SEBA Class 10 Mathematics MCQ Chapter 5 সমান্তৰ প্ৰগতি Question Answer

SEBA Class 10 Mathematics MCQ Chapter 5 সমান্তৰ প্ৰগতি Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 5 সমান্তৰ প্ৰগতি Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 5 সমান্তৰ প্ৰগতি Question Answer

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 5 সমান্তৰ প্ৰগতি Solutions for All Subject, You can practice these here.

সমান্তৰ প্ৰগতি

Chapter – 5

MCQ

1. 20, 16, 12,…., -176 সমান্তৰ প্ৰগতিৰ মধ্যপদ- 

(a) -74

(b) -76

(c) -78

(d) -80

উত্তৰঃ (b), (d).

2. তলৰ কোন কেইটা এটা সমান্তৰ প্ৰগতিৰ n তম পদটো সাধাৰণ পদ, যাৰ সাধাৰণ অন্তৰ 3।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) 7n-8 

(b) 13n + 7

(c) (6n+14)/2  

(d) 3n-17

উত্তৰঃ (c), (d).

3. 0, -4, -8, -12 সমান্তৰ প্ৰগতিটোৰ 26 তম পদটো হ’ল-

(a) -96

(b) -100

(c) -104

(d) -108

উত্তৰঃ (b) -100

4. এটা সমান্তৰ প্ৰগতিৰ 6তম পদটো 35 যাৰ সাধাৰণ অন্তৰ -৪। ইয়াৰ প্ৰথম পদটো –

(a) 115

(b) 75

(c) -272

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) 75

5. √27, √48, √75 সমান্তৰ প্ৰগতিটোৰ পিছৰ পদটো –

(a) √105

(b) √107

(c) √108

(d) √147

উত্তৰঃ (c) √108

6. 1,-1,-3,………সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ-

(a) 0

(b) 2

(c) 6-2

(d) 1

উত্তৰঃ (b) 2

7. তলৰ কোনকেইটা এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ পদ অর্থাৎ, n তম পদ?

(a) 2n – 3

(b) (n/2)-7

(c) (n²+3)/n

(d) -3n+2

উত্তৰঃ (b), (c).

8. যদি প্রথম পদ n আৰু সাধাৰণ অন্তৰ d তেন্তে চতুর্থ পদটো হ’ব- 

(a) a+d

(b) a+2d

(c) a+3d

(d) a+4d

উত্তৰঃ (c) a+3d.

9. যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্রমিক পদ হয় তেন্তে a ৰ মান হ’ব-

(a) 7/5

(b) 5/4

(c) 9/5

(d) 5

উত্তৰঃ (a) 7/5.

10. a, b, c সমান্তৰ প্ৰগতিত থাকিলে সমান্তৰ মাধ্য হ’ব- 

(a) (a – b)/2

(b) (a + c)/2

(c) (b + c)/2  

(d) (a + b + c)/2

উত্তৰঃ (b) (a+c)/2

11. দুটা ওচৰা-ওচৰি পদৰ পৰা সাধাৰণ অন্তৰ উলিয়াবলৈ হ’লে- সংখ্যাবিলাক থাকিব লাগিব।

(a) উর্দ্ধক্রমত।

(b) অধক্ৰমত।

(c) সমান্তৰ প্ৰগতিত।

(d) তিনিওটা।

উত্তৰঃ (c) সমান্তৰ প্ৰগতিত।

12. 4. 3, 8, 13, 18, …………সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78?

(a) 12তম।

(b) 13তম।

(c) 15তম।

(d) 16তম।

উত্তৰঃ (d) 16তম।

13. যদি এটা সমান্তৰ প্ৰগতিৰ (p+q) তম পদটো m আৰু (p – q) তম পদটো n তেন্তে p তম পদটো কিমান?

(a) mn

(b) √mn

(c) 1/2 (m – n)

(d) 1/2 (m+n)

উত্তৰঃ (d) 1/2 (m+n)

14. 7, 13, 19,….. , 205 সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা কিমান?

(a) 33 টা।

(b) 34 টা।

(c) 45 টা।

(d) 15 টা।

উত্তৰঃ (d) 15 টা।

15. এটা সমান্তৰ প্ৰগতি 10, 7, 4,………. ৰ 30তম পদ আৰু সাধাৰণ অন্তৰ হল-

(a) 97 আৰু 7

(b) 77 আৰু -3

(c) -77 আৰু-3

(d) -87 আৰু -7

উত্তৰঃ (c) -77 আৰু-3

16. যদি P, Q, R আৰু S এটা সমান্তৰ প্ৰগতিত থাকে, তেন্তে R-Q =?

(a) S-P

(b) S-Q

(c) S-R

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (d) ওপৰৰ এটাও নহয়।

17. যদি এটা সমান্তৰ প্ৰগতিৰ a = 10 আৰু d = 10, তেন্তে প্ৰথম পদ চাৰিটা হব-

(a) 10, 30, 50, 60

(b) 10, 15, 20, 25

(c) 10, 20, 30, 40

(d) 10, 100, 1000, 10000

উত্তৰঃ (c) 10, 20, 30, 40

18. x-7, x-2, x + 3,… সমান্তৰ প্ৰগতিটোৰ 15 তম পদটো —

(a) x + 63

(b) x + 73

(c) x + 83

(d) x + 53 10

উত্তৰঃ (a) x + 63

19. তলৰ কোনটো সমান্তৰ প্ৰগতি?

(a) 2a-b, 2a, a + b,…

(c) a-2b, b, a + 2b, …

(b) a-b, a, a + b…

(d) a-b, 2a, a + b,…

উত্তৰঃ (b) a-b, a, a + b…

20. 1 ৰ পৰা 100 লৈ স্বাভাৱিক সংখ্যাৰ যোগফল-

(a) 5050

(b) 55

(c) 4550

(d) 5150

উত্তৰঃ (a) 5050

21. সমান্তৰ প্ৰগতিৰ aₙ =a+(n-1)d ৰ সাধাৰণ পদটো হল —

(a) aₙ

(b) a

(c) d

(d) n

উত্তৰঃ (a) aₙ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top