দুগুণতকৈ 24° কম, তেন্তে সামান্তৰিকটোৰ বৃহত্তম কোণ হ’ব-
(a) 176°
(b) 68°
(c) 112°
(d) 102°
উত্তৰঃ (c) 112°
6. এটা চতুভূৰ্জৰ তিনিটা কোণ 75°, 90° আৰু 75° হ’লে, চতুর্থ কোণটো হ’ব-
(a) 90°
(b) 95°
(c) 105°
(d) 120°
উত্তৰঃ (d) 120°
7. এটা ৰম্বাছ হ’ল-
(a) সামান্তৰিক।
(b) ত্রেপিজিয়াম।
(c) চিলা।
(d) বর্গ।
উত্তৰঃ (d) বৰ্গ।
8. এটা ৰম্বাছৰ ক্ৰমিক বাহুবোৰৰ মধ্যবিন্দু সংযোগ কৰি পোৱা চিত্ৰটো হ’ব-
(a) ৰম্বাছ।
(b) আয়তক্ষেত্র।
(c) বর্গ ক্ষেত্র।
(d) ত্রেপিজিয়াম।
উত্তৰঃ (b) আয়তক্ষেত্র।
9. ABCD ৰম্বাছৰ ∠ADB = 50°, তেন্তে ∠ACB হ’ব-
(a) 40°
(b) 50°
(c) 60°
(d) 90°
উত্তৰঃ (a) 40°
10. এটা চতুর্ভুজৰ কোণবোৰৰ সমষ্টি-
(a) 180°
(b) 270°
(c) 360°
(d) 90°
উত্তৰঃ (c) 360°
11. এটা চতৰ্ভূজৰ কোণ কেইটাৰ সমষ্টি হ’ব–
(a) 360°
(b) 180°
(c) 540°
(d) 720°
উত্তৰঃ (a) 360°
12. তলৰ কোনটো সামান্তৰিক নহয়।
(a) ত্রেপিজিয়াম।
(b) বর্গ।
(c) আয়ত।
(d) ৰম্বাছ।
উত্তৰঃ (a) ত্রেপিজিয়াম।
13. এটা সমকোণী ত্রিভুজৰ বাহু কেইটাৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা ত্রিভুজটো হ’ব-
(a) বিষমবাহু।
(b) সমদ্বিবাহু।
(c) সমবাহু।
(d) সমকোণী।
উত্তৰঃ (d) সমকোণী।
14. ABCD সামান্তৰিকৰ AC আৰু BD কর্ণ দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰে। যদি ∠DAC = 32° আৰু ∠AOB = 70°, তেন্তে ∠DBC হ’ব-
(a) 24⁰
(b) 86°
(c) 38°
(d) 32°
উত্তৰঃ (c) 38°
15. চতুভূৰ্জ এটাৰ কোণবোৰৰ অনুপাত 4:5:10:11 হ’লে, কোণবোৰৰ মাপ-
(a) 36°, 60°, 108°, 156°
(b) 48°, 60°, 120°, 132°
(c) 52°, 60°, 122°, 126°
(d) 60°, 60°, 120°, 120°
উত্তৰঃ (b) 48°, 60°, 120°, 132°
16. তলৰ কোনবোৰ সামান্তৰিক-
(a) বর্গ।
(b) আয়ত।
(c) ৰম্বাছ।
(d) সকলো।
উত্তৰঃ (d) সকলো।
17. এটা বৰ্গক্ষেত্ৰৰ ক্ৰমিক বাহুবোৰৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা চতুভূর্জটো হ’ল-
(a) এটা আয়তক্ষেত্র।
(b) এটা বর্গক্ষেত্র।
(c) এটা ৰম্বাছ।
(d) এটা সামন্তৰিক।
উত্তৰঃ (b) এটা বৰ্গক্ষেত্র।
18. চিত্রত ABCD এটা ৰম্বাছ। যদি AC = 8 cm. আৰু DB = 6 cm., তেন্তে BCৰ দৈর্ঘ্য হ’ব-
(a) 5 cm.
(b) 4 cm.
(c) 7 cm.
(d) 3.5 cm.
উত্তৰঃ (a) 5 cm.
19. ABCD এটা সামান্তৰিক। Xৰ মান নিৰ্ণয় কৰা।
(a) 25°
(b) 60°
(c) 75°
(d) 45°
উত্তৰঃ (d) 45°
20. যদি APB আৰু CQD দুডাল সমান্তৰাল ৰেখা, তেন্তে APQ, BPQ, CQP আৰু PQDৰ সমদ্বিখণ্ডকে উৎপন্ন কৰা চতুর্ভুজটো হ’ব—
(a) বর্গ।
(b) আয়ত।
(c) ৰম্বাছ।
(d) যিকোনো সামন্তৰিক।
উত্তৰঃ (b) আয়ত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.