SEBA Class 10 Mathematics MCQ Chapter 14 পৰিসংখ্যা Question Answer

SEBA Class 10 Mathematics MCQ Chapter 14 পৰিসংখ্যা Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 14 পৰিসংখ্যা Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 14 পৰিসংখ্যা Question Answer

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 14 পৰিসংখ্যা Solutions for All Subject, You can practice these here.

পৰিসংখ্যা

Chapter – 14

MCQ

1. এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্রমে 33 আৰু 45 হ’লে, মাধ্য হ’ব–

(a) 11

(b) 71

(c) 82

(d) 130

উত্তৰঃ (c) 82

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

2. এটা বণ্টনৰ পৰা বহুলকৰ লৈখিক প্রকাশ–

(a) এটা বাৰাংবাৰতা বক্র।

(b) এটা বাৰংবাৰতা বহুভুজ।

(c) এটা স্তম্ভলেখ।

(d) এটা অ’জিভ।

উত্তৰঃ (c) এটা স্তম্ভলেখ।

3. সংঘবদ্ধ তথ্যৰ পৰা মাধ্য উলিয়াবলৈ আমি ধৰি লোৱা বাৰংবাৰতাবোৰ–

(a) শ্ৰেণী অন্তৰালৰ ভিতৰত বিস্তৃত।

(b) শ্রেণী অন্তৰালৰ মধ্যবিন্দু।

(c) শ্ৰেণী অন্তৰালৰ নিম্নসীমা।

(d) শ্রেণী অন্তৰালৰ উচ্চসীমা।

উত্তৰঃ (b) শ্রেণী অন্তৰালৰ মধ্যবিন্দু।

4. বাৰংবাৰতা বণ্টনৰ পৰা মাধ্য আৰু বহুলক ক্রমে 28 আৰু 16 পোৱা গ’ল। তেন্তে মধ্যমা–

(a) 22

(b) 23.5

(c) 24

(d) 24.5

উত্তৰঃ (c) 24

5. সঞ্চয়ী বাৰংবাৰতা তালিকা নিৰ্ণয় কৰাৰ বাবে উপযোগী–

(a) মাধ্য।

(b) মধ্যমা।

(c) বহুলক।

(d) সকলোবোৰ।

উত্তৰঃ (b) মধ্যমা।

6. যদি x, x + 3, x + 6, x + 9 আৰু x + 12 ৰ মাধ্য 10 হয়, তেন্তে x ৰ মান–

(a) 5

(b) 4

(c) 9

(d) 8

উত্তৰঃ (b) 4

7. যদি ‘তাতকৈ কম’ আৰু ‘তাতকৈ বেছি’ অ’জিভ দুডালে পৰস্পৰ (20.5, 15.5) বিন্দুত কটাকটি কৰে তেন্তে তথ্যসমূহৰ মধ্যমা–

(a) 5.5

(b) 15.5

(c) 20.5

(d) 36.0

উত্তৰঃ (c) 20.5

8. তলৰ কোনটো কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ নহয়?

(a) মাধ্য।

(b) বহুলক।

(c) মধ্যমা।

(d) পৰিসৰ।

উত্তৰঃ (d) পৰিসৰ।

9. তাতকৈ কম আৰু তাতকৈ বেছি সঞ্চয়ী বাৰংবাৰতা গ্রাফে কটাকটি কৰা বিন্দুটোৰ ভূজ–

(a) মাধ্য।

(b) মধ্যমা।

(c) বহুলক।

(d) এটাও নহয়।

উত্তৰঃ (b) মধ্যমা।

10. বাৰংবাৰতা বণ্টনৰ পৰা মধ্যমা আৰু বহুলক ক্রমে 26 আৰু 29। তেতিয়া মাধ্য–

(a) 27.5

(b) 24.5

(c) 28.4

(d) 25.8

উত্তৰঃ (b) 24.5

11. তলৰ কোনটো কেন্দ্ৰীয় প্রবৃত্তিৰ মাপে অসীমভাৱে মান প্রভাৱিত কৰে?

(a) মাধ্য।

(b) মধ্যমা।

(c) বহুলক।

(d) এটাও নহয়।

উত্তৰঃ (a) মাধ্য।

12. এজন ব’লাৰে 8 খন ক্রিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ: 3, 2, 0, 1, 6, 2, 1, 2 তথ্যখিনিৰ বহুলক হ’ব–

(a) 3

(b) 6

(c) 2

(d) 1

উত্তৰঃ (c) 2

13. এটা বণ্টনৰ পৰা লৈখিকভাৱে মধ্যমা পোৱাৰ বাবে সহায় কৰে–

(a) এটা স্তম্ভলেখ।

(b) এটা বাৰংবাৰতা বক্ৰ।

(c) এটা বাৰংবাৰতা বহুভুজ।

(d) অ’জিভ।

উত্তৰঃ (d) অ’জিভ।

14. মাধ্য, বহুলক আৰু মধ্যমাৰ সম্পৰ্ক–

(a) বহুলক = (3 × মাধ্য) – (2x মধ্যমা)

(b) বহুলক (3 × মাধ্যমা) – (2 × মাধ্য)

(c) মধ্যমা = (3 × মাধ্য) – (2 × বহুলক)

(d) মাধ্য = (3 × মাধ্যমা) – (2 × বহুলক)

উত্তৰঃ (b) বহুলক (3 × মাধ্যমা) – (2 × মাধ্য)

15. তলৰ কোনটো লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰি?

(a) মাধ্য।

(b) মধ্যমা।

(c) বহুলক।

(d) এটাও নহয়।

উত্তৰঃ (a) মাধ্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top