Class 11 Environmental Studies MCQ Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা

Class 11 Environmental Studies MCQ Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

Chapter – 7

MULTIPLE CHOICE QUESTION ANSWER

১। দুৰ্যোগ প্ৰধানত কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

২। ২০১০ চনত ক’ত দুর্যোগ ব্যৱস্থাপনা নিয়মাৱলী প্রণয়ন কৰা হয়।

(ক) অসমত।

(খ) দিল্লীত।

(গ) কলকাতা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) অসমত।

৩। “Union Carbide”ৰ দুৰ্ঘটনা ক’ত হৈছিল?

(ক) দিল্লী।

(খ) গুৱাহাটী।

(গ) ভূপাল।

(ঘ) আহমেদাবাদ।

উত্তৰঃ (গ) ভূপাল।

৪। ২০০৫ চনৰ ‘দুৰ্যোগ ব্যৱস্থাপনা আইন’ অনুসৰি ৰাষ্ট্ৰীয় অভীকৰণৰ নাম কি?

(ক) NIDM.

(খ) NDMA.

(গ) SDMA.

(ঘ) SDRF.

উত্তৰঃ (খ) NDMA.

৫। ‘ASDMA’ ক’ত অৱস্থিত?

(ক) শিলচৰ।

(খ) ঢেকীয়াজুলি।

(গ) দিচপুৰ।

(ঘ) বৰপেটা।

উত্তৰঃ (গ) দিচপুৰ।

৬। ‘NIDM’ কিহৰ উদ্দেশ্যে গঠন কৰা হৈছিল?

(ক) ৰাজনৈতিক শিক্ষা।

(খ) খাদ্য বিতৰণ।

(গ) দুৰ্যোগ শিক্ষাৰ বাবে।

(ঘ) সামৰিক অভিযান।

উত্তৰঃ (গ) দুৰ্যোগ শিক্ষাৰ বাবে।

৭। NDRFৰ সদস্যসকলক ক’ৰ পৰা নিযুক্ত কৰা হয়?

(ক) NIDM।

(খ) অর্ধসামৰিক বাহিনী।

(গ) চি.আৰ.পি.এফ।

(ঘ) চি.আই.ডি।

উত্তৰঃ (খ) অর্ধসামৰিক বাহিনী।

৮। ‘The National Institute for Disaster Management’ৰ সংক্ষিপ্ত নাম কি?

(ক) NDMA.

(খ) SDRF.

(গ) NIDM.

(ঘ) ASDMA.

উত্তৰঃ (গ) NIDM.

৯। চাৰ্নবিলৰ দূৰ্ঘটনাটো কিহৰ লগত জড়িত আছিল?

(ক) ভূমিকম্প।

(খ) মহামাৰী।

(গ) নিউক্লিয়াৰ ৰিয়েক্টৰ।

(ঘ) ৰে’ল দুৰ্ঘটনা।

উত্তৰঃ (গ) নিউক্লিয়াৰ ৰিয়েক্টৰ।

১০। গুজৰাটত ২০০১ চনৰ ভূমিকম্প কিমান তাৰিখে হৈছিল?

(ক) ২৬ জানুৱাৰী।

(খ) ১৫ আগষ্ট।

(গ) ৩০ অক্টোবৰ।

(ঘ) ২৫ ডিচেম্বৰ।

উত্তৰঃ (ক) ২৬ জানুৱাৰী।

১১। দুর্যোগ ব্যৱস্থাপনা কেইটা স্তৰত ভাগ কৰিব পাৰি?

(ক) দুটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

১২। গুৱাহাটীৰ বাবে আৰক্ষীৰ ট’ল ফ্রী নম্বৰটো হ’ল―

(ক) 100.

(খ) 108.

(গ) 110.

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) 100.

১৩। ভাৰতবৰ্ষৰ কিমান শতাংশ অঞ্চল বানপানীৰ দ্বাৰা আক্ৰান্ত হয়?

(ক) ১২ শতাংশ।

(খ) ১৫ শতাংশ।

(গ) ৬৮ শতাংশ।

(ঘ) ৬০ শতাংশ।

উত্তৰঃ (ক) ১২ শতাংশ।

১৪। কিমান চনত SDRF গঠন কৰা হৈছিল?

(ক) ২০১০ চনত।

(খ) ২০১৫ চনত।

(গ) ২০১২ চনত।

(ঘ) ২০১৮ চনত।

উত্তৰঃ (ক) ২০১০ চনত।

১৫। প্রাকৃতিক দুর্যোগে সমগ্র ভাৰতবৰ্ষৰ মুঠ ভৌগোলিক আয়তনৰ কিমান শতাংশ অঞ্চলত প্ৰভাৱ পেলায়?

(ক) ২৫ শতাংশ।

(খ) ৮৪ শতাংশ।

(গ) ৪৫ শতাংশ।

(ঘ) ৫৫ শতাংশ।

উত্তৰঃ (খ) ৮৪ শতাংশ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top