SEBA Class 10 Mathematics MCQ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Question Answer

SEBA Class 10 Mathematics MCQ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Question Answer

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Solutions for All Subject, You can practice these here.

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

Chapter – 3

MCQ

1. দুটা চলকত এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্রদর্শনটো হ’ল এটা-

(a) অধিবৃত্ত।

(b) বৃত্ত।

(c) সৰলৰেখা।

(d) এটাও নহয়।

উত্তৰঃ (c) সৰলৰেখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

2. বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি 65 বছৰ আৰু সিহঁতৰ বয়সৰ পাৰ্থক্যৰ দুগুণ 50 বছৰ। তেতিয়া দেউতাকৰ বয়স কিমান?

(a) 50

(b) 155

(c) 40

(d) 45

উত্তৰঃ (d) 45

3. ৰৈখিক যোৰৰ এটা সমীকৰণ, -5x + 7y = 2 ৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়া দ্বিতীয় সমীকৰণটো-

(a) 10x – 14y – 4

(b) -10x + 14y + 4 = 0

(c) – 10x 14y + 4 = 0

(d) 10x + 14y + 4 = 0

উত্তৰঃ (a) 10x – 14y – 4

4. যদি 2x + 3y = 12 আৰু 3x – 2y = 5, তেন্তে-

(a) x=2, y = 3

(b) x = 3, y = 3

(c) x=2, y = -3

(d) x = 3, y = -2

উত্তৰঃ (b) x = 3, y = 3

5. যদি 4x + 6y = 3xy আৰু 8x + 9y = 5xy তেতিয়া-

(a) x = 2 y = 3

(b) x = 1 y = 2

(c) x = 3 Y = 4

(d) x = 1 y = – 1

উত্তৰঃ (c) x = 3 Y = 4

6. এটা ৰৈখিক সমীকৰণৰযোৰৰ সাধারণ আর্হি হ’ল-

(a) a₁x – b₂y + c₂ = 0

(b) a₂x + by + c = 0

(c) a₁² + b₁² ≠ 0, a₂’ + b² ≠ 0

(d) (i), (ii), (iii) তিনিওটা

উত্তৰঃ (d) (i), (ii), (iii) তিনিওটা

7. a₁ x + b₁y + c₁ = 0 আৰু a₁x + b₁y + c₁ = 0 সমীকৰণদ্বয় সংগত হোৱাৰ  চৰ্ত হ’ল-

(a) a₁/a₂ ≠  b₁ b₂

(b) a₁/a₂ = b₁/b₂ ≠ c₁/c₂

(c)  a₁/a₂ = b₁/b₂ = c₁/c₂

(d) এটাও নহয়।

উত্তৰঃ (a) a₁/a₂ ≠  b₁ b₂

8. ax + by + c = 0 সৰল ৰেখাটো মূলবিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ’ল—

(a) c = 0

(b) b = 0

(c) a = 0

(d) c ≠ 0

উত্তৰঃ (a) c = 0

9. এযোৰ সমীকৰণ চর্তত লৈখিক প্রদর্শন হ’ল- a₁/a₂ = b₁/b₂ = c₁/c₂

(a) সমান্তৰাল দুটা ৰেখা।

(b) মিলি যোৱা দুটা ৰেখা।

(c) কটাকটি কৰা দুটা ৰেখা।

(d) তিনিওটা নহয়।

উত্তৰঃ (b) মিলি যোৱা দুটা ৰেখা।

10. তলৰ কোনটো চর্ত সাপেক্ষে ax² + 4x + 3 = 0 এটা দ্বিঘাত সমীকৰণ নহয়-

(a) a > 0

(b) a = 0

(c) a ≠ 0

(d) a < 0

উত্তৰঃ (b) a = 0

11. সমাধান নথকা ৰৈখিক সমীকৰণ এযোৰক কোৱা হয়-

(a) সংগত।

(b) পৰতন্ত্র।

(c) অসংগত।

(d) এটাও নহয়।

উত্তৰঃ (c) অসংগত।

12. x = 2 y = – 3 সমাধানবিশিষ্ট ৰৈখিক সমীকৰণ দুটা-

(a) x – 4y – 14 = 

0 5x – y – 13 = 0

(b) 2x + 5y = 

-11 4x + 10y = – 22

(c) 2x – y = 1 

3x + 2y = 0

(d) x + y = – 1 

2x – 3y = – 5

উত্তৰঃ (a) x – 4y – 14 = 

0 5x – y – 13 = 0

13. c ৰ কি মানৰ বাবে ৰৈখিক সমীকৰণ cx – y = 2 আৰু 6x – 2y = 3 অসীম সংখ্যক সমাধান আছে।

(a) -12

(b) -3

(c) 3

(d) কোনো মান নাই।

উত্তৰঃ (d) কোনো মান নাই।

14. k ৰ কি মানৰ বাবে 3x – y + 8 = 0 আক 6x – ky = -16 বেখাদুডাল মিলি যাব-

(a) 2

(b) – 1/(2)

(c) -2

(d) 1/(2)

উত্তৰঃ (a) 2

15. যদি 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 ৰেখা দুডাল সমান্তৰাল, তেন্তে k ব মান-

(a) 15/4

(b) 2/5

(c) – 5/4

(d) 3/2

উত্তৰঃ (a) 15/4

16. যদি 4x + 6y = 3xy আৰু 8x + 9y = 5xy তেতিয়া- 

(a) x= 3, y = 4 

(b) x = 1, y = 2 

(c) x = 2, y = 3 

(d) x = 1, y = -1

উত্তৰঃ (a) x= 3, y = 4 

17. y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ’বー

(a) (0,x)

(b) (x, 0)

(c) (x, x)

(d) (x, y)

উত্তৰঃ (a) (0,x)

18. দুটা চলকবিশিষ্ট ৰৈখিক সমীকৰণৰ সমাধান কেইটা-

(a) কোনো সমাধান নাই।

(b) দুটা সমাধান আছে।

(c) এটা সমাধান আছে।

(d) অসীম সংখ্যক সমাধান আছে।

উত্তৰঃ (d) অসীম সংখ্যক সমাধান আছে।

19. x – 2y = 3 আৰু একক সমাধান থাকিব যেতিয়া – 3x + ky = 1

(a) k = – 6

(b) k ≠ -6

(c) k = 0

(d) k ≠ 0

উত্তৰঃ (b) k ≠ -6

20. 2x + 3y = 5 আৰু 4x + 6y = 15 ৰেখা দুডালৰ সমাধান হ’ব –

(a) দুটা সমাধান।

(b) একক সমাধান।

(c) অসীম সংখ্যক সমাধান।

(d) কোনো সমাধান নাই।

উত্তৰঃ (d) কোনো সমাধান নাই।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top