🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 10 Mathematics MCQ Chapter 10 বৃত্ত Question Answer

SEBA Class 10 Mathematics MCQ Chapter 10 বৃত্ত Question Answer in Assamese Medium, Class 10 General Maths Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Mathematics MCQ Chapter 10 বৃত্ত Notes and select need one.

SEBA Class 10 Mathematics MCQ Chapter 10 বৃত্ত Question Answer

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 10 Mathematics MCQ Chapter 10 বৃত্ত Solutions for All Subject, You can practice these here.

বৃত্ত

Chapter – 10

MCQ

1. 5 চে.মি. ব্যাসার্দ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P ত টনা এডাল স্পর্শক PQ য়ে কেন্দ্র O ৰ মাজেৰে যোৱা এডাল ৰেখাই Q বিন্দুত লগ লাগে যাতে OQ = 12 চে.মি.। PQ ৰ দৈৰ্ঘ্য হ’লঃ

(a) 12cm

(b) 13cm

(c) 8.5 cm

(d) √119

উত্তৰঃ (d) √119

2. এটা বিন্দু Q ৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চে.মি. আৰু কেন্দ্ৰৰ পৰা Q ৰ দূৰত্ব 25 চে.মি. বৃত্তটোৰ ব্যাসাৰ্দ্ধ হ’ল—

(a) 7cm

(b) 12cm

(c) 15cm

(d) 24.5 cm

উত্তৰঃ (a) 7cm

3. এটা বৃত্তৰ বহিবিন্দুৰপৰা টানিব পৰা স্পৰ্শকৰ সংখ্যা—

(a) 1

(b) 2

(c) 3

(d) 4

উত্তৰঃ (b) 2

4. চিত্রত, O কেন্দ্ৰীয় বৃত্তৰ RQ এডাল স্পর্শক। যদি SQ = 6 cm আৰু QR = 4 cm তেতিয়া OR = ?

(a) 2.5cm

(b) 3cm

(c) 5cm

(d) 8cm

উত্তৰঃ (c) 5cm

5. চিত্রত, O কেন্দ্ৰীয় বৃত্তৰ PT স্পর্শক। যদি or = 6 cm আৰু OP = 10 cm তেনেহ’লে PT স্পৰ্শকৰ দৈৰ্ঘ্য—

(a) 8 cm

(b) 10 cm

(c) 12 cm

(d) 5 cm

উত্তৰঃ (a) 8 cm

6. যদি এডাল জ্যা AB য়ে বৃত্তৰ কেন্দ্ৰত 60° কোণ উৎপন্ন কৰে তেতিয়া A আৰু B বিন্দুৰ পৰা টনা স্পর্শক দুডালে উৎপন্ন কৰা কোণৰ পৰিমাণ—

(a) 30°

(b) 60°

(c) 90°

(d) 120°

উত্তৰঃ (d) 120°

7. O কেন্দ্ৰীয় বৃত্তৰ P বিন্দুত PQ স্পর্শক। যদি ∆OPQ এটা সমদ্বিবাহু ত্রিভুজ হয়, তেনেহ’লে ∠OQP =?

(a) 30°

(b) 45°

(c) 60°

(d) 90°

উত্তৰঃ (b) 45°

8. চিত্রত, O কেন্দ্ৰীয় ৪ ছে. মি. ব্যাসার্দ্ধযুক্ত বৃত্তৰ AB আৰু AC দুডাল স্পর্শক। যদি OA=17 ছে. মি., তেনেহ’লে AC ৰ দৈৰ্ঘ্য–

(a) 9

(b) 15

(c) √353

(d) 25

উত্তৰঃ (b) 15

9. চিত্রত, BC ৰ দৈর্ঘ্য–

(a) 7cm

(b) 10 cm

(c) 14 cm

(d) 15 cm

উত্তৰঃ (b) 10 cm

10. চিত্রত, O কেন্দ্রীয় বৃত্তৰ PQ জ্যা আৰু p বিন্দুত্ব PT স্পর্শক। যদি ∠POQ = 70°, তেন্তে ∠TPQ=?

(a) 35°

(b) 45

(c) 55°

(d) 70

উত্তৰঃ (a) 35°

11. O কেন্দ্ৰীয় বৃত্তৰ PA আৰু PB দুডাল স্পর্শক যাতে ∠AOB = 110°। তেন্তে ∠APB =?

(a) 55°

(b) 60°

(c) 70°

(d) 90

উত্তৰঃ (c) 70°

12. চিত্রত, C কেন্দ্রীয় বৃত্তৰ বহিঃবিন্দু P ৰ পৰা PA আৰু PB দুডাল স্পর্শক। বৃত্তটোৰ ব্যাসাৰ্দ্ধ 4 ছে. মি.। যদি PA⊥PB, তেনেহ’লে প্ৰত্যেক স্পৰ্শকৰ দৈৰ্ঘ্য—

(a) 3 cm

(b) 4 cm

(c) 5 cm

(d) 6 cm

উত্তৰঃ (b) 4 cm

13. চিত্রত, O কেন্দ্রীয় বৃত্তৰ PA আৰু PB দুডাল স্পর্শক। যদি ∠APB = 60°, তেন্তে ∠OAB=?

(a) 15°

(b) 30

(c) 60°

(d) 90°

উত্তৰঃ (b) 30

14. ABCD চতুৰ্ভূজটোৱে এটা বৃত্তক অন্তঃভাৱে স্পৰ্শ কৰি আছে। যদি AB = 6cm BC = 7cm আৰু CD = cm তেন্তে AD ৰ দৈৰ্ঘ্য?

(a) 3cm

(b) 4cm

(c) 6cm

(d) 7cm

উত্তৰঃ (a) 3cm

15. চিত্ৰত, চতুৰ্ভুজ ABCD য়ে এটা বৃত্তৰ P, Q, R আৰু S বিন্দুত স্পৰ্শ কৰিছে। যদি AP = 5cm, BC = 7cm আৰু CS = 3cm, তেন্তে AB ৰ দৈৰ্ঘ্য—

(a) 9cm

(b) 10cm

(c) 12cm

(d) 8cm

উত্তৰঃ (a) 9cm

16. ABC সমকোণী ত্রিভুজৰ B সমকোণ। BC = 12 ছে. মি. আৰু AB = 5 ছে.মি.। ত্ৰিভুজটোৰ বাহুক স্পৰ্শ কৰি থকা বৃত্তটোৰ ব্যাসাৰ্দ্ধ—

(a) 1cm

(b) 2cm

(c) 3cm

(d) 4cm

উত্তৰঃ (b) 2cm

17. চিত্রত, O কেন্দ্ৰীয় বৃত্তৰ BOA ব্যাস আৰু P বিন্দুত টনা স্পৰ্শকে BA বৰ্দ্ধিতক T বিন্দুত কাটিছে। যদি ∠PBO = 30°, তেন্তে ∠PTA = ?

(a) 60°

(b) 30°

(c) 15°

(d) 45°

উত্তৰঃ (b) 30°

18. এটা বৃত্তলৈ দুডাল স্পর্শক টনা যাতে 45° কোণৰ উৎপন্ন কৰে। যদি ব্যাসার্দ্ধ দুডালৰ মূৰ বিন্দুত এডাল স্পর্শক টনা হয়, তেনেহ’লে দুয়োডালৰ মাজৰ কোণ—

(a) 105°

(b)135°

(c) 140°

(d) 145°

উত্তৰঃ (b) 135°

19. চিত্রত, দুটা বৃত্তই বহিঃবিন্দু T ত স্পৰ্শ কৰিছে আৰু ইয়াৰ সাধাৰণ স্পর্শক QR। T বিন্দুত টনা স্পর্শকডালে QR ৰ P বিন্দুত কাটিছে। যদি PT = 3.8 ছে. মি., তেন্তে QR ৰ দৈৰ্ঘ্য—

(a) 1.9cm

(b) 4.8cm

(c) 5.7cm

(d) 7.6cm

উত্তৰঃ (d) 7.6cm

20. চিত্ৰত, O কেন্দ্ৰীয় বৃত্তত PQ এডাল স্পৰ্শক। A স্পৰ্শবিন্দু। যদি ∠PAB = 67°, তেন্তে ∠AQB = ?

(a) 73°

(b) 64°

(c) 53°

(d) 44°

উত্তৰঃ (d) 44°

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top