নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ আৰু উপাদানসমূহ – What is Citizenship? Its Definition, Characteristics
ৰাজনীতি বিজ্ঞানৰ বহুল চৰ্চিত বিভিন্ন বিষয়সমূহৰ অন্যতম নাগৰিকত্বৰ ধাৰণা। ৰাষ্ট্ৰ এখন নাগৰিকক লৈ গঠিত। ৰাষ্ট্ৰৰ প্ৰধান উদ্দেশ্য নাগৰিকৰ কল্যাণ সাধন









