Class 12 Chemistry MCQ Chapter 10 বায়’অণু

Class 12 Chemistry MCQ Chapter 10 বায়’অণু Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 10 বায়’অণু and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 10 বায়’অণু

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 10

MCQ

১। কার্বহাইড্রেটবোৰ হ’ল—

(ক) C, H, O-ৰ যৌগ।

(খ) C, O-ৰ যৌগ।

(গ) C, H, O আৰু N-ৰ যৌগ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) C, H, O-ৰ যৌগ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কার্বহাইড্ৰেটৰ সাধাৰণ আণৱিক সংকেত হ’ল—

(ক) CₙH₂ₙ+₁O

(খ) CₙH₂ₙO

(গ) Cₙ(H₂O)ₙ

(ঘ) Cₙ(H₂O)₂ₙ

উত্তৰঃ (গ) Cₙ(H₂O)ₙ

৩। প্ৰস্ৰাৱত ছুগাৰ নিৰ্ণয়ৰ বাবে দিয়া বিকাৰক হ’ল—

(ক) বেয়াৰৰ বিকাৰক।

(খ) ট’লেনৰ বিকাৰক।

(গ) ফেলিং বিকাৰক।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ফেলিং বিকাৰক।

৪। গ্লুক’জ আৰু ফুক্ট’জ হ’ল—

(ক) শৃংখল সমযোগী।

(খ) স্থান সমযোগী।

(গ) কাৰ্যকৰী সমযোগী।

(ঘ) আলোক সমযোগী।

উত্তৰঃ (গ) কাৰ্যকৰী সমযোগী।

৫। শ্বেতসাৰৰ ম’ন’মাৰটো হ’ল—

(ক) গ্লুক’জ।

(খ) ফ্রুক্ট’জ।

(গ) দুয়োটা।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) গ্লুক’জ।

৬। ষ্টাৰ্চৰ আৰ্দ্ৰ বিশ্লেষণৰ অন্তিম বিক্রিয়াজাত হ’ল—

(ক) ছুত্রু’জ।

(খ) ফ্রুক্ট’জ।

(গ) গ্লুক’জ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) গ্লুক’জ।

৭। আটাইতকৈ মিঠা শৰ্কৰাবিধ হ’ল—

(ক) চুক্র’জ।

(খ) ফ্রুক্ট’জ।

(গ) গ্লুক’জ।

(ঘ) লেক্ট’জ।

উত্তৰঃ (খ) ফ্রুক্ট’জ।

৮। ষ্টাৰ্চ আৰু গ্লুক’জৰ দ্ৰৱৰ মাজত পার্থক্য উলিওৱা বিকাৰকটো হ’ল—

(ক) এম’নিয়াকেল ছিলভাৰ নাইট্রেট।

(খ) ফেলিং দ্ৰৱ।

(গ) বেনেডিক্ট দ্ৰৱ।।

(ঘ) আয়’ডিন দ্ৰৱ।

উত্তৰঃ (ঘ) আয়’ডিন দ্ৰৱ।

৯। গাখীৰৰ শৰ্কৰাবিধ হ’ল—

(ক) ছুত্রু’জ।

(খ) লেক্ট’জ।

(গ) ফ্রুক্ট’জ।

(ঘ) গ্লুক’জ।

উত্তৰঃ (খ) লেক্ট’জ।

১০। তলৰ কোনটো কিট’হেক্স’জ?

(ক) গ্লুক’জ।

(খ) চেলুল’জ।

(গ) ষ্টাৰ্চ।

(ঘ) ফ্রুক্ট’জ।

উত্তৰঃ (ঘ) ফ্রুক্ট’জ।

১১। নিন্হাইড্রিন অভীক্ষণ দেখুওৱা পদার্থবিধ হ’ল—

(ক) লিপিড।

(খ) ভিটামিন।

(গ) প্র’টিন।

(ঘ) শর্কৰা।

উত্তৰঃ (গ) প্র’টিন।

১২। ‘ৰিকেট’ বেমাৰ এটা ভিটামিনৰ অভাৱত হয়। সেইটো হ’ল—

(ক) A

(খ) B

(গ) D

(ঘ) C

উত্তৰঃ (গ) D

১৩। প্ৰ’টিনৰ ম’ন’মাৰবিধ হ’ল—

(ক) গ্লুক’জ।

(খ) নিউক্লিঅ’টাইড।

(গ) এমিন’ এচিড।

(ঘ) লিপিড।

উত্তৰঃ (গ) এমিন’ এচিড।

১৪। এছকর্বিক এচিড হ’ল—

(ক) ভিটামিন A

(খ) ভিটামিন B

(গ) ভিটামিন C

(ঘ) ভিটামিন D

উত্তৰঃ (গ) ভিটামিন C

১৫। B ভিটামিনৰ অভাৱত হোৱা ৰোগবিধ হ’ল—

(ক) বেৰিবেৰি।

(খ) ৰিকেট।

(গ) কুকুৰীকণা।

(ঘ) স্কার্ভি।

উত্তৰঃ (ক) বেৰিবেৰি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top