Class 12 Chemistry MCQ Chapter 9 এমিন

Class 12 Chemistry MCQ Chapter 9 এমিন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 9 এমিন and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 9 এমিন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 9

MCQ

১। এমাইডৰপৰা এমিন পোৱা বিক্রিয়াত জড়িত বিজ্ঞানীগৰাকীৰ নাম হ’ল—

(ক) পার্কিন।

(খ) ক্লেইজেন।

(গ) ক’লবে।

(ঘ) হফমেন।

উত্তৰঃ (ঘ) হফমেন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোনটো যৌগৰ সৈতে HNO₂-ৰ বিক্রিয়াত তৈল সদৃশ নাইট্র’ছ’এমিন উৎপন্ন হয়?

(ক) মিথানামাইন।

(খ) ইথানামাইন।

(গ) ডাইমিথাইল এমিন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ডাইমিথাইল এমিন।

৩। কোনটো যৌগৰ প্ৰস্তুতিৰ বাবে ‘হফমেন ব্র’মেমাইড বিক্রিয়া’ ব্যৱহৃত হয়?

(ক) 1° এমিন।

(খ) 2°এমিন।

(গ) 3°এমিন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) 1° এমিন।

৪। এলিফেটিক এমিনৰ ক্ষাৰকীয়তা হ্ৰাসৰ ক্ৰম হ’ল—

(ক) 1° > 2° > 3°

(খ) 3° > 2° > 1°

(গ) 2° > 1° > 3°

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) 2° > 1° > 3°

৫। প্রাইমাৰি এমিনৰ অভীক্ষণ হ’ল—

(ক) আয়’ড’ফর্ম অভীক্ষণ।

(খ) লুকাছ অভীক্ষণ।

(গ) কার্বিল এমিন অভীক্ষণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) কার্বিল এমিন অভীক্ষণ।

৬। ইথানামাইনে নাইট্রাছ এচিডৰ সৈতে বিক্রিয়া কৰি উৎপন্ন কৰে—

(ক) ইথানল।

(খ) ইথানেল।

(গ) ইথানয়িক এচিড।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ইথানল।

৭। তলৰ কোনটোৱে ‘সৰিয়হ তেল বিক্রিয়া’ দেখুৱায়?

(ক) C₂H₅NH₂

(খ) (C₂H₅)₂NH

(গ) CH₃CONH₂

(ঘ) (C₂H₅)₃N

উত্তৰঃ (ক) C₂H₅NH₂

৮। 1° এমিন, CHCI₃ আৰু এলক’হলীয় KOH-ৰ মাজৰ বিক্ৰিয়াটো হ’ল—

(ক) কেনিজাৰ’ বিক্রিয়া।

(খ) উৰ্যৰ বিক্রিয়া।

(গ) কার্বিল-এমিন বিক্রিয়া।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) কার্বিল-এমিন বিক্রিয়া।

৯। আটাইতকৈ তীব্ৰ ক্ষাৰকটো হ’ল—

(ক) NH₃

(খ) CH₃NH₂

(গ) (CH₃)₂NH

(ঘ) (CH₃)₃N

উত্তৰঃ (গ) (CH₃)₂NH

১০। CH₃NH₂, (CH₃)₂ NH, (CH₃)₃N আৰু NH₃-ৰ ক্ষাৰকীয়তাৰ হ্রাসৰ ক্ৰম হ’ল—

(ক) CH₃NH₂ > (CH₃)₂NH > (CH₃)₃N > NH₃

(খ) (CH₃)₃N > (CH₃)₂NH > CH₃NH₂ > NH₃

(গ) (CH₃)₂NH > CH₃NH₂ > (CH₃)₃N > NH₃

(ঘ) NH₃ > (CH₃)₃N > CH₃NH₂ > (CH₃)₂NH

উত্তৰঃ (গ) (CH₃)₂NH > CH₃NH₂ > (CH₃)₃N > NH₃

১১। C₄H₁₁N সংকেতৰ প্রাইমাৰি এমিনৰ সমযোগীৰ সংখ্যা হ’ল—

(ক) 1

(খ) 2

(গ) 3

(ঘ) 4

উত্তৰঃ (গ) 3

১২। তলৰ কোনটোৱে এচিটাইল ফ্ল’ৰাইডৰ সৈতে বিক্রিয়া নকৰে?

(ক) (CH₃)₃H

(খ) (CH₃)₂NH

(গ) C₂H₅NH₂

(ঘ) C₂H₅OH

উত্তৰঃ (ক) (CH₃)₃H

১৩। গ্রিগনার্ড বিকাৰকে তলৰ কোনটোৰ সৈতে বিক্রিয়া নকৰে?

(ক) CH₃NH₂

(খ) (CH₃)₂NH

(গ) (CH₃)₃N

(ঘ) (CH₃)₃CNH₂

উত্তৰঃ (গ) (CH₃)₃N

১৪। এমিন চিনাক্তকৰণৰ হিন্সবার্গৰ অভীক্ষণৰ মূল বিকাৰক হ’ল—

(ক) বেনযিন ছালফ’নিক এচিড।

(খ) ট’লেনৰ বিকাৰক।

(গ) বেনযিন ছালফ’নিল ক্ল’ৰাইড।

(ঘ) ব্ৰেডীৰ বিকাৰক।

উত্তৰঃ (গ) বেনযিন ছালফ’নিল ক্ল’ৰাইড।

১৫। আটাইতকৈ মৃদু ক্ষাৰকটো হ’ল—

(ক) CH₃NH₂

(খ) (CH₃)₂NH

(গ) NH₃

(ঘ) (CH₃)₃N

উত্তৰঃ (গ) NH₃

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top