SEBA Class 10 Mathematics MCQ Chapter 1 বাস্তৱ সংখ্যা Question Answer

SEBA Class 10 Mathematics MCQ Chapter 1 বাস্তৱ সংখ্যা Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 1 বাস্তৱ সংখ্যা Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 1 বাস্তৱ সংখ্যা Question Answer

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 1 বাস্তৱ সংখ্যা Solutions for All Subject, You can practice these here.

বাস্তৱ সংখ্যা

Chapter – 1

MCQ

1. এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে, তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব?

(a) 30 ছেকেণ্ড।

(c) 90 ছেকেণ্ড।

(b) 60 ছেকেণ্ড।

(d) 180 ছেকেণ্ড।

উত্তৰঃ (d) 180 ছেকেণ্ড।

2. পৰিমেয় সংখ্যা 14588/625 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হব?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) 2

(b) 3

(c) 4

(d) 5

উত্তৰঃ (c) 4

3. ইউক্লিডৰ বিভাজন a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে q আৰু r এনে দুটা পূর্ণ সংখ্যা বিচাৰি পোৱা যাব যাতে a = bq + r, য’ত r য়ে সিদ্ধ কৰিব–

(a) 1 < r < b

(b) 0 < r < b

(c) 0 < r < b

(d) 0 < r < b

উত্তৰঃ (c) 0 < r < b

4. 600 আৰু 1500 ৰ গ. সা. উ.–

(a) 100

(b) 250

(c) 300

(d) 500

উত্তৰঃ (c) 300

5. 135 আৰু 225 ৰ গ. সা. উ. হ’ল–

(a) 30375

(b) 945

(c) 45

(d) 15

উত্তৰঃ (c) 45

6. তলৰ কোনটো নিৰবধি পৌনঃপুনিক দশমিক?

(a) 3/8 

(b) 7/80

(c) 64/455

(d) 124/625

উত্তৰঃ (c) 64/455

7. 21/45 ৰ দশমিক বিস্তাৰ–

(a) পৰিসমাপ্ত বা সাবধি।

(b) নিৰবধি পৌনঃপুনিক।

(c) পৰিসমাপ্ত বা সাবধি আৰু নিৰবধি পৌনঃপুনিক।

(d) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (b) নিৰবধি পৌনঃপুনিক।

8. যদি p/q পৰিসমাপ্ত বা সাবধি তেনেহ’লে q ৰ বিষয়ে আমি ক’ব পাৰো–

(a) q নিশ্চয় 2ⁿ আৰ্হিৰ।

(b) q নিশ্চয় 5ᵐ আৰ্হিৰ।

(c) q নিশ্চয় 2ⁿ 5ᵐ আৰ্হিৰ।

(d) নিশ্চয় 2ⁿ 5ᵐ, য’ত n আৰু m অবিয়োগাত্মক অখণ্ড সংখ্যা।

উত্তৰঃ (d) নিশ্চয় 2ⁿ 5ᵐ, য’ত n আৰু m অবিয়োগাত্মক অখণ্ড সংখ্যা।

9. 4,9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো–

(a) 360

(b) 3600

(c) 180

(d) এটাও নহয়।

উত্তৰঃ (b) 3600

10. 55 আৰু 22 গ. সা. উ. 55m – 22 × 2 আর্হিত প্ৰকাশ কৰিলে m ৰ মান–

(a) 1

(b) -1

(c) 2

(d) -2

উত্তৰঃ (a) 1

11. এটা ৰম্বাচৰ কৰ্ণৰ দৈর্ঘ্য 24 ছে.মি. আৰু 32 ছে.মি.। ৰম্বাচটোৰ পৰিসীমা–

(a) 9 cm

(b) 128 cm

(c) 80 cm

(d) 56 cm

উত্তৰঃ (c) 80 cm

12. যদি ল.সা.গু (91, 26) = 182, তেতিয়া গ.সা.উ (91, 26) =

(a) 13

(b) 26

(c) 7

(d) 9

উত্তৰঃ (a) 13

13. তলৰ কোনযোৰ পৰস্পৰ মৌলিক?

(a) (14, 35)

(b) (18, 25)

(c) (31, 93)

(d) (32, 62)

উত্তৰঃ (b) (18, 25)

14. তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো পৰিসমাপ্ত বা সাৱধি?

(a) 124/165

(b) 131/30

(c) 2027/625

(d) 1625/462

উত্তৰঃ (c) 2027/625

15. এটা সংখ্যাক 143 ৰে হৰণ কৰিলে ভাগশেষ 31 থাকে। সেই একে সংখ্যাকে 13 ৰে হৰণ কৰিলে ভাগশেষ কিমান ৰ’ব?

(a) 0

(b) 1

(c) 3

(d) 5

উত্তৰঃ (d) 5

16. 1152 আৰু 1664 ক সম্পূর্ণৰূপে বিভাজ্য হোৱা ডাঙৰ সংখ্যাটো–

(a) 32

(b) 64

(c) 128

(d) 256

উত্তৰঃ (c) 128

17. যদি (26, 169) ৰ গ.সা.উ. 13, তেতিয়া (26, 169) ৰ ল.সা.গু.–

(a) 26

(b) 52

(c) 338

(d) 13

উত্তৰঃ (c) 338

18. যদি দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n ক m = pq³ আৰু n = p³ q², য’ত P, q মৌলিক সংখ্যা, তেতিয়া (m, n) ৰ গ.সা.উ.–

(a) pq

(b) pq²

(c) p³q³

(d) p²q³

উত্তৰঃ (b) pq²

19. 43/(2⁴ × 5³)পৰিমেয় সংখ্যাটিৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ’ল–

(a) 3

(b) 4

(c) 1

(d) 5

উত্তৰঃ (b) 4

20. 7 × 11 × 13 + 13 এটা–

(a) মৌলিক সংখ্যা।

(b) যৌগিক সংখ্যা।

(c) অযুগ্ম সংখ্যা কিন্তু যৌগিক নহয়।

(d) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (b) যৌগিক সংখ্যা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top