SEBA Class 9 Mathematics Chapter 10 বৃত্ত Solutions, SEBA Class 9 Maths Textbook Notes in Assamese Medium, SEBA Class 9 Mathematics Chapter 10 বৃত্ত Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 9 Mathematics Chapter 10 বৃত্ত Notes and select needs one.
SEBA Class 9 Mathematics Chapter 10 বৃত্ত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Mathematics Chapter 10 বৃত্ত Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Mathematics Chapter 10 বৃত্ত Solutions for All Subject, You can practice these here.
বৃত্ত
Chapter – 10
অনুশীলনীঃ – 10.1 |
1. খালি ঠাই পূৰণ কৰা।
(i) বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ ________________ ত অৱস্থিত। (বহিঃভাগ/অন্তঃভাগ)
উত্তৰঃ অন্তঃভাগ।
(ii) এটা বৃত্তৰ কেন্দ্ৰৰপৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসার্দ্ধতকৈ বেছি হ’লে ই বৃত্তটোৰ ________________ ত অৱস্থিত। (বহিঃভাগ/অন্তঃভাগ)
উত্তৰঃ বহিঃভাগ।
(iii) এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ________________।
উত্তৰঃ ব্যাস।
(iv) এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হ’লে চাপটো এটা ________________।
উত্তৰঃ অর্ধবৃত্ত।
(v) এটা বৃত্তৰ বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু ________________ মধ্যবৰ্তীক্ষেত্ৰ।
উত্তৰঃ জ্যা।
(vi) এটা বৃত্তই বৃত্তটো থকা সমতলখনক ________________ ভাগত ভাগ কৰে।
উত্তৰঃ তিনিটা।
2. সঁচা বা মিছা লিখাঃ তোমাৰ উত্তৰৰ যুক্তি দিয়া।
(i) কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্যাসার্দ্ধ।
উত্তৰঃ সঁচা।
(ii) এটা বৃত্তৰ সীমিতসংখ্যকহে সমান জ্যা থাকে।
উত্তৰঃ মিছা।
(ⅲ) এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্রত্যেকেই এটা অধি চাপ হ’ব।
উত্তৰঃ মিছা।
(iv) এডাল জ্যা, যি বৃত্তৰ ব্যাসার্দ্ধৰ দুগুণ সেয়া বৃত্তটোৰ এডাল ব্যাস।
উত্তৰঃ সঁচা।
(v) এটা বৃত্তাংশ বৃত্তৰ জ্যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্র।
উত্তৰঃ মিছা।
(vi) এটা বৃত্ত সামতলিক আকাৰ।
উত্তৰঃ সঁচা।
অনুশীলনী – 10.2 |
1. মনত পেলোৱা যে দুটা বৃত্ত সর্বসম হ’ব যদি সিহঁতৰ ব্যাসার্দ্ধ একে হয়। প্রমাণ কৰা যে, সর্বসম বৃত্তৰ সমান জ্যাই কেন্দ্রত সমান কোণ উৎপন্ন কৰে।
উত্তৰঃ দুটা বৃত্তৰ ব্যাসার্দ্ধবোৰ সমান হ’লে বৃত্তদ্বয় সর্বাংগসম হ’ব।
দিয়া আছেঃ PQ আৰু RS দুটা সর্বাংগসম বৃত্তৰ সমান জ্যা।
C(O,r) আৰু C (O’,r) বৃত্ত দুটাৰ কেন্দ্ৰদ্বয়।
প্ৰমাণ কৰিব লাগে যে – ∠POQ = ∠ROS
প্রমাণঃ ∆POQ আৰু ∆ROS – ৰ OP = OQ = OR = OS (ব্যাসার্দ্ধ)
PQ = RS (প্রদত্ত)
∴ ∆POQ ≅ ∆ROS (SSS স্বীকার্য্য মতে)
∴ ∠POQ = ∠RO’S (প্রমাণিত)
2. প্ৰমাণ কৰা যে, যদি সর্বসম বৃত্তৰ জ্যাই কেন্দ্রত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবোৰ সমান।
উত্তৰঃ
দিয়া আছেঃ দুটা সর্বাংগসম বৃত্তৰ দুটা জ্যা হ’লঃ PQ আৰু RS। C (O,r) আৰু C(O’,r’) বৃত্ত দুটাৰ কেন্দ্র।
প্রমাণ কৰিব লাগে- PQ = RS
প্রমাণঃ ∆POQ আৰু ∆ROS ত্রিভুজ দুটাৰ
OP = OQ = OR = OS = r (ব্যাসার্দ্ধ)
∠POQ = ∠ROS [প্রদত্ত]
∴ ∆POQ ≅ ∆ROS (S – A – S স্বীকার্য্য মতে]
∴ PQ = RS (প্রমাণিত)।
অনুশীলনী – 10.3 |
1. পৰস্পৰ ছেদ কৰাকৈ আৰু নকৰাকৈ বিভিন্ন বৃত্তৰ যোৰ অংকন কৰা। প্রত্যেক যোৰ বৃত্তৰ কিমান সাধাৰণ বিন্দু আছে। বিন্দুৰ সৰ্ব্বোচ্চ সংখ্যা কি?
উত্তৰঃ
চিত্রঃ (i), (ii), (iii) ত বৃত্তবোৰ কটাকটি কৰা নাই।
চিত্রঃ (iv) আৰু (v) – ত বৃত্তবোৰে 1 টা বিন্দুক কাটিছে (স্পর্শ কৰিছে)।
(vi), বৃত্ত দুটাই পৰস্পৰ ২টা বিন্দুত কাটিছে।
বিন্দুৰ সৰ্বোচ্চ সংখ্যা অসীম।
2. ধৰা হ’ল, তোমালোকক এটা বৃত্ত দিয়া আছে। বৃত্তটোৰ কেন্দ্ৰ নির্ণয় কৰিবলৈ অংকন প্রণালী দিয়া।
উত্তৰঃ
বৃত্তটোত তিনিটা যিকোনো বিন্দু A, B আৰু C লোৱা হ’ল।
AB জ্যাৰ লম্বদ্বিখণ্ডক, PQ অঁকা হ’ল।
BC জ্যাৰ লম্বদ্বিখণ্ডক, ST অঁকা হ’ল।
এই দ্বিখণ্ডক দুডালে পৰস্পৰক O বিন্দুত কাটিছে। O, প্রদত্ত বৃত্তটোৰ কেন্দ্র।
3. যদি দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰে, প্ৰমাণ কৰা যে সিহঁতৰ কেন্দ্ৰৰ সাধাৰণ জ্যাৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত অৱস্থিত।
উত্তৰঃ
O আৰু O₁ কেন্দ্ৰীয় বৃত্ত দুটাই পৰস্পৰক A আৰু ও বিন্দুত কাটিছে। PQ, AB – ৰ লম্বদ্বিখণ্ডক। প্ৰমাণ কৰিব লাগে যে, O আৰু O₁, PQ – ৰ ওপৰত আছে। BO, AO, AO₁, BO₁ অঁকা হ’ল।
প্রমাণঃ ∆AOB আৰু ∆BOC – ৰ ক্ষেত্ৰত
AO = BO (একে বৃত্তৰ ব্যাসার্দ্ধ)
OC = CO (সাধাৰণ বাহু)
∴ AC = BC (তৃতীয় যোৰ বাহু)
∴ ∆AOC ≅ ∆BOC (SSS স্বীকাৰ্য্য মতে]
⇒ ∠OCA = ∠OCB
∴ ∠OCA + ∠OCB = 180°
সেয়ে ∠OCA = 90° = ∠OCB
অর্থাৎ OC⏊AB……….(i)
ΔΑO₁C আৰু ∆BO₁C – ৰ ক্ষেত্ৰত
AO₁ = BO₁ [একে বৃত্তৰ ব্যাসার্দ্ধ]
O₁C = CO₁ [সাধাৰণ বাহু]
∴ AC = BC
∆AO₁C ≅ ∆BO₁C
⇒ ∠O₁CA = 90° = ∠O₁BC
⇒ CO₁⏊ AB……… …. (ii)
(i) আৰু (ii) – ৰ পৰা প্ৰমাণিত হয় যে
OO₁⏊AB
অর্থাৎ PQ⏊AB (প্রমাণিত)
অনুশীলনী – 10.4 |
1. 2 ছে.মি. আৰু 3 ছে.মি. ব্যাসার্দ্ধৰ বৃত্ত দুটাই দুটা বিন্দুত কটাকটি কৰিছে আৰু সিহঁতৰ কেন্দ্ৰৰ দূৰত্ব 4 ছে.মি.। সাধাৰণ জ্যাডালৰ দৈৰ্ঘ্য নির্ণয় কৰা।
উত্তৰঃ
ধৰা হ’ল O কেন্দ্রীয় বৃত্তটোৰ ব্যাসার্দ্ধৰ 3 ছে.মি।
বৃত্ত দুটাই পৰস্পৰ A আৰু B বিন্দুত কৰিছে।
OO’, OA, O’A আৰু AB অঁকা হ’ল।
স্পষ্টতঃ AC⏊OO’ আৰু AC = BC
ΔAOC – ৰ পৰা পাঁও –
AC² = AO² – OC²
= 5² – OC²
= 25 – OC²………..(i)
ΔΑΟ’C – ৰ পৰা পাঁও –
AC² AO² – O’C²
= 3² – (OO’ – OC)²
= 9 – (4 – OC)²
= 9 – (16 + OC² – 8 × OC)
= 9 – 16 – OC² + 8 × OC
= – OC² + 8 × OC – 7 ………. (ii)
(i) আৰু (ii) তুলনা কৰি পাঁও –
25 – OC² = – OC² + 8 × OC – 7
⇒ 25 = 8 × OC – 7
⇒ 8 × OC = 25 + 7 = 32
⇒ OC = 32/8 = 4
OC – ৰ মান (i) নং ত বহুৱাই পাঁও –
AC² = 25 – 4² = 25 – 16 = 9
⇒ AC = 3
∴ AB = 2 × 3 = 6
∴ বৃত্ত দুটাৰ উমৈহতীয়া জ্যা (AB) – ৰ দৈর্ঘ্য 6 ছে.মি.।
2. যদি এটা বৃত্তৰ দুডাল সমান জ্যাই বৃত্তটোৰ ভিতৰত কটাকটি কৰে তেন্তে প্ৰমাণ কৰা যে, এডাল জ্যাৰ ৰেখাখও দুটা আনডালৰ অনুৰূপ ৰেখাখও দুটাৰ লগত সমান।
উত্তৰঃ
ধৰা হ’ল O কেন্দ্ৰীয় বৃত্তটোৰ AB আৰু CD সমান জ্যা দুডালে P বিন্দুত কটাকটি কৰিছে।
প্রমাণ কৰিব লাগে যে AP = CP আৰু BP = DP
BC আৰু DC অংকন কৰা হ’ল।
প্ৰমাণঃ একে জ্যাৰ ওপৰত আৰু একে দিশত অৱস্থিত হোৱাৰ বাবে-
∠BAD = ∠BCD
⇒ ∠PAD = ∠PCB…………. (i)
একেদৰে, ∠ABC = ∠ADC
⇒ PBC = ∠PDA………..….. (ii)
∆ABD ≅ ∆BCD
⇒ BC = AD………….(iii)
∴ (i) (ii) আৰু (ⅲ) – ৰ পৰা পাওঁ যে –
∆APD ≅ ∆CPB [ASA স্বীকাৰ্য্য মতে]
∴ AP = CP আৰু BP = DP (প্রমাণিত)।
3. যদি এটা বৃত্তৰ দুডাল সমান অ্যাই বৃত্তটোৰ ভিতৰত কটাকটি কৰে তেন্তে প্ৰমাণ কৰা যে, কেন্দ্র আৰু ছেদ বিন্দু সংযোগী ৰেখাই জ্যা দুডালৰ লগত সমান কোণ কৰে।
উত্তৰঃ
ধৰা হ’ল O কেন্দ্ৰীয় বৃত্তৰ AB, CD দুডাল সমান জ্যা আৰু ইহঁতে P বিন্দুত কটাকটি কৰিলে।
প্ৰমাণ কৰিব লাগে যে,
∠AOP = ∠COP
আৰু ∠DOP = ∠BOP.
BO আৰু DO অংকন কৰা হ’ল।
প্রমাণঃ ∆COP আৰু ΔΑΟΡ – ৰ।
CO = AO [একে বৃত্তৰ ব্যাসার্দ্ধ]
OP সাধাৰণ বাহু
∴ CP = AP [তৃতীয়মোৰ বাহু।
∴ ΔCΟΡ ≅ ΔΑΟΡ [SSS স্বীকাৰ্য্য মতে]
∴ ∠AOP = ∠COP………….. (i)
একেদৰে, ∆BOP আৰু ∆DOP – ৰ ক্ষেত্ৰত
BO = DO [একে বৃত্তৰ ব্যাসার্দ্ধ]
OP সাধাৰণ বাহু
⇒ BP = DP [তৃতীয়যোৰ বাহু]
∴ ∆BOP ≅ ∆DOP [SSS স্বীকার্য্য মতে]
∴ ∠BOP = ∠DOP………… (ii)
(i) আৰু (ii) – ৰ পৰা প্ৰমাণিত হ’ল যে –
∠AOP = ∠COP আৰু
∠BOP = ∠DOP. (প্রমাণিত)
4. যদি এডাল ৰেখাই দুটা ঐককেন্দ্রিক বৃত্ত (একে কেন্দ্রবিন্দুবিশিষ্ট বৃত্ত), যাৰ কেন্দ্র O ক A, B, C আৰু D বিন্দুত কটাকটি কৰে তেন্তে প্রমাণ কৰা যে, AB = CD [চিত্র 10.25 চোৱা)
উত্তৰঃ
AO, BO, CO, DO
আৰু OP⏊BC অঁকা হ’ল।
প্রমাণঃ ∆AOP আৰু ∆DOP পৰা পাওঁ –
AO = DO [একে বৃত্তৰ ব্যসার্দ্ধ)
OP সাধাৰণ বাহু
∴ BP = CP [তৃতীয়যোৰ বাহ]………..(ii)
এতিয়া (i) – ৰ পৰা (ii) বিয়োগ কৰি –
AP – BP = DP – CP
⇒ AB = CD (প্রমাণিত)
5. এখন উদ্যানত থকা 5 ছে. মি. ব্যাসার্দ্ধ বৃত্ত এটাত তিনিজনী ছোৱালী ৰেজিয়া, মেৰী আৰু নীলাক্ষীয়ে থিয় হৈ এটা খেল খেলিছে। ৰেজিয়াই এটা বল মেৰীলৈ, মেৰীয়ে নীলাক্ষীলৈ আৰু নীলাক্ষীয়ে ৰেজিয়ালৈ দলিয়াইছে। যদি ৰেজিয়া আৰু মেৰীৰ মাজৰ দূৰত্ব আৰু মেৰী আৰু নীলাক্ষীৰ মাজৰ দূৰত্ব 6 মি. কৈ হয়, নীলাক্ষী আৰু ৰেজিয়াৰ মাজৰ দূৰত্ব কিমান?
উত্তৰঃ
দিয়া আছেঃ OR + OS + OM = 5 ছে.মি.
RS = SM = 6 ছে.মি
RN – ৰ মান নির্ণয় কৰিব লাগে।
OT⏊RM অঁকা হ’ল।
∆STM – ৰ পৰা পাঁও –
MT² = SM² – ST² [∴ ST⏊RM]
MT² = SM² – ST²
= SM² -b(SO + OT)²
= 6² – (5 + OT)²
= 36 – (25 + 10 × OT + OT²)
= 11 – 10 × OT – OT²………… (i)
ΔΟΜΤ – ৰ পৰা পাওঁ –
MT² = OM² – OT²
= 5² – OT²…………(ii)
(i) আৰু (ii) – ৰ পৰা পাওঁ –
11 – 10 × OT – OT² = 25 – OT²
⇒ 10 × OT = 25 – 11 = 14
⇒ OT = 14/10 = 1.4
OT – ৰ মান (ii) ত বহুৱাই পাওঁ-
MT² = 5² – (1.4)²
= 25 – 1.96
= 23.04
∴ RM = 2 × MT
= 2 × 4.8 = 9.6 ছে.মি.
6. এখন বসতিস্থলত 20 মি. ব্যাসার্দ্ধ এখন বৃত্তাকাৰ উদ্যান আছে। তিনিটা ল’ৰা অংকুৰ, ছৈয়দ আৰু চন্দনে হাতত তাঁৰযুক্ত পুতলাফোন লৈ ইয়াৰ সীমাত সমদূৰত্বত বহি আছে ইজনে-সিজনৰ লগত কথা পাতিবলৈ। প্রতিটো ফোনৰ তাঁৰৰ দৈর্ঘ্য নির্ণয় কৰা।
উত্তৰঃ
তিনিটা ল’ৰা অংকুৰ, ছৈয়দ আৰু চন্দনৰ অৱস্থান হ’ল A, B আৰু C। এই তিনিটা বিন্দু একে দূৰত্বত আছে।
∴ AB = BC = AC = am (ধৰা হ’ল)
∴ সমান জ্যাবোৰৰ লম্ব দূৰত্ব কেন্দ্ৰৰ পৰা সমান।
∴ OD = OE = OF = xm ধৰা হ’ল-
AB, OB আৰু OC সংযোগ কৰা হ’ল।
এতিয়া, তিনিটা সর্বাংগসম ΔΟΑΒ, ΔΟΒC আৰু ∆AOC পোৱা গ’ল।
∴ ΔΑΟΒ = ΔΟΒC = ∆АОС………(i)
∴ am বাহুবিশিষ্ট ABC সমবাহু ত্রিভুজৰ কালি-
= ΔΑΟΒ + ΔΒΟС + ∆АОС……….. (ii)
⇒ ∆ABC – ৰ কালি = 3 ∆BOC – ৰ কালি [(i) আৰু (ii) ব্যৱহাৰ কৰি]
আকৌ, OE⏊BC
এতিয়া, সমকোণী ত্রিভুজ BEO – ৰ পৰা পাওঁ- OE² + BE² = OB² [পাইথাগোৰাছৰ সূত্রমতে]
⇒ x² = 100
⇒ x = 10 ছে.মি. …………(iv)
এতিয়া, (iii) – ৰ পৰা পাওঁ –
অনুশীলনী – 10.5 |
1. চিত্ৰ 10.36 ত A,B আৰু C তিনিটা বিন্দু O কেন্দ্র বিশিষ্ট বৃত্তত অৱস্থিত যাতে ∠BOC = 30° আৰু ∠AOB 60°। যদি বৃত্তটোৰ ABC চাপত নথকা D বিন্দু তেন্তে ∠ADC নির্ণয় কৰা।
উত্তৰঃ ∠AOC = ∠AOB + ∠BOC
⇒ ∠ACC = 60° + 30°
⇒ ∠AOC = 90°
এতিয়া, ∠AOC = 2 ∠ADC [∴ কেন্দ্রস্থ কোণ পৰিধি কোণৰ দুগুণ]
⇒ ∠ADC = 1/2∠AOC
∠ADC = 1/2 × 90°
∠ADC = 45°
2. এটা বৃত্তৰ এডাল জ্যা বৃত্তৰ ব্যাসার্দ্ধৰ সমান। জ্যাডালে উপ চাপটোৰ কোনো বিন্দুত আৰু অধি চাপটোৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ নির্ণয় কৰা।
উত্তৰঃ
ধৰা হ’ল AB হ’ল গৌণ চাপ।
∴ জ্যা AB = OA ব্যাসার্দ্ধ OB ব্যাসার্দ্ধ
∴ ∆AOB এটা সমবাহু ত্রিভুজ।
∴ ∠AOB = 60° [∴ সমবাহু ত্রিভুজৰ প্ৰতিটো কোণৰ পৰিমাণ = 60°]
এতিয়া, mAB + mBA = 360°
⇒ 60° + ∠BOA = 360°
⇒ ∠BOA = 300°
D হ’ল গৌণ চাপৰ ওপৰত হ’ল এটা বিন্দু।
∴ mBA = 2∠BDA
⇒ ∠B = 2∠BDA
⇒ ∠BDA = 1/2∠BOA
⇒ ∠BDA = 1/2 × 300°
⇒ ∠BDA = 150°
∴ গৌণ চাপ AB দ্বাৰা গঠিত D বিন্দুত কোণৰ পৰিমাণ = 150°
আকৌ, E হ’ল মুখ্যচাপ BA – ত থকা এটা বিন্দু।
∴ m AB = 2∠AEB
⇒ ∠AOB = 2∠AEB
⇒ ∠AEB = 1/2 ∠AOB
⇒ ∠AEB = 1/2 × 60°
⇒ ∠AEB = 30°
∴ E বিন্দুত গৌণ চাপ AB দ্বাৰা গঠিত কোণৰ পৰিমাণ = 30°
3. চিত্র 10.37 ত ∠PQR = 100° য’ত P,Q আৰু R,’O’ কেন্দ্রবিশিষ্ট বৃত্তৰ বিন্দু। ∠OPR নির্ণয় কৰা।
উত্তৰঃ
চিত্রত, PQR গৌণ চাপত Q এটা বিন্দু।
∴ MRP = 2∠PQR
⇒ ∠ROP = 2∠PQR
⇒ ∠ROP = 2 × 100°
⇒ ∠ROP = 200°
এতিয়া, mPR + mRP = 360°
⇒ ∠POR + ∠ROP = 360°
⇒ ∠POR + 200° = 360°
⇒ ∠POR = 360° – 200°
⇒∠POR = 160°………… (i)
∴ ∆OPR এটা সমদ্বিবাহু ত্রিভুজ।
∴ OP = OR (বৃত্তৰ ব্যাসার্ধ)
∴ ∠OPR = ∠ORP………. (ii)
∆OPR সমদ্বিবাহু ত্রিভুজত-
∠OPR + ∠ORP + ∠POR = 180°
⇒ ∠OPR + ∠ORP + 160° = 180° [(ⅰ) আৰু (ii) ব্যৱহাৰ কৰি]
⇒ 2∠OPR = 180 – 160°
⇒ 2∠OPR = 20°
⇒ ∠OPR = 20°/2
⇒ ∠OPR = 10°
4. চিত্র 10.38 ∠ABC = 69°, ∠ACB = 31°, ∠BDC নির্ণয় কৰা।
উত্তৰঃ ∆ABC – ত
∠RAC + ∠ABC + ∠ACB = 180°
∠BAC + 69° + 31° = 180°
∠BAC = 180°- 69° – 31°
∠BAC = 80°………. (i)
∴ A আৰু D বিন্দু একেই বৃত্ত চাপত অৱস্থিত।
∴ ∠BDC = ∠BAC
⇒ ∠BDC = 80° [(i) ব্যৱহাৰ কৰি]
5. চিত্র 10.39 ত A, B, C আৰু এটা বৃত্তৰ চাৰিটা বিন্দু। AC আৰু BD এ E বিন্দু কটাকটি কৰিছে যাতে ∠BEC = 130° আৰু ∠ECD = 20° হয়। ∠BAC নির্ণয় কৰা।
উত্তৰঃ চিত্ৰৰ পৰা পাওঁ-
⇒ ∠CED + ∠BED = 180° [সৰলৰৈখিক কোণ]
⇒ ∠CED + 130° – 180°
⇒ ∠CED = 180° – 130°
⇒ ∠CED = 50°……….(i)
∴ ∠AEB = ∠CED [বিপ্রতীপ কোণ]
⇒ ∠AEB = 50° [(i) ব্যৱহাৰ কৰি]
এতিয়া, ∠AEB = ∠CED
[∴ একে চাপে পৰিধিত উৎপন্ন কৰা কোণ দুটা সমান]
⇒ ∠ABD = 20º [∴ ACD = 20° (প্রদত্ত)]
∴ ΔΑΕΒ – ৰ
∠BAE + ∠ABE + ∠AEB = 180°
⇒ ∠BAE + 20° + 50° – 180°
⇒ ∠BAE = 180° – 70° = 110°
6. ABCD এটা চক্রীয় চতুর্ভুজ যাৰ কর্ণকেইডালে E বিন্দুত কটাকটি কৰে। যদি ∠DBC = 70°, ∠BAC = 30°, ∠BCD নির্ণয় কৰা। ইয়াৰোপৰি, যদি AB = BC, ∠ECD উলিওৱা।
উত্তৰঃ
∠BDC = ∠BAD
[∴ একে চাপে পৰিধিত উৎপন্ন কৰা কোণ দুটা সমান]
⇒ ∠BDC = 30° [∴ ∠BAC = 30°]
এতিয়া, ∆BCD – ৰ
∠BCD + ∠DBC + ∠BDC = 180°
⇒ ∠BCD + 70° + 30° = 180° [∴ ∠DBC = 70°]
⇒ ∠BCD = 180° -100°
⇒ ∠BCD = 80°
∴ AB = BC
∴ ∠ACB = ∠BAC
∴ ∠ACB = 30°…………(ii)
এতিয়া, ∠BCD = ∠ACB + ∠ACD
⇒ 80° = 30° + ∠ACD [(ⅰ) আৰু (ii) ব্যৱহাৰ কৰি]
⇒ ∠ACD = 80° – 30°
⇒ ∠ACD = 50°
⇒ ∠AECD = 50°
∴ ∠BCD = 80°
আৰু ∠ECD = 50°
৪. যদি এটা ট্ৰেপিজিয়ামৰ অসমান্তৰাল বাহুযোৰ সমান, তেন্তে প্রমাণ কৰা যে ই চক্রীয়।
উত্তৰঃ
ABCD ট্রেপিজিয়ামৰ AB ll CD আৰু AD = BC
প্রমাণ কৰিব লাগে যে ABCD এটা চক্রীয় ট্রেপিজিয়াম।
অংকনঃ DE II CB অংকন কৰা হ’ল।
প্রমাণঃ ∴ DE II CB আৰু EB ll DC
∴ EBCD এটা সামান্তৰিক।
∴ DE = CB আৰু ∠DEB = ∠DCB
[∴ সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান]
এতিয়া, ∴ AD = BC আৰু BC = DE
∴ DA = DE ⇒ ∠DAE = ∠DEA
কিন্তু ∠DEA + ∠DEB = 180° [∴ সৰল কোণ]
⇒ ∠DAE + ∠DCB = 180°
[∴ ∠DEA = ∠DAE আৰু ∠DEB = ∠DCB]
⇒ ∠DAB + ∠DCB = 180°
⇒ ∠A + ∠C = 180°
∴ ABCD ট্রেপিজিয়ামটো চক্রীয় (প্রমাণিত)।
9. দুটা বৃত্তই দুটা বিন্দু B আৰু C ত কটাকটি কৰিছে। B ৰ মাজেৰে দুডাল ৰেখাখণ্ড ABD আৰু PBQ টনা হ’ল যাতে, ইহঁতে ক্রমে A, D আৰু P. Q বিন্দুত বৃত্তদুটাক কাটিছে (চিত্র 10.40 চোৱা)। প্রমাণ কৰা যে ∠ACP = ∠QCD
উত্তৰঃ বৃত্তৰ চাপ BC ∠1 আৰু ∠2 উৎপন্ন কৰিছে।
∴ ∠1 = ∠2 [∴ একে চাপে পৰিধিৰ উৎপন্ন কৰা দুটা সমান]
আকৌ, বৃত্ত ll – ৰ চাপ BC ∠3 আৰু ∠4 উৎপন্ন কৰিছে।
∴ ∠3 = ∠4
এতিয়া, ∆ACD – ৰ
∴ ∠A + ∠C + ∠D = 180°
⇒ ∠1 + ∠5 + ∠6 + ∠3 = 180º………….(i)
∆PCQ – j
∠P + ∠C + ∠Q = 180°
∴ ∠1 + ∠5 + ∠7 + ∠4 = 180º…………. (ii)
⇒ (i) আৰু (ii) – ৰ পৰা পাওঁ –
∠1 + ∠5 + ∠6 + ∠3 = ∠2 + ∠ + ∠7 + ∠4………………… (iii)
∴ (iii) – ৰ পৰা পাওঁ –
∠1 + ∠5 + ∠6 + ∠3 = ∠1 + ∠5 + ∠7 + ∠3
∴ ∠6 = ∠7
⇒ ∠ACP = ∠QCD (প্রমাণিত)
10. যদি এটা ত্ৰিভুজৰ দুটা বাহুক ব্যাস হিচাপে লৈ বৃত্ত দুটা আঁকা হয়, প্রমাণ কৰা যে, বৃত্ত দুটাই কটাকটি কৰা বিন্দু তৃতীয় বাহুত থাকিব।
উত্তৰঃ
দিয়া আছে, দুটা বৃত্ত পৰস্পৰ A আৰু B বিন্দুত ছেদ কৰিছে। AP আৰু AQ দুট ব্যাস।
প্রমাণ কৰিব লাগে যে- B বিন্দু, ∆APQ – ৰ তৃতীয় বাহুৰ ওপৰত অৱস্থিত।
অংকনঃ A আৰু ৪ সংযোগ কৰা হ’ল।
প্রমাণঃ ∴ AP এটা ব্যাস।
∴ ∠1 = 90° (অর্ধবৃত্তস্থ কোণ)………. (i)
আকৌ, AQ এটা ব্যাস। ব্যাসার্দ্ধৰ
∠2 = 90°………. (ii)
∴ (i) + (ii) ⇒
∠1 + ∠2 = 90° + 90°
⇒ ∠PBQ = 180°
⇒ PBQ এটা সৰলৰেখা।
∴ বিন্দু B বৃত্ত দুটাৰ ছেদবিন্দু আৰু ত্রিভুজ APQ – ৰ তৃতীয় বাহুৰ ওপৰত অৱস্থিত। (প্রমাণিত)
11. ABC আৰু ADC সমকোণী ত্রিভুজ দুটাৰ সাধাৰণ অতিভুজ AC, প্রমাণ কৰা যে, ∠ACD = ∠CBD।
উত্তৰঃ
ABC আৰু ADC দুটা সমকোণী ত্রিভুজ। ত্রিভুজ দুটাৰ ∠B = ∠D = 90°
∠ABC = ∠ADC = 90°
যদি সাধাৰণ অতিভুজ AC (বৃত্তৰ ব্যাস) বিশিষ্ট এটা বৃত্ত অংকন কৰা হয়, তেতিয়া সেই বৃত্তটো B আৰু D বিন্দুগামী হ’ব।
এতিয়া, CD চাপ ∠CBD আৰু ∠CAD কোণদ্বয় উৎপন্ন কৰিছে।
∴ ∠CAD = ∠CBD (প্রমাণিত)
12. প্ৰমাণ কৰা যে এটা চক্ৰীয় সামান্তৰিক এটা আয়ত।
উত্তৰঃ
ধৰা হ’ল ABCD এটা চক্রীয় সামান্তৰিক।
প্ৰমাণ কৰিব লাগে যে – ABCD সামান্তৰিকটো এটা আয়ত।
প্রমাণঃ ∴ ABCD এটা সামান্তৰিক।
∴ ∠B = ∠D [∴ সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান)………. (i)
আকৌ, ∴ ABCD সামান্তৰিকটো চক্ৰীয়।
∴ ∠B + ∠D = 180°…………..(ii)
∴ (i) আৰু (ⅱ) – ৰ পৰা পাওঁ-
∠B + ∠B = 180°
⇒ 2∠B = 180°
∴ ∠B∠D = 90°
∴ ABCD এটা আয়ত (প্রমাণিত)
অনুশীলনী – 10.6 |
1. প্ৰমাণ কৰা যে দুটা কটাকটি কৰা বৃত্তৰ কেন্দ্ৰ সংযোগী ৰেখাই ছেদবিন্দু দুটাত সমান কোণ উৎপন্ন কৰে।
উত্তৰঃ
A আৰু B কেন্দ্ৰ বিশিষ্ট দুটা বৃত্ত পৰস্পৰ C আৰু বিন্দুত ছেদ কৰিছে।
প্রমাণ কৰিব লাগেঃ ∠ACB = ∠ADB
অংকনঃ AB, AC, CD, BD আৰু DA সংযোগ কৰা হ’ল
প্রমাণঃ ∆ABC আৰু ABD – ৰ
AC = AD [বৃত্তৰ ব্যাসার্দ্ধৰ]
BC = BD
আৰু AB = AB [সাধাৰণ বাহু]
∴ ∆ABC ≅ ∆ABD [SSS স্বীকার্য্য মতে]
∴ ∠ACB = ∠ADB [প্রমাণিত]
2. 5 ছে.মি. আৰু 11 ছে.মি. দৈৰ্ঘ্যৰ জ্যা দুডাল ক্ৰমে AB আৰু CD. পৰস্পৰ সমান্তৰাল আৰু কেন্দ্ৰৰ বিপৰীত ফালে অৱস্থিত। যদি AB আৰু CD – ৰ মাজৰ দূৰত্ব 6 ছে. মি. হয়, তেন্তে বৃত্তটোৰ ব্যাসার্দ্ধ নির্ণয় কৰা।
উত্তৰঃ
O বৃত্তটোৰ কেন্দ্র। OA আৰু OC সংযোগ কৰা হ’ল।
∴ কেন্দ্ৰৰ পৰা অংকিত সম্ব জ্যাক সমদ্বিখণ্ডিত কৰে।
∴ AE = EB = 1/2AB
আৰু CF = FD = 1/2CD
ধৰা হ’ল OE = x ছে.মি.
∴ OF = (6 – x) ছে.মি.
ব্যাসার্ধ ধৰা হ’ল r
∴ সমকোণী ত্রিভুজ AEO – ৰ পৰা-
AO² = AE² + OF² [পাইখাগোৰাছৰ সূত্রমতে]
আকৌ, সমকোণী ত্রিভুজ CFO – ৰ পৰা-
OC² = CP² + OF²
∴ (i) আৰু (ii) – ৰ পৰা পাওঁ-
⇒ x = 60/12
⇒ x = 5
(i) – ৰ পৰা পাওঁ-
3. এটা বৃত্তৰ দুডাল পৰস্পৰ সমান্তৰাল জ্যাৰ দৈৰ্ঘ্য ক্ৰমে 6 ছে.মি. আৰু ৪ ছে.মি.। যদি চুটি জ্যাডাল কেন্দ্ৰৰ পৰা 4 ছে.মি. দূৰত্বত থাকে তেন্তে কেন্দ্ৰৰ পৰা আনডালৰ দূৰত্ব কিমান?
উত্তৰঃ
ধৰা হ’ল AB = 6 ছে.মি. আৰু CD = ৪ ছে.মি.।
OA আৰু OC সংযোগ কৰা হ’ল।
∴ কেন্দ্ৰৰ পৰা অংকিত লম্ব জ্যাক সমদ্বিখণ্ডিত কৰে।
∴ AE = EB = 1/2AB
= 1/2 × 6 = 3 ছে.মি.
আৰু CF = FD = 1/2CD
= 1/2 × 8 = 4 ছে.মি.
OF = 4 ছে.মি (প্রদত্ত)
এতিয়া, AOE সমকোণী ত্রিভুজৰ পৰা-
OA² = AE² + OE²
⇒ r² = 3² + 4²
⇒ r² = 9 + 16
⇒ r² = 25
কেন্দ্ৰৰ পৰা CD – জ্যাৰ লম্ব দূৰত্ব = OF
∴ সমকোণী ত্রিভুজ OFC – ৰ পৰা-
OC² = CF² + OF²
⇒ r² = 4² + OF²
⇒ 5² = 4² + OF²
⇒ OF² = 25 – 16
⇒ OF² = 9
⇒ OF = 3 ছে.মি.
∴ কেন্দ্ৰৰ পৰা CD – জ্যাৰ দূৰত্ব = 3 ছে.মি.
4. এটা কোশ ABC ৰ শীর্ষবিন্দু এটা বৃত্তৰ বাহিৰত অৱস্থিত আৰু ধৰোঁ কোণৰ বাহু দুটাই বৃত্তটোত AD আৰু CE দুডাল সমান জ্যা কাটে। প্রমাণ কৰা যে, ∠ABC, AC আৰু DE জ্যাই কেন্দ্রত উৎপন্ন কৰা কোণৰ পাৰ্থক্যৰ আধা।
উত্তৰঃ
∠ABC – ৰ শীর্ষবিন্দুৰ B, O কেন্দ্র বিশিষ্ট বৃত্তৰ বাহিৰত অৱস্থিত।
AB বাহু CD জ্যাক E বিন্দুত আৰু BC বাহু AD জ্যাক D বিন্দুত ছেদ কৰিছে।
প্রমাণ কবিৰ লাগেঃ
∠ABC = 1/2 [∠AOC – ∠DOE]
অংকনঃ OA, OC, OE আৰু OD সংযোগ কৰা হ’ল।
প্রমাণঃ ∠AOC = 2∠AEC কেন্দ্রস্থ কোণ বৃত্তস্থ কোণৰ দ্বিগুণ]
= 1/2∠AOC = ∠ABC………. (i)
একেদৰে, 1/2∠DOE = ∠DCE (ii)
∴ (i) – (ii) কৰি পাওঁ –
1/2 (∠AOC – ∠DOE) = ∠AEC – DCE………..(iii)
এতিয়া, ∠ABC = ∠ADC (একে বৃত্তৰ চাপৰ কোণ)…………..(iv)
আৰু ∠DCE = ∠DAE (একে বৃত্তৰ চাপৰ কোণ)…………(v)
(iii), (iv), (v) ব্যৱহাৰ কৰি পাওঁ-
1/2[∠AOC – ∠DOE] = ∠ADC – DAE………..(vi)
∆ABD – ৰ পৰা পাওঁ-
∠ADC = ∠DAE + ∠ABD……… (vii)
[এটা ত্রিভুজৰ বহিঃকোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাক সমষ্টিৰ সমান]
এতিয়া, (vi) আৰু (vii) ব্যৱহাৰ কৰিঃ
1/2 [∠AOC – ∠DOE] = ∠DAE + ∠ABD – ∠DAE
⇒ 1/2 [∠AOC – ∠DOE] = ∠ABD
5. প্ৰমাণ কৰা যে ৰম্বাচৰ যিকোনো বাহুক ব্যাস হিচাপে লৈ অংকন কৰা বৃত্ত ইয়াৰ কৰ্ণ দুডালৰ ছেদবিন্দুৱেদি যায়।
উত্তৰঃ
ধৰা হ’ল ABCD এটা ৰম্বাচ। AC আৰু BD কর্ণদ্বয় O বিন্দুত ছেদ কৰিছে।
∴ ৰম্বাচৰ কৰ্ণদ্বয় পৰস্পৰ সমকোণত দ্বিখণ্ডিত হয়।
∴ ∠AOB = 90° আৰু যদি AB – ক ব্যাস ধৰি বৃত্ত অংকন কৰা হয়, তেতিয়া বৃত্তটো O বিন্দুৰ মাজেৰে অতিক্রম কৰে। O বিন্দু হ’ল ৰম্বাচৰ কৰ্ণদ্বয়ৰ ছেদ বিন্দু।
6. ABCD এটা সামান্তৰিক । A, B আৰু C ৰ মাজেৰে যোৱা বৃত্তই CD (যদি প্রয়োজন হয় বর্ধিত অংশ) ক E বিন্দুত কাটে। প্ৰমাণ কৰা যে, AE = AD।
উত্তৰঃ চিত্র (a) – ৰ পৰা ABCD এটা সামান্তৰিক।
∴ ∠1 = ∠3……….(i)
[সামান্তৰিকৰ বিপৰীত কোণ সমান]
∴ ABCE এটা চক্রীয় চতুর্ভুজ।
∴ ∠1 + ∠6 = 180°……………(ii)
∠5 + ∠6 = 180° [সৰল কোণ]…………. (iii)
(ii) আৰু (ⅲ) – ৰ পৰা-
∠1 = ∠5……… (iv)
এতিয়া, (i) আৰু (iv) – ৰ পৰা-
∠3 = ∠5
∆AED – ৰ পৰা-
⇒ AE = AD [∴ ত্রিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান হয়] (প্রমাণিত)।
চিত্র (B) ৰ পৰা-
ABCD এটা সামান্তৰিক।
∴ ∠1 = ∠3 [∴ সামান্তৰিকৰ বিপৰীত কোণবোৰত সমান]
আৰু ∠2 = ∠4
আকৌ, AB II CD, BC ছেদক।
∴ ∠1 + ∠2 = 180°………….(1)
আৰু AD ll BC, EC ছেদক।
∠5 = ∠2 [অনিৰূপ কোণ]………….(2)
∴ ABCE চক্রীয় চতুর্ভুজ।
∠1 + ∠6 = 180° ………..(3)
এতিয়া, (1) আৰু (3) – ৰ পৰা পাওঁ-
∠1 + ∠2 = ∠1 + ∠6
⇒ ∠2 = ∠6
কিন্তু, (2) – ৰ পৰা পাওঁ-
∠2 = ∠5
∴ ∠5 = ∠6
এতিয়া, ∆AED – ৰ পৰা-
∠5 = ∠6
⇒ AE = AD [প্রমাণিত]
7. এটা বৃত্তৰ AC আৰু BD জ্যা দুডালে পৰস্পৰ সমদ্বিখণ্ডত কৰে। প্ৰমাণ কৰা যে, (i) AC আৰু BD ব্যাস, (ii) ABCD এটা আয়ত।
উত্তৰঃ
ধৰা হ’ল AC আৰু BD জ্যা দুটা পৰস্পৰ O বিন্দুত ছেদ কৰিছে।
অর্থাৎ OA = OC আৰু OB = OD
প্রমাণ কৰাব লাগে যেঃ
(i) AC আৰু BD দুটা ব্যাস।
(ii) ABCD এটা আয়ত।
প্রমাণঃ ∆AOD আৰু ∆BOC – ৰ পৰা-
AO = OC [প্রদত্ত]
∠AOD = ∠BOC [বিপ্রতীপ কোণ]
আৰু OD = OB
∴ ∆AOD ≅ ∆COB [SAS স্বীকার্য্য মতে]
⇒ AD = CD
একেদৰে, ΔΑΟB ≅ ∆COD
⇒ AB = CD
⇒ AB = CD [∴ সমান জ্যাৰ বিপৰীত চাপ]
⇒ AB + BC = CD + BC
⇒ ABC = BCD
⇒ AC = BD [সমান চাপৰ বিপৰীত জ্যা সমান হয়]
∴ AC আৰু BD হ’ল দুটা ব্যাস, কাৰণ একমাতেৰ ব্যাসবোৰ জ্যা হিচাপে সমদ্বিখণ্ডত হ’ব পাৰে।
(ii) AC এটা ব্যাস।
∴ ∠B = ∠D = 90°………..(1)
[∴ অর্ধবৃত্তস্থ কোণ সমকোণ]
একেদৰে, যিহেতু BD এটা ব্যাস।
∴ ∠A = ∠C = 90°………. (2)
এতিয়া ব্যাস AC = ব্যাস BD
⇒ AC = BD [∴ সমান জ্যাৰ অনুৰূপ চাপবোৰ সমান]
⇒ AC – CD = BD – DC
⇒ AD = BC ( সমান চাপৰ অনুৰূপ জ্যাবোৰ সমান] ……… (3)
একেদৰে, AB = DC…….. (4)
∴ (1), (2), (3) আৰু (4) ৰ পৰা দেখা যায় যে ABCD চতুর্ভুজটোৰ প্ৰতিটো কোণৰ মাপ 90° আৰু বিপৰীত বাহুবোৰ সমান।
∴ ABCD এটা আয়ত (প্রমাণিত)
৪. ABC ত্রিভুজৰ A,B আৰু C কোণৰ সমদ্বিখণ্ডকবোৰ ইয়াৰ পৰিবৃত্তক চমে D,E আৰু F বিন্দুত কাটে। প্ৰমাণ কৰা যে, DEF ত্রিভুজৰ কোণবোৰ 90°- 1/2A, 90°- 1/2B আৰু 90°- 1/2C
উত্তৰঃ
দিয়া আছে, ∆ABC – ৰ কোণবোৰৰ সমদ্বিখণ্ডকবোৰ ইয়াৰ পৰিবৃত্তক যথাকর্মে D,E আৰু F বিন্দুত ছেদ কৰিছে।
প্ৰমাণ কৰিব লাগে যে, DEF ত্রিভুজটোৰ কোণ তিনিটাৰ পৰিমাণ হ’ল যথাক্রমে, 90°- 1/2A, 90°- 1/2B আৰু 90°- 1/2C
প্রমাণঃ ∴ AD, ∠A – ৰ সমদ্বিখণ্ডক।
∴ ∠1 = ∠2 = A /2
∴ BE, ∠B – ৰ সমদ্বিখণ্ডক।
∴ ∠3 = ∠4 = B/2
আৰু যিহেতু, CE, ∠C – ৰ সমদ্বিখণ্ডক।
∴ ∠5 = ∠6 = C/2
আমি জানো যে, একে বৃত্তৰ চাপৰ কোণবোৰ সমান।
∴ ∠9 = ∠3 (AE চাপৰ দ্বাৰা গঠিত কোণ)
∠8 = ∠5 (FA চাপৰ দ্বাৰা গঠিত কোণ)
∠8 = ∠5 (FA চাপৰ দ্বাৰা গঠিত কোণ)
∴ ∠9 + ∠8 = ∠3 + ∠5
⇒ ∠D = B/2 + C/2
একেদৰে, ∠E = A/2 + C/2
আৰু ∠F = A/2 +B /2
∆DEF – ৰ পৰা –
∠D + ∠E + ∠F = 180°
∠D = 180° – (∠E + ∠F)
[∴ ∆ABC – ত
∠A + ∠B + ∠C = 180°
একেদৰে, আমি প্ৰমাণ কৰিব পাৰোঁ যে –
∠E = 90° – B/2 আৰু ∠F = 90°- C/2
9. দুটা সর্বসম বৃত্তই পৰস্পৰ A আৰু B বিন্দুত কটাকটি কৰিছে । A ৰ মাজেৰে যিকোনো ৰেখাখণ্ড PAQ টনা হ’ল যাতে P,Q বৃত্ত দুটাত থাকে। প্ৰমাণ কৰা যে, BP = BQ।
উত্তৰঃ
দিয়া আছে: দুটা সর্বাংগসম বৃত্ত পৰস্পৰ A আৰু B বিন্দুত ছেদ কৰিছে। A- বিন্দুৰ মাজেৰে এটা সৰল ৰেখা অংকন কৰা হৈছে যি বৃত্ত দুটাক P আৰু Q বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে যে, BP = BQ
অংকনঃ A, B; P, B আৰু Q, B সংযোগ কৰা হ’ল
প্রমাণঃ AB সাধাৰণ জ্যা আৰু বৃত্ত দুটা সর্বাংগসম।
∴ সমান জ্যাৰ বিপৰীত চাপ সমান হয়।
∴ ACB = ADB
∴ ∠1 = ∠2
∆PBQ – ৰ পৰা আমি পাওঁ-
∠1 = ∠2
∴ সমান কোণৰ বিপৰীত বাহু সমান।
∴ BP = BQ [প্রমাণিত]
10. যিকোনো ত্রিভুজ ABC ত, যদি ∠A কোণৰ সমদ্বিখণ্ডক আৰু BC ৰ সমদ্বিখণ্ডকে কটাকটি কৰে প্ৰমাণ কৰা যে সিহঁতে ABC ত্রিভুজৰ পৰিবৃত্তত কটাকটি কৰে।
উত্তৰঃ দিয়া আছে ABC এটা ত্রিভুজ আৰু শীর্ষবিন্দুৰ মাজেৰে বৃত্ত অতিক্রম কৰে। ∠A – ৰ সমদ্বিখণ্ডক আৰু ইয়াৰ বিপৰীত বাহু BC – ৰ লম্ব সমদ্বিখণ্ডক (ধৰা হ’ল l) পৰস্পৰ P বিন্দুত ছেদ কৰিছে।
প্ৰমাণ কৰিব লাগে যেঃ ∆ABC – ৰ পৰিবৃত্তটো P বিন্দুৰ মাজেৰে গতি কৰে।
প্রমাণঃ আমি জানো যে লম্ব সমদ্বিখণ্ডকৰ ওপৰত থকা যিকোনো বিন্দু, অনুৰূপ বাহুৰ প্ৰান্ত বিন্দুদ্বয়ৰ পৰা সমদূৰত্বত থাকে।
BP = PC………(i)
আকৌ, ∠1 = ∠2 [∴ A – ৰ সমদ্বিখণ্ডক হ’ল AP] ……….. (ii)
(i) আৰু (ii) ৰ পৰা দেখা যায় যে – একে চাপৰ পৰিধিৰ কোণবোৰ সমান।
ইয়াত, ∆ABC – ৰ পৰিবৃত্তৰ A বিন্দুত গঠন কৰা কোণদ্বয় সমান। সুতৰাং BP PC পৰিবৃত্তৰ অংশ। অর্থাৎ P বিন্দুটো পৰিবৃত্তৰ ওপৰত অৱস্থিত। অর্থাৎ A, B, P আৰু C বিন্দু চাৰিটা এক চক্ৰীয় (প্রমাণিত)।