🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 10 Mathematics MCQ Chapter 15 সম্ভাৱিতা Question Answer

SEBA Class 10 Mathematics MCQ Chapter 15 সম্ভাৱিতা Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 15 সম্ভাৱিতা Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 15 সম্ভাৱিতা Question Answer

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 15 সম্ভাৱিতা Solutions for All Subject, You can practice these here.

সম্ভাৱিতা

Chapter – 15

MCQ

1. এটা পাশা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ল–

(a) 1/6 

(b) 5/6 

(c) 1/2 

(d) 1/3 

উত্তৰঃ (c) 1/2 

2. এটা ঘটনা সংঘটিত হ’লে ইয়াৰ ফলাফলক কোৱা হয়–

(i) সমশক্য ঘটনা।

(ii) নিশ্চিত ঘটনা।

(iii) সৰল ঘটনা।

(iv) যৌগিক ঘটনা।

উত্তৰঃ (iii) সৰল ঘটনা।

3. তেলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ’ব পাৰে?

(a) 2/3 

(b) -1.5

(c) 1.001

(d) 3/2

উত্তৰঃ (a) 2/3 

4. পাঁচটকী মুদ্রা এটা এবাৰ টচ্ কৰা হ’ল। এই ক্ষেত্রত সম্ভাৱিতা–

(i) 1

(ii) 1/2 

(iii) 2

(iv) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (ii) 1/2 

5. তলৰ কোনটোৱে গাণিতিক সম্ভাৱিতা নির্দেশ নকৰে–

(a) 2/3 

(b) -1.5

(c) 20%

(d) 0.7

উত্তৰঃ (b) -1.5

6. এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ’ল–

(a) 0

(b) 0.25

(c) 0.5

(d) 1

উত্তৰঃ (a) 0

7. কোনটো অসত্য?

(a) এটা টেক্কা পোৱাৰ সম্ভাৱিতা 1/13

(b) দুটা ইস্কাপণ পোৱাৰ সম্ভাৱিতা 1/3 

(c) 10 টা কলা পাত পোৱাৰ সম্ভাৱিতা = 1/26

(d) এখন ৰঙা কাৰ্ড পোৱাৰ সম্ভাৱিতা = 1/4 

উত্তৰঃ (d) এখন ৰঙা কাৰ্ড পোৱাৰ সম্ভাৱিতা = 1/4 

8. যদি এটা ঘটনা E হয় আৰু P(E) = 0 তেনেহ’লে P(E) ক কোৱা হয়–

(i) সমশক্য।

(ii) অসম্ভৱ ঘটনা।

(iii) নিশ্চিত ঘটনা।

(iv) ইয়াৰ এটাও নহয়।

উত্তৰঃ (ii) অসম্ভৱ ঘটনা।

9. ঘটনা ‘E’ ৰ সম্ভাৱিতা + ঘটনা ‘E’ নহয়’ৰ সম্ভাৱিতা হ’ব–

(a) 2

(b) 1

(c) 0

(d) 0.1

উত্তৰঃ (b) 1

10. প্রথম 100 টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ’ল। সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ’ল–

(a) 7/50

(b) 11/100

(c) 1/7

(d) 13/100

উত্তৰঃ (d) 13/100

11. এটা পৰীক্ষাৰ সকলো প্রাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ’ল–

(a) 1

(b) 1.25

(c) 1.5

(d) 2

উত্তৰঃ (a) 1

12. তলৰ কোনটোৱে গাণিতিক সম্ভাৱিতা নির্দেশ কৰে?

(a) ∫2

(b) 5/3

(c) 3/4 

(d) ∫2

উত্তৰঃ (c) 3/4 

13. এটা ঘটনা F আন এটা ঘটনা E ৰ লগত জড়িত। তেনেহ’লে এই প্রচেষ্টাটোক E ৰ পূৰক ঘটনা বুলি কোৱা হ’ব যদি P(E) + P(F) =

(i) 0

(ii) 1

(iii) -1

(iv) 1/2 

উত্তৰঃ (ii) 1

14. নিম্নোক্ত সংখ্যাবোৰৰ কোন কোন সংখ্যাই একোটা ঘটনাৰ গাণিতিক সম্ভাৱিতা নির্দেশ কৰে–

(i) 4/3

(ii) 3/4 

(iii) -0.5

(iv) 0.3333………

উত্তৰঃ (iv) 0.3333………

15. এটা লুডুগুটি এবাৰ দলিওৱা হ’ল। 8 পোৱাৰ সম্ভাৱিতা–

(a) 3/2

(b) 2/3 

(c) 1

(d) 0

উত্তৰঃ (d) 0

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “SEBA Class 10 Mathematics MCQ Chapter 15 সম্ভাৱিতা Question Answer”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top