SEBA Class 10 Mathematics MCQ Chapter 7 স্থানাংক জ্যামিতি Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 7 স্থানাংক জ্যামিতি Notes and select need one.
SEBA Class 10 Mathematics MCQ Chapter 7 স্থানাংক জ্যামিতি Question Answer
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 7 স্থানাংক জ্যামিতি Solutions for All Subject, You can practice these here.
স্থানাংক জ্যামিতি
Chapter – 7
| MCQ |
1. A (5, 4) আৰু B (-2, 3) বিন্দুৰ পৰা x-অক্ষৰ ওপৰত সমান দূৰত্বত থকা বিন্দুটো-
(a) (2,0)
(b) (-2,0)
(c) (5,0)
(d) (3,0)
উত্তৰঃ (a) (2,0)
2. (0,0) আৰু (-8, 6) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল-
(a) 6
(b) 8
(c) 10
(d) 2
উত্তৰঃ (c) 10
3. A (1, 2) B (4, y), C (x, 6), D (3, 6) বিন্দুকেইটা সামান্তৰিকৰ শীৰ্ষ বিন্দু হ’লে (x,y) =
(a) (1,4)
(b) (3,6)
(c) (5,6)
(d) (6,3)
উত্তৰঃ (d) (6,3)
4. A (-3, 10) আৰু B (6, – 8) বিন্দু দুটা সংযোগী ৰেখাডালক C (- 1,6) তভাগ হোৱা অনুপাতটো-
(a) -2:7
(b) 7:2
(c) 2:7
(d) -7:2
উত্তৰঃ (c) 2:7
5. (0,4), (0, 0) আৰু (3,0) শীর্ষবিন্দুবিশিষ্ট ত্রিভুজৰ পৰিসীমা-
(a) 15
(b) 8
(c) 1.0
(d) 12
উত্তৰঃ (d) 12
6. A (1,5) আক B (4,6) সংযোগী ৰেখাডালক লম্বভাবে সমদ্বিখণ্ডিত কৰা ৰেখাডালে অক্ষক কটা বিন্দুটো-
(a) (0, -13)
(b) (0,13)
(c) (0, 12)
(d) (13,0)
উত্তৰঃ (b) (0,13)
7. A (2, – 2) আক B (3, 7) সংযোগী ৰেখাক 2x + y – 4 = 0 ৰেখাডালে ছেদ কৰা অনুপাতটো-
(a) 4:9
(b) 4:7
(c) 2:9
(d) 3:7
উত্তৰঃ (c) 2:9
8. (7,-6) আক (3, 4) বিন্দু সংযোগী ৰেখাক 1: 2 ত অন্তভাবে কটাকটি কৰা বিন্দুটো থাকিব-
(a) I চোকত।
(b) II চোকত।
(c) III চোকত।
(d) IV চোকত।
উত্তৰঃ (d) IV চোকত।
9. যদি (2, 3) আৰু (x, y) বিন্দু সংযোগী ৰেখাডালৰ মধ্যবিন্দুটো মূল বিন্দু হয় তেনেহ’লে (x, y) বিন্দুটো-
(a) (-2, 3)
(b) (2, 3)
(c) (-2,-3)
(d) (2,-3)
উত্তৰঃ (c) (-2,-3)
10. যদি (3, 2), (6, 3), (x, y) আৰু (6,5) বিন্দুকেইটা এটা সামান্তৰিকৰ শীর্ষবিন্দু হয়, তেনেহ’লে x + y =
(a) 15
(b) 13
(c) 16
(d) 14
উত্তৰঃ (a) 15
11. তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা 10 একক দূৰত্বত নহয়?
(a) (-6,8)
(b) (8,-6)
(c) (6,4)
(d) (-6,-8)
উত্তৰঃ (c) (6,4)
12. যদি A (1, 2) O (0, 0) আৰু C (a, b) একেৰেখীয় হয়, তেনেহ’লে-
(a) a = -b
(b) a = b
(c) 2a = b
(d) a = 2b
উত্তৰঃ (b) a = b
13. (4, 6) আক (-7, -1) বিন্দু সংযোগী ৰেখাই অক্ষক ভাগ কৰা অনুপাতটো-
(a) 1:6
(b) 6:1
(c) 2:6
(d) 6:2
উত্তৰঃ (b) 6:1
14. তলৰ কোন দুটা বিন্দুৰ দূৰত্ব 2 একক?
(a) (4,-3) আৰু (2,-3)
(c) (7, 2) আৰু (6,2)
(b) (-2,-3) আৰু (-2,-4)
(d) (0,4) আৰু (6,0)
উত্তৰঃ (a) (4,-3) আৰু (2,-3)
15. যদি A (2, 6) আৰু B (5, 1) সংযোগী ৰেখাক C (k,4) বিন্দুটোৱে 2:3 অনুপাতত কাটে, তেনেহ’লে k =?
(a) 16
(b) 5
(c) 516
(d) 58
উত্তৰঃ (c) 516
16. x-অক্ষৰ পৰা (-3, 4) বিন্দুৰ দূৰত্ব-
(a) 3
(b) -3
(c) 5
(d) 4
উত্তৰঃ (d) 4
17. A (4, 2) আৰু B (8, 4) ৰেখাৰ ওপৰত যদি P (2,1) বিন্দুটো থাকে তেনেহ’লে-
(a) AP = 1/3AB
(b) AP = 1/2AB
(d) PB = 1/3AB
(d) AP = PB
উত্তৰঃ (b) AP = 1/2AB
18. যদি A (1, 3) B (- 1, 2) C (2,5) আৰু D (x, 4) বিন্দুকেইটা ABCD সামান্তৰিকটোৰ শীর্ষ বিন্দু হয়, তেনেহ’লে, x =
(a) 4
(b) 2
(c) 0
(d) 3
উত্তৰঃ (a) 4
19. P (x, 0) আৰু Q (3, -6) ৰ মাজৰ দূৰত্ব 10 একক। আৰু ধনাত্মক অখণ্ড সংখ্যা হ’লে x =
(a) 3
(b) 9
(c) 11
(d) 7
উত্তৰঃ (c) 11
20. triangle ABC ৰ মধ্যবিন্দুকেইটা সংযোগ কৰি পোৱা ত্রিভুজটোৰ কালি 2 বর্গ একক হ’লে triangle ABC ৰ কালি-
(a) 8
(b) 4
(c) 1
(d) 2
উত্তৰঃ (a) 8

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

