SEBA Class 9 Mathematics MCQ Chapter 12 হিৰ’নৰ সূত্ৰ

SEBA Class 9 Mathematics MCQ Chapter 12 হিৰ’নৰ সূত্ৰ Question Answer in Assamese Medium, Class 9 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Mathematics MCQ Chapter 12 হিৰ’নৰ সূত্ৰ Notes and select need one.

SEBA Class 9 Mathematics MCQ Chapter 12 হিৰ’নৰ সূত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 9 Mathematics MCQ Chapter 12 হিৰ’নৰ সূত্ৰ Solutions for All Subject, You can practice these here.

হিৰ’নৰ সূত্ৰ

Chapter – 12

MCQ

1. এটা সমবাহু ত্ৰিভুজৰ কালি 9√3 cm² হ’লে, ত্ৰিভুজটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য হ’ব—

(a) 8 cm.

(b) 36 cm.

(c) 4 cm.

(d) 6 cm.

উত্তৰঃ (d) 6 cm.

2. ত্ৰিভুজ আকৃতিৰ এখন বোৰ্ডৰ বাহুবোৰ, 3m, 4cm. আৰু 5 cm. হ’লে, বোৰ্ডখনৰ কালি হ’ব—

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) 6 m²

(b) 12 m²

(c) 15 m²

(d) 20 m²

উত্তৰঃ (a) 6 m²

3. 1 hectare = [1 হেক্টৰ = ]

(a) 10 m²

(b) 100 m²

(c) 1000 m²

(d) 10000 m²

উত্তৰঃ (d) 10000 m²

4. এটা সমকোণী ত্ৰিভুজৰ ভূমি 48 cm. আৰু অতিভূজ 50 cm. হ’লে, ত্ৰিভুজটোৰ কালি হ’ব—

(a) 168 cm²

(b) 252 cm²

(c) 336 cm²

(d) 504 cm²

উত্তৰঃ (c) 336 cm²

5. এটা ত্ৰিভুজৰ বাহু কেইটাৰ অনুপাত 12 : 17 : 25 আৰু ইয়াৰ পৰিসীমা 540 cm.। ত্ৰিভুজটোৰ কালি—

(a) 1000 বর্গ চে.মি.

(b) 5000 বর্গ চে.মি.

(c) 9000 বর্গ চে.মি.

(d) 8000 বর্গ চে.মি.

উত্তৰঃ (c) 9000 বর্গ চে.মি. 

6. এটা সমদ্বিবাহু ত্রিভুজৰ ভূমি 4 cm. আৰু সমান বাহু দুটাৰ এটাৰ মাপ 6 cm. হ’লে ত্ৰিভুজটোৰ কালি হ’ব—

(a) 8√2 cm²

(b) 16√2 cm²

(c) 4√2 cm²

(d) 16 cm²

উত্তৰঃ (a) 8√2 cm²

7. এটা সমকোণী ত্ৰিভুজৰ কালি 36 cm² আৰু ইয়াৰ ভূমি 9 cm.। ত্রিভুজটোৰ উন্নতি নিৰ্ণয় কৰা।

(a) 8 cm.

(b) 4 cm.

(c) 16 cm.

(d) 32 cm.

উত্তৰঃ (a) 8 cm.

8. ৰম্বাছৰ কালি—

(a) 1/2 × কৰ্ণ দ্বয়ৰ পূৰণফল।

(b) কৰ্ণদ্বয়ৰ পূৰণফল।

(c) 1/3 × কৰ্ণদ্বয়ৰ পূৰণফল।

(d) 1/4 × কৰ্ণদ্বয়ৰ পূৰণফল।

উত্তৰঃ (a) 1/2 × কৰ্ণ দ্বয়ৰ পূৰণফল।

9. এটা ত্ৰিভূজৰ কালি কি হ’ব, যদি তাৰ ভূমি 8 cm. আৰু উচ্চতা 10 cm. হয়।

(a) 20 cm²

(b) 18 cm²

(c) 80 cm²

(d) 40 cm²

উত্তৰঃ (d) 40 cm²

10. এটা বৰ্গৰে কালি 625 m²। ইয়াৰ পৰিসীমা হ’ব—

(a) 250 m.

(b) 500 m.

(c) 100 m.

(d) 25 m.

উত্তৰঃ (c) 100 m.

11. যদি s এটা ত্ৰিভূজ ABCৰ অৰ্ধপৰিসীমা যাৰ বাহুবোৰ a, b, c তেন্তে s =

(a) a + b + c

(b) a + b + c/(2) 

(c) a + b + c/(3) 

(d) a + b + c/(4)

উত্তৰঃ (b) a + b + c/(2)

12. যদি এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ কালি 8 cm², ত্ৰভুজটোৰ পৰিসীমা হ’ব—

(a) 8 + √2 cm²

(b) 8 + 4√2 cm²

(c) 4 + 8√2 cm²

(d) 12√2 cm²

উত্তৰঃ (b) 8 + 4√2 cm²

13. এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 180 cm. ত্ৰিভুজটোৰ কালি হ’ব—

(a) 900 cm²

(b) 900√3 cm²

(c) 300√3 cm²

(d) 600√3 cm²

উত্তৰঃ (b) 900√3 cm²

14. এদোখৰ ত্ৰিভুজ আকাৰৰ মাটিৰ চাৰিসীমা 16 m.। যদি ইয়াৰ দুটা বাহুৰ জোখ 5 m. আৰু 6m. হয়, তেন্তে তৃতীয় বাহুৰ জোখ হ’ব—

(a) 2m

(b) 3 m

(c) 5m

(d) 4 m

উত্তৰঃ (c) 5 m

15. এটা সমকোণী ত্রিভুজৰ ভূমি আৰু অতিভূজ ক্রমে 5 cm. আৰু 13 cm. দীঘল। ইয়াৰ কালি হ’ব—

(a) 25 cm²

(b) 28 cm²

(c) 30 cm²

(d) 40 cm²

উত্তৰঃ (c) 30 cm²

16. এটা সমকোণী ত্ৰিভুজৰ ভূমি 8 cm. আৰু অতিভূজ 10 cm. হ’লে, ত্ৰিভুজটোৰ কালি হ’ব—

(a) 24 cm²

(b) 40 cm²

(c) 48 cm²

(d) 80 cm²

উত্তৰঃ (a) 24 cm²

17. এটা ৰম্বাছৰ পৰিসীমা 20 cm. এডাল কৰৰ্ণ 8 cm. তেন্তে ইয়াৰ কালি হ’ব—

(a) 24 cm²

(b) 42 cm²

(c) 18 cm²

(d) 36 cm²

উত্তৰঃ (a) 24 cm²

18. এটা ত্ৰিভুজৰ বাহুবোৰ 21 cm., 20 cm. আৰু 29 cm. হ’লে, ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা হ’ব—

(a) 35 cm.

(b) 70 cm.

(c) 41 cm.

(d) 50 cm.

উত্তৰঃ (a) 35 cm.

19. এটা সমবাহু ত্রিভুজৰ বাহু 2√3 cm.। ৰিভুজটোৰ কালি হ’ব—

(a) 5.196 cm²

(b) 0.866 cm²

(c) 3.496 cm²

(d) 1.732 cm²

উত্তৰঃ (a) 5.196 cm²

20. এটা ত্ৰিভুজৰ বাহুবোৰ 5 cm, 12 cm, আৰু 13 cm.। ইয়াৰ কালি—

(a) 60 cm²

(b) 30 cm²

(c) 45 cm²

(d) 70 cm²

উত্তৰঃ (b) 30 cm²

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top