SEBA Class 10 Mathematics MCQ Chapter 12 অংকন Question Answer

SEBA Class 10 Mathematics MCQ Chapter 12 অংকন Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 12 অংকন Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 12 অংকন Question Answer

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 12 অংকন Solutions for All Subject, You can practice these here.

অংকন

Chapter – 12

MCQ

1. 24 ছে. মি. আরু 7 ছে. মি. বিশিষ্ট দুটা বৃত্তৰ কালি আন এটা বৃত্তৰ কালিৰ সমান হ’লে নতুন বৃত্তটোৰ ব্যাস-

(a) 31 cm

(b) 25 cm

(c) 50 cm

(d) 62 cm

উত্তৰঃ (b) 25 cm

2. এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি কৰিলে ইয়াৰ কালি বৃদ্ধি হ’ব-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(a) 82%

(b) 80%

(c) 96%

(d) 40%

উত্তৰঃ (c) 96%

3. এটা বৃত্তৰ কালি 38.5cm² বৃত্তটোৰ পৰিসীমা-

(a) 22 cm

(b) 12.1 cm

(c) 11 cm

(d) 6.2 cm

উত্তৰঃ (a) 22 cm

4. এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হ’লে সিহঁতৰ কালিৰ অনুপাত

(a) 4:π

(b) π:4

(c) π:7

(d) 7:π

উত্তৰঃ (b) π:4

5. 6 ছে. মি. বাহুবিশিষ্ট বৰ্গ এটাৰ বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ’ব-

(a) 36π cm²

(b) 9π cm²

(c) 12π cm²

(d) 18π cm²

উত্তৰঃ (b) 9π cm²

6. এটা বৃত্তৰ ব্যাসার্দ্ধ 30% হ্ৰাস কৰিলে ইয়াৰ কালি হ্রাস হ’ব-

(a) 45%

(b) 60%

(c) 30%

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (d) ইয়াৰ এটাও নহয়।

7. দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ কালি 1386cm² আৰু 962.5cm² বৃত্তদুটাৰ মাজৰ আঙঠিটোৰ প্ৰস্থ-

(a) 3.5 cm

(b) 2.8 cm

(c) 4.2 cm

(d) 3.8 cm

উত্তৰঃ (a) 3.5 cm

8. এটা বৃত্তৰ কালি 497cm² ইয়াৰ পৰিসীমা-

(a) 7π cm

(b) 21π cm

(c) 14π cm

(d) 28π cm

উত্তৰঃ (c) 14π cm

9. 36 ছে. মি. আৰু 26 ছে. মি. ব্যাসবিশিষ্ট দুটা বৃত্তৰ পৰিধিৰ সমান এটা নতুন বৃত্ত হ’লে বৃত্তটোৰ ব্যাসার্দ্ধ-

(a) 16 cm

(b) 42 cm

(c) 28 cm

(d) 56 cm

উত্তৰঃ (c) 28 cm

10. দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ব্যাসার্দ্ধ ক্রমে 19 ছে. মি. আৰু 16 ছে. মি.। বৃত্ত দুটাৰ ভিতৰত থকা আঙঠিটোৰ কালি-

(a) 330 cm²

(b) 320 cm²

(c) 332 cm²

(d) 340 cm²

উত্তৰঃ (a) 330 cm²

11. বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্দ্ধৰ পাৰ্থক্য 37 cm। বৃত্তটোৰ কালি-

(a) 111 cm²

(b) 184 cm²

(c) 259 cm²

(d) 154 cm²

উত্তৰঃ (d) 154 cm²

12. R₁আৰু R ব্যাসার্দ্ধ বিশিষ্ট দুটা বৃত্তৰ পৰিসীমা আন এটা বৃত্তৰ পৰিসীমাৰ সমান হ’লে, সেই বৃত্তটোৰ ব্যাসার্দ্ধ R = ?

(a) R₁ + R₂ = R

(b) R₁+ R₂ < R

(c)  R₁+ R₂ > R

(d) এটাও নহয়।    

উত্তৰঃ (a) R₁ + R₂ = R

13. এটা বৃত্তৰ পৰিধি 44 ছে.মি. হ’লে, ইয়াৰ কালি হ’ব-

(a) 154 cm²

(b) 44 cm²

(c) 176 cm²

(d) 276 cm²

উত্তৰঃ (a) 154 cm²

14. এটা ঘনকৰ পৃষ্ঠকালি 600m² ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হ’ল- 

(a) 16 m

(b) 10 m

(c) 8 m

(d) 17 m

উত্তৰঃ (b) 10 m

15. এটা বৰ্গৰ কালি আৰু বৃত্তৰ কালি সমান। সিহঁতৰ পৰিসীমাৰ অনুপাত-

(a) 2:π

(b) 1:1

(c) √π:2

(d) π:2

উত্তৰঃ (c) √π:2

16. বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্রী মাপ θ। বৃত্তকলাটোৰ এটা চাপৰ দৈর্ঘ্য-

(a) θπr/90

(b) θπr/360

(c) θπr/180

(d) θπr270

উত্তৰঃ  (c) θπr/180

17. যদি বৃত্তৰ ব্যাসার্ধ 7 মিটাৰ হয়, তেন্তে বৃত্তৰ পৰিসৰ কিমান?

(a) 22 মিটাৰ।

(b) 21মিটাৰ।

(c) 14 মিটাৰ।

(d) 44 মিটাৰ।

উত্তৰঃ (d) 44মিটাৰ।

18. এক বৃত্তৰ ব্যাস 10 মিটাৰ। সেই বৃত্তৰ ক্ষেত্ৰফল কিমান?

(a) 100π বৰ্গ মিটাৰ।

(b) 50π বৰ্গ মিটাৰ।

(c) 25π বৰ্গ মিটাৰ।

(d) 75π বৰ্গ মিটাৰ।

উত্তৰঃ (b) 50π বৰ্গ মিটাৰ।

19. যদি বৃত্তৰ পৰিসৰ 31.4 মিটাৰ হয়, তেন্তে বৃত্তৰ ব্যাসাৰ্ধ কিমান? (π = 3.14 ধৰি লোৱা হ’ব)

(a) 15 মিটাৰ।

(b) 10 মিটাৰ।

(c) 5 মিটাৰ।

(d) 20 মিটাৰ।

উত্তৰঃ (c) 5 মিটাৰ।

20.  বৃত্তীয় আকাৰৰ পথাৰ এখনৰ পৰিসীমা 242m। পথাৰখনৰ কালি-

(a) 9317m²

(b) 18634m²

(c) 4658.5m²

(d) এটাও নহয়।

উত্তৰঃ (c) 4658.5m²

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top