SEBA Class 10 Mathematics MCQ Chapter 6 ত্ৰিভুজ Question Answer

SEBA Class 10 Mathematics MCQ Chapter 6 ত্ৰিভুজ Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 6 ত্ৰিভুজ Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 6 ত্ৰিভুজ Question Answer

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 6 ত্ৰিভুজ Solutions for All Subject, You can practice these here.

ত্ৰিভুজ

Chapter – 6

MCQ

1. ∆ABC ত D আৰু E ক্ৰমে AB আৰু AC ৰ ওপৰত এনে বিন্দু যাতে DE || BC. যদি AD = 2.5cm, BD = 3.0cm আৰু AE = 3.75cm তেতিয়া AC =

(a) 7.25cm

(b) 8.25cm

(c) 8.75cm

(d) 7.75cm

2. ABC আৰু PQR ত্রিভুজৰ পৰিসীমা ক্ৰমে 38cm আৰু 24cm। যদি PQ = 10cm, তেতিয়া AB = ?

(a) 10cm

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(b) 20cm

(c) 25cm

(d) 15cm

উত্তৰঃ (d) 15cm

3. এটা ৰম্বাচৰ কৰ্ণৰ দৈর্ঘ্য 24cm আৰু 32cm। ৰম্বাচটোৰ পৰিসীমা–

(a) 9cm

(b) 128cm

(c) 80cm

(d) 56cm

উত্তৰঃ (c) 80cm

4. 13 মিটাৰ আৰু 7 মিটাৰ ওখ খুঁটা দুটা উলম্বভাৱে 8 মিটাৰ দূৰত্বত অৱস্থিত। খুঁটা দুটাৰ শীর্ষবিন্দুৰ দুটাৰ দূৰত্ব–

(a) 9cm

(b) 10cm

(c) 11m

(d) 12m

উত্তৰঃ (b) 10cm

5. এটা ত্রিভুজৰ শীৰ্ষৰ পৰা ভূমিলৈ টনা লম্বই ভূমিক সমানে দুভাগ কৰে। তেতিয়া ত্রিভুজটো–

(a) সমকোণী ত্রিভুজ।

(b) সমদ্বিবাহু ত্রিভুজ।

(c) সুষমবাহু ত্রিভুজ।

(d) বিষমবাহু ত্রিভুজ।

উত্তৰঃ (b) সমদ্বিবাহু ত্রিভুজ।

6. এটা ত্রিভুজৰ এটা কোণৰ সমদ্বিখণ্ডকে তাৰ বিপৰীত বাহুক সমদ্বিখণ্ডিত কৰিলে ত্রিভুজটো–

(a) সুষম বাহু ত্রিভুজ।

(b) সমবাহু ত্রিভুজ।

(c) সমদ্বিবাহু ত্রিভুজ।

(d) সমকোণী ত্রিভুজ।

উত্তৰঃ (c) সমদ্বিবাহু ত্রিভুজ।

7. উলম্বভাৱে থকা 6 মিটাৰ দৈৰ্ঘ্যৰ খুঁটা এটাৰ ছাঁৰ দৈর্ঘ্য 3.6 মিটাৰ। সেই একে সময়তে 18 মিটাৰ ছাঁৰ দৈর্ঘ্য হোৱা স্তম্ভ এটাৰ উচ্চতা কিমান হ’ব?

(a) 10.8 m

(b) 28.8 m

(c) 32.4 m

(d) 30 m

উত্তৰঃ (d) 30 m

8. চিত্ৰত QA আৰু PB, AB ৰ ওপৰত লম্ব। যদি AO = 10cm, BO = 6cm আৰু PB = 9cm, তেতিয়া AQ =

(a) 12cm

(b) 15cm

(c) 13cm

(d) 14cm

উত্তৰঃ (b) 15cm

9. ABC ত্রিভুজত D আৰু E ক্ৰমে AB আৰু AC ৰ ওপৰত এনে বিন্দু যাতে DE || BC. যদি AD = 7.25cm, BD = 3.0cm আৰু AE = 3.75cm, তেতিয়া AC = 

(a) 7.25cm

(b) 8.25cm

(c) 8.75cm

(d) 7.75

উত্তৰঃ (b) 8.25cm

10. ∆ABC ∠A = 90°, AB = 3cm, BC = 5cm আৰু AD⏊BC হ’লে AD ৰ দৈৰ্ঘ্য হ’ব–

(a) 5/2

(b) 12/5

(c) 5/12

(d) ∫39/2

উত্তৰঃ (b) 12/5

11. এজন মানুহে 24 মিটাৰ পশ্চিম দিশলৈ গৈ তাৰ পৰা 10 মিটাৰ উত্তৰ দিশলৈ যায়। মানুহজনে আৰম্ভ কৰা স্থানৰ পৰা কিমান দূৰত্বত আছে?

(a) 34m

(b) 17m

(c) 26m

(d) 28m

উত্তৰঃ (c) 26m

12. এটা সমকোণী ত্রিভুজৰ অতিভূজৰ দৈর্ঘ্য 25 ছে.মি.। বাকী বাহু দুটাৰ এটাৰ দৈর্ঘ্য আনটোতকৈ 5 ছে.মি. বেছি। এই বাহু দুটাৰ দৈর্ঘ্য–

(a) 10cm, 15cm

(b) 15cm, 20cm

(c) 12cm, 17cm

(d) 13cm, 18cm

উত্তৰঃ (b) 15cm, 20cm

13. এটা ত্রিভুজৰ বাহুৰ মধ্যবিন্দুকেইটা সংযোগ কৰাত চাৰিটা ত্রিভুজ পোৱা গ’ল, ইয়াৰ প্ৰত্যেকেই–

(a) আগৰ ত্রিভুজটোৰ সর্বাঙ্গসম।

(b) আগৰ ত্রিভুজটোৰ সদৃশ।

(c) এটা সমদ্বিবাহু ত্রিভুজ।

(d) এটা সমবাহু ত্রিভুজ।

উত্তৰঃ (b) আগৰ ত্রিভুজটোৰ সদৃশ।

14. ABC আৰু BDE দুটা সমবাহু ত্রিভুজ যাতে D, BC ৰ মধ্যবিন্দু। ∆ABC আৰু ∆BDE ৰ কালিৰ অনুপাত–

(a) 1:2

(b) 2:1

(c) 1:4

(d) 4:1

উত্তৰঃ (d) 4:1

15. চিত্রত, ∠BAC = 90° আৰু AD ⏊ BC। তেতিয়া

(a) BC . CD = BC²

(b) AB . AC = BC²

(c) BD . CD = AD²

(d) AB . AC = AD²

উত্তৰঃ (c) BD . CD = AD²

16. ∆ABC ত দিয়া আছে যে AB/AC = BD/DC। যদি <B = 70° আৰু <C = 50° তেতিয়া <BAD = ?

(a) 30°

(b) 40°

(c) 45°

(d) 50°

উত্তৰঃ (a) 30°

17. ত্রিভুজ ABC ত দিয়া আছে যে AD, ∠A ৰ অন্তঃসমদ্বিখণ্ডক। যদি AB = 10cm, AC = 14cm আৰু BC = 6cm, তেন্তে CD = ?

(a) 4.8cm

(b) 3.5cm

(c) 7cm

(d) 10.5cm

উত্তৰঃ (b) 3.5cm

18. এটা ৰম্বাচৰ বাহুৰ দৈর্ঘ্য 10 ছে.মি. আৰু কৰ্ণ 12 ছে.মি.। দ্বিতীয় কৰ্ণডালৰ দৈৰ্ঘ্য–

(a) 20cm

(b) 18cm

(c) 16cm

(d) 22cm

উত্তৰঃ (c) 16cm

19. এটা চতুর্ভুজৰ ক্ৰমিক বাহুকেইটাৰ মধ্যবিন্দু সংযোগ কৰি পোৱা চতুর্ভুজটো–

(a) এটা সামান্তৰিক।

(b) এটা আয়ত।

(c) এটা বর্গ।

(d) এটা বম্বাছ।

উত্তৰঃ (a) এটা সামান্তৰিক।

20. যদি এটা চতুর্ভুজৰ কৰ্ণদুডালে পৰস্পৰ সমানুপাতত বিভক্ত হয় তেনেহ’লে চতুর্ভুজটো–

(a) সামান্তৰিক।

(b) ট্রেপিজিয়াম।

(c) আয়ত।

(d) বর্গ।

উত্তৰঃ (b) ট্রেপিজিয়াম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top