SEBA Class 9 Mathematics MCQ Chapter 9 সমান্তৰিক আৰু ত্ৰিভূজৰ কালি

SEBA Class 9 Mathematics MCQ Chapter 9 সমান্তৰিক আৰু ত্ৰিভূজৰ কালি Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 9 সমান্তৰিক আৰু ত্ৰিভূজৰ কালি Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 9 সমান্তৰিক আৰু ত্ৰিভূজৰ কালি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 9 সমান্তৰিক আৰু ত্ৰিভূজৰ কালি Solutions for All Subject, You can practice these here.

সমান্তৰিক আৰু ত্ৰিভূজৰ কালি

Chapter – 9

MCQ

1. সামান্তৰিকৰ কালি-

(a) ভূমি × অনুৰূপ উচ্চতা।

(b) 1/4 × ভূমি × অনুৰূপ উচ্চতা।

(c) 1/2 × ভূমি × অনুৰূপ উচ্চতা।

(d) 1/3 ভূমি × অনুৰূপ উচ্চতা।

উত্তৰঃ (a) ভূমি × অনুৰূপ উচ্চতা।

2. যদি ΔABCত D আৰু E ক্ৰমে AB আৰু ACত দুটা বিন্দু যাতে ΔDBCৰ কালি = ΔEDCৰ কালি। তেন্তে-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) DE, BC ৰ সমান।

(b) DE, BCৰ সমান্তৰাল।

(c) DE, BCৰ ওপৰত নহয়।

(d) DE, BCৰ সমান নহয়।

উত্তৰঃ (b) DE, BCৰ সমান্তৰাল।

3. এটা সমকোণী ত্রিভুজৰ কালি 30cm² যদি ত্রিভুজটোৰ ভূমি 5 cm., তেন্তে অতিভুজ হ’ব লাগিব-

(a) 12 cm.

(b) 13 cm.

(c) 18 cm.

(d) 20 cm.

উত্তৰঃ (b) 13 cm.

4. যদি দুটা সামান্তৰিক একে ভূমি আৰু একে সমান্তৰাল সৰল ৰেখাৰ মাজত অৱস্থিত, তেন্তে সিহঁতৰ কালিৰ অনুপাত হ’ব-

(a) 1:2

(b) 2:1

(c) 1:1

(d) 3:2

উত্তৰঃ (c) 1:1

5. চিত্ৰৰ পৰা, ΔABCৰ কালি হ’ব-

(a) 10cm²

(b) 16cm²

(c) 30cm²

(d) 60cm²

উত্তৰঃ (c) 30cm²

6. এটা ত্রিভুজ আৰু এটা সামান্তৰিকৰ একে ভূমি আৰু একে যোৰ সমান্তৰাল সৰল ৰেখাৰ মাজত অৱস্থিত। ত্রিভুজটো আৰু সামান্তৰিকটোৰ কালিৰ অনুপাত হ’ব-

(a) 1:3

(b) 1:2

(c) 1:1

(d) 2:1

উত্তৰঃ (b) 1:2

7. সামান্তৰিকৰ বাহু । আৰু ৮ হ’লে, ইয়াৰ পৰিসীমা-

(a) ab

(b) a + b

(c) 2(a + b)

(d) 2(ab)

উত্তৰঃ (c) 2(a + b)

8. ABC ত্রিভুজৰ AB = 8cm. । যদি ইয়াৰ AB আৰু BC লৈ টনা উন্নতি দুডালৰ মাপ ক্রমে 4 cm. আৰু 5 cm. হয়, তেন্তে BCৰ মাপ হ’ব-

(a) 4.5 cm.

(b) 4.6 cm.

(c) 5.4 cm.

(d) 6.4 cm.

উত্তৰঃ (d) 6.4 cm.

9. এটা আয়ত আৰু এটা সামান্তৰিক একে ভূমি আৰু আৰু একেযোেৰ সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত। যদি আয়তটোৰ কালি 30 ছে.মি.2, তেন্তে সামান্তৰিকটোৰকালি হ’ব-

(a) 15cm²

(c) 30cm²

(b) 60cm²

(d) 45cm²

উত্তৰঃ (c) 30cm²

10. চিত্রতঃ ABCD চতুর্ভুজটোৰ কালি-

(a) 6 বর্গ একক।

(b) 7 বর্গএকক।

(c) 24 বর্গ একক।

(d) 12 বর্গ একক।

উত্তৰঃ (d) 12 বর্গ একক।

11. ABCD ত্রেপিজিয়ামৰ AB || CD আৰু AC আৰু BD কর্ণই O বিন্দুত কটাকটি কৰে, তেন্তে-

(a) AODৰ কালি = BOC 4 কালি।

(b) AODৰ কালি < BOC 4 কালি।

(c) AODৰ কালি > BOC ৰ কালি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) AODৰ কালি = BOC 4 কালি।

12. এটা চতুর্ভুজ হ’ব যাৰ কালি, ভূমি আৰু অনুৰূপ উচ্চতাৰ পূৰণফল-

(a) আয়ত।

(b) বর্গ।

(c) ত্রিভুজ।

(d) সামান্তৰিক।

উত্তৰঃ (d) সামান্তৰিক।

13. এটা ত্রিভুজৰ কালি 16cm²। যদি ইয়াৰ ভূমি ৪ cm. হয়, তেন্তে ত্রিভুজটোৰ অনুৰূপ উন্নতি হ’ব-

(a) 4 cm.

(c) 8 cm.

(b) 12 cm.

(d) 18 cm.

উত্তৰঃ (a) 4 cm.

14. ABCD চতুৰ্ভৰ্জৰ AC কৰ্ণই দুটা সমকালি বিশিষ্ট দুটা অংশত বিভক্ত কৰে, তেন্তে ABCD এটা-

(a) ৰম্বাছ।

(c) সামান্তৰিক।

(b) আয়ত।

(d) (a), (b) আৰু (c) ৰ এটাও নহয়।

উত্তৰঃ (d) (a), (b) আৰু (c) ৰ এটাও নহয়।

15. চিত্রতঃ চতুর্ভুজ (ABEFৰ) কালি = 20cm² আৰু চতুভূর্জ (ABCD)ৰ কালি = 27cm²। ΔADFৰ কালি হ’ব-

(a) 7cm²

(b) 10cm²

(c) 14cm²

(d) 20cm²

উত্তৰঃ (a) 7cm²

16. এটা ত্রিভুজ আৰু এটা ৰম্বাছ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত। তেন্তে ত্রিভুজ আৰু ৰম্বাছটোৰ কালিৰ অনুপাত হ’ব-

(a) 1:1

(b) 1:2

(c) 1:3

(d) 1:4

উত্তৰঃ (b) 1:2

17. এটা ত্রেপিজিয়ামৰ কালি কিমান, যাৰ সমান্তৰাল বাহু দুটা 9 cm. আৰু 6 cm. আৰু সিহঁতৰ মাজৰ দুৰত্ব 8 cm.

(a) 30cm²

(b) 60cm²

(c) 80cm²

(d) 120cm²

উত্তৰঃ (b) 60cm²

18. ABCD চতুর্ভুজৰ AC আৰু BD কৰ্ণদ্বয়ে O বিন্দুত কটাকটি কৰিছে যাতে, ΔAOD ৰ কালি = ΔBOC কালি। তেন্তে ABCD এটা-

(a) সামান্তৰিক।

(b) বর্গ।

(c) আয়ত।

(d) ত্রেপিজিয়াম।

উত্তৰঃ (d) ত্রেপিজিয়াম।

19. ABCD ত্রেপিজিয়ামৰ AB || DC। যদি ar (ΔABD) = 24 cm² আৰু AB = 8 cm., তেন্তে ΔABCৰ উচ্চতা হ’ব-

(a) 3 cm.

(b) 4 cm.

(c) 6 cm.

(d) 8 cm.

উত্তৰঃ (b) 4 cm.

20. ত্রিভুজৰ মধ্যমাই ত্রিভুজটোক ভাগ কৰে-

(a) দুটা সর্বসম ত্রিভুজত।

(b) দুটা সমদ্বিবাহু ত্রিভুজত ।

(c) দুটা সমান কালিৰ ত্রিভুজত।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) দুটা সমান কালিৰ ত্রিভুজত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top