Class 12 Chemistry MCQ Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড

Class 12 Chemistry MCQ Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 8

MCQ

১। এলডিহাইড আৰু কিট’নৰ সাধাৰণ আণৱিক সংকেত হ’ল—

(ক) CₙH₂ₙ+₂O

(খ) CₙH₂ₙO

(গ) CₙH₂ₙ₂O

(ঘ) CₙH₂ₙ+₄O

উত্তৰঃ (খ) CₙH₂ₙO

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কেলচিয়াম এচিটেটৰ শুষ্ক পাতনৰ ফলত উৎপন্ন যৌগটো—

(ক) ইথানেল।

(খ) প্র’পানেল।

(গ) প্র’পান’ন।

(ঘ) প্র’পানল।

উত্তৰঃ (গ) প্র’পান’ন।

৩। HgSO₄-ৰ উপস্থিতিত প্র’পাইনে জলীয় H₂SO₄-ৰ সৈতে বিক্রিয়া কৰি প্ৰস্তুত কৰে—

(ক) প্র’পানেল।

(খ) প্র’পানল।

(গ) প্র’পিন।

(ঘ) প্র’পান’ন।

উত্তৰঃ (ঘ) প্র’পান’ন।

৪। কোনটো যৌগৰ জাৰণত ইথাইল মিথাইল কিট’ন উৎপন্ন হয়?

(ক) বিউটান-1-অল।

(খ) বিউটান-2-অল।

(গ) প্র’পান-2-অল।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) বিউটান-2-অল।

৫। ইথানেল আৰু প্ৰ’পান’নে সহজে বিক্রিয়া কৰিব পৰা বিকাৰকবিধ হ’ল—

(ক) ট’লেনৰ বিকাৰক।

(খ) ফেলিং দ্রৱ।

(গ) গ্রিগনার্ড বিকাৰক।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) গ্রিগনার্ড বিকাৰক।

৬। আয়’ড’ফর্ম বিক্রিয়া দেখুওৱা যৌগ এটা হ’ল—

(ক) পেন্টান-1-অল।

(খ) পেন্টানেল।

(গ) পেন্টান-2-অন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) পেন্টান-2-অন।

৭। এটা বিক্ৰিয়াৰ ক্ৰম হ’ল—

‘C’ যৌগটো হ’ল—

(ক) প্র’পানল।

(খ) প্র’পানেল।

(গ) প্রপান’ন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) প্রপান’ন।

৮। তলৰ কোনটোৱে কেনিজাৰ’ বিক্রিয়া নেদেখুৱায়?

(ক) ক্ল’ৰেল।

(খ) বেনযেলডিহাইড।

(গ) ফর্মেলডিহাইড।

(ঘ) এচিটেলডিহাইড।

উত্তৰঃ (ঘ) এচিটেলডিহাইড।

৯। ইথানেলক ফেলিং দ্ৰৱৰ সৈতে উত্তপ্ত কৰিলে পোৱা ৰঙা অধঃক্ষেপটো হ’ল—

(ক) Cu

(খ) CuO

(গ) Cu₂O

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) Cu₂O

১০। মিথাইল কিট’নবোৰ চিনাক্ত কৰিব পাৰি—

(ক) কেনিজাৰ’ বিক্ৰিয়াৰ দ্বাৰা।

(খ) হেল’ফর্ম বিক্ৰিয়াৰ দ্বাৰা।

(গ) ট’লেনৰ অভীক্ষণৰ দ্বাৰা।

(ঘ) এটাৰ দ্বাৰাও নহয়।

উত্তৰঃ (খ) হেল’ফর্ম বিক্ৰিয়াৰ দ্বাৰা।

১১। ‘এলডল ঘনীভৱন’ৰ এটা উদাহৰণ হ’ল—

(ক)

(খ)

(গ)

(ঘ) এটাও নহয়।

উত্তৰঃ (খ)

১২। গ্রিগনার্ড বিকাৰকৰ সৈতে তলৰ কোনটোৱে কিট’ন প্রস্তুত কৰে?

(ক) ইথানল।

(খ) ইথানেল।

(গ) ইথানামাইন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ইথানেল।

১৩। এলডিহাইডৰ সমযোগী যৌগ হ’ল—

(ক) এলকেন।

(খ) এলক’হল।

(গ) ইথাৰ।

(ঘ) কিট’ন।

উত্তৰঃ (ঘ) কিট’ন।

১৪। 

(ক) কেনিজাৰ’ বিক্রিয়া।

(খ) ৰ’জেনমাণ্ডৰ বিক্রিয়া।

(গ) পার্কিন বিক্রিয়া।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ৰ’জেনমাণ্ডৰ বিক্রিয়া।

১৫। 1, 1-ডাইক্ল’ৰ’এলকেনৰ ক্ষাৰীয় আর্দ্র বিশ্লেষণত পোৱা যায়—

(ক) এলকানল।

(খ) এলকানেল।

(গ) এলকান’ন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) এলকানেল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top