SEBA Class 9 Mathematics MCQ Chapter 10 বৃত্ত Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 10 বৃত্ত Notes and select need one.
SEBA Class 9 Mathematics MCQ Chapter 10 বৃত্ত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 10 বৃত্ত Solutions for All Subject, You can practice these here.
বৃত্ত
Chapter – 10
MCQ |
1. বৃত্তৰ দীর্ঘতম জ্যাডালক কোৱা হয়?
(a) ব্যাসার্ধ।
(b) ব্যাস।
(c) ৰেখাখণ্ড।
(d) ছেদক।
উত্তৰঃ (b) ব্যাস।
2. অৰ্ধ বৃত্তস্থ কোণৰ মাপ হ’ব-
(a) 30°
(b) 45°
(c) 60°
(d) 90°
উত্তৰঃ (d) 90°
3. চক্ৰীয় চতুর্ভুজৰ বিপৰীত কোণ দুটা হ’ব-
(a) পূৰক কোণ।
(b) সম্পূৰক কোণ।
(c) সমান।
(d) ৰৈখিক যোৰ।
উত্তৰঃ (b) সম্পূৰক কোণ।
4. 30 ছে.মি. ব্যাস যুক্ত এটা বৃত্তৰ জ্যা এডালৰ দীঘ 24 ছে.মি.। বৃত্তটোৰ কেন্দ্ৰৰ পৰা জ্যা ডালৰ দৈর্ঘ্য হ’ব-
(a) 15 cm
(b) 9 cm
(c) 12 cm
(d) 20 cm
উত্তৰঃ (b) 9 cm
5. 5 ছে.মি. ব্যাসার্ধৰ, এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 4 ছে.মি. দূৰত্বত থকা জ্যা এডালৰ দৈর্ঘ্য হ’ব-
(a) 3 cm
(b) 4 cm
(c) 5 cm
(d) 6 cm
উত্তৰঃ (a) 3 cm
6. এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 cm দুৰত্বত থকা জ্যা এডালৰ দৈর্ঘ্য 24 cm। বৃত্তটোৰ ব্যাসার্ধ হ’ব-
(a) 13 cm
(b) 12 cm
(c) 11 cm
(d) 19 cm
উত্তৰঃ (a) 13 cm
7. এটা বৃত্তৰ ব্যাসার্ধ 13 cm, বৃত্তটোৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্বত থকা এডাল জ্যাৰ দৈর্ঘ্য হ’ব-
(a) 12 cm
(b) 18 cm
(c) 20 cm
(d) 24 cm
উত্তৰঃ (d) 24 cm
৪. এটা বৃত্তৰ AB আৰু CD জ্যা দুডাল কেন্দ্ৰৰ পৰা 3 চে.মি. দূৰত্বত আছে। তেন্তে তলৰ কোনটো সত্য?
(a) AB = CD
(b) AB > CD
(c) AB < CD
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) AB = CD
9. ABCD চক্রীয় চতুর্ভূজৰ ∠ADB = 30° আৰু ∠DCA = 80°, তেন্তে ∠DAB =
(a) 70°
b) 100°
(c) 125°
(d) 150°
উত্তৰঃ (a) 70°
10. PQ ব্যাসৰ ওপৰত এটা অর্ধ বৃত্ত। যদি ∠RPQ = ∠RQP, তেন্তে ∠PQRৰ মাপ হ’ব-
(a) 30°
(b) 45°
(c) 60°
(d) 75°
উত্তৰঃ (b) 45°
11. যদি দুটা সর্বসম বৃত্তত AB আৰু CD জ্যা দুডালে বৃত্তটোৰ কেন্দ্ৰত দুটা সমান কোণ উৎপন্ন কৰে, তেন্তে-
(a) AB = CD
(b) AB > CD
(c) AB < CD
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) AB = CD
12. বৃত্তৰ ব্যাসডালে বৃত্তটোক দুটা সমান অংশত বিভক্ত কৰে। তেন্তে প্রতিটো অংশক কোৱা হয়-
(a) বৃত্তৰ আধা।
(b) অর্ধবৃত্ত।
(c) মুখ্য বৃত্ত খণ্ড।
(d) গৌন বৃত্তখণ্ড।
উত্তৰঃ (b) অর্ধবৃত্ত।
13. এটা বিন্দু বৃত্ত এটাৰ ব্যাসার্ধতকৈ অধিক দুৰত্বত আছে, তেন্তে বিন্দুটোৰ অৱস্থান হ’ব-
(a) বৃত্তটোৰ ভিতৰত।
(b) বৃত্তটোৰ বাহিৰত।
(c) বৃত্তত।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (b) বৃত্তটোৰ বাহিৰত।
14. বৃত্তৰ কেন্দ্ৰৰ পৰা এডাল জ্যালৈ টনা লম্বই জ্যা ডালক-
(a) জ্যা ডালক কাটে।
(b) জ্যা ডালক সমদ্বিখণ্ডিত কৰে।
(c) a আৰু b উভয়ে।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (b) জ্যা ডালক সমদ্বিখণ্ডিত কৰে।
15. তিনিটা একে ৰেখাত নথকা বিন্দুৰে-
(a) দুটা বৃত্ত যায়।
(b) মাত্র এটাহে বৃত্ত যায়।
(c) বহুতো বৃত্ত যায়।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (b) মাত্র এটাহে বৃত্ত যায়।
16. r ব্যাসার্ধৰ বৃত্ত এটাৰ AB এডাল জ্যা। বৃত্তটোৰ P এটা যিকোনো বিন্দু যাতে ∠APB এটা সমকোণ, তেন্তে AB হ’ব-
(a) 3r
(b) г
(c) 2г
(d) r²
উত্তৰঃ (c) 2r
17. Ο কেন্দ্ৰীয় বৃত্তৰ BC এডাল জ্যা। BC ৰ একেফালে D আৰু E বিন্দু দুটা লোৱা হ’ল, যদি ∠BDC = 80°, তেন্তে ∠BEC =
(a) 80°
(b) 200
(c) 160°
(d) 40°
উত্তৰঃ (a) 80°
18. চিত্ৰতঃ x ৰ মান হ’ব-
(a) 36°
(b) 18°
(c) 54°
(D) 60°
উত্তৰঃ (b) 18°
19. চিত্ৰত, বৃত্তটোৰ কেন্দ্ৰ O, ∠ACB হ’ব-
(a) 80°
(b) 45°
(c) 100°
(d) 40°
উত্তৰঃ (d) 40°
20. চিত্ৰত, যদি বৃত্তটোৰ কেন্দ্ৰ O হয় তেন্তে x ৰ মান হ’ব-
(a) 40°
(b) 80°
(c) 50°
(d) 90°
উত্তৰঃ (d) 90°

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.