🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 10 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Question Answer

SEBA Class 10 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Question Answer

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Solutions for All Subject, You can practice these here.

পৃষ্ঠকালি আৰু আয়তন

Chapter – 13

MCQ

1. প্রত্যেকৰ আয়তন 64m³ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ’ল। চৌপলটোৰ পৃষ্ঠকালি হ’ল- 

(a) 48 cm²

(b) 64 cm² 

(c) 80 cm²

(d) 160 cm² 

উত্তৰঃ (d) 160 cm²

2. দুটা গোলকৰ আয়তনৰ অনুপাত 64: 27। সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ’ব-

(a) 1: 2 

(b) 2 : 3 

(c) 9 :16

(d) 16 : 9

উত্তৰঃ (d) 16:9

3. এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ’লে, গোলকটোৰ ব্যাস হ’বঃ

(a) 3 একক।

(b) 6 একক।

(c) 2 একক।

(d) 4 একক।

উত্তৰঃ (b) 6 একক।

4. 4 ছে. মি. ব্যাসার্দ্ধৰ সীহৰ বল এটাৰ পৰা 2 ছে. মি. ব্যাসার্দ্ধৰ কিমানটা বল পাৰ পাৰি? 

(a) 1 

(b) 2

(c) 4 

(d) 8

উত্তৰঃ (d) 8 

5. এটা গোলকৰ আয়তন 288πcm³ গোলকটোৰ ব্যাসার্দ্ধ-

(a) 2 cm 

(b) 4 cm

(c) 6 cm

(d) 8 cm

উত্তৰঃ (c) 6cm

6. এটা গোটা লোহা আয়তীয় ঘনকৰ সমতল 49 cm × 33 cm × 24 cm ভাঙি এটা গোটা গোলক বনালে তাৰ ব্যাসার্দ্ধ-

(a) 25 cm

(b) 21 cm 

(c) 19 cm 

(d) 23 cm

উত্তৰঃ (b) 21 cm 

7. এটা বেলুন আৰু এটা শংকুৰ ভূমি ব্যাসার্দ্ধৰ অনুপাত 3 : 4 আৰু সিহঁতৰ উচ্চতাৰ অনুপাত 2 : 3 হ’লে বেলুন আৰু শংকু দুটাৰ কালিৰ অনুপাত- 

(a) 8 : 9 

(b) 9 : 8 

(c) 5 : 7 

(d) 7 : 5 

উত্তৰঃ (b) 9 : 8

৪. এটা ধাতুৰ গোলকৰ ব্যাস 6 ছে. মি.। ইয়াক ভাঙি 2 ছে. মি. ব্যাসৰ এডাল তাঁৰ তৈয়াৰ কৰা হ’ল। তাঁৰডালৰ দৈর্ঘ্য-

(a) 12 cm

(b) 18 cm

(c) 36 cm

(d) 66 cm

উত্তৰঃ (c) 36 cm

 9. একে উচ্চতাৰ এটা বেলুন আৰু শংকুৰ ভূমি ব্যাসার্দ্ধৰ অনুপাত 3 : 4। সিহঁতৰ আয়তনৰ অনুপাত-

(a) 9 : 8

(b) 9 : 4 

(c) 3 : 1 

(d) 27 : 16 

উত্তৰঃ (d) 27 : 16

10. এটা শংকু, ইয়াৰ অক্ষৰ মধ্যবিন্দুত দুটা ভাগত ভাগ হ’লে ওপৰৰ অংশ আৰু শংকুটোৰ আয়তনৰ অনুপাত-

(a) 1 : 2

(b) 1 : 4

(c) 1 : 6

(d) 1 : 8 

উত্তৰঃ (d) 1 : 8 

11. এটা x ছে. মি.ৰ ব্যাসাৰ্দ্ধৰ গোলক ভাঙি এটা x ছে. মি. ব্যাসার্দ্ধৰ গোটা শংকু বনোৱা হ’ল। শংকুটোৰ উচ্চতা- 

(a) 3x cm

(b) x cm 

(c) 4x cm 

(d) 2x cm 

উত্তৰঃ (c) 4x cm 

12. এটা 6 ছে মি. ব্যাসৰ গোলক ভাঙি 4 ছে মি. ব্যাসার্দ্ধৰ এডাল তাঁৰ বনোৱা হল। তাঁৰডালৰ দৈর্ঘ্য-

(a) 900 cm

(b) 90 cm

(c) 900 m

(d) 225 cm

উত্তৰঃ (d) 225 cm

13. 1 ছে মি. দৈর্ঘ্যৰ বাহুৰ ধাতুৰ ঘনক এটা ভাঙি 4 ছে. মি. ব্যাসৰ এডাল তাঁৰ বনোৱা হ’ল। তাঁৰডালৰ দৈৰ্ঘ্য-

(a) 100/π cm 

(b) 100π cm 

(c) 25/π cm 

(d) 10000 cm 

উত্তৰঃ (c) 25/π cm

14. এটা শংকু আৰু এটা বেলুনৰ ব্যাস আৰু উচ্চতা সমান হ’লে সিহঁতৰ আয়তনৰ অনুপাত- 

(a) 3 : 1

(b) 1 : 3

(c) 1 : 2 

(d) 2 : 1 

উত্তৰঃ (b) 1 : 3

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top