Class 12 Chemistry MCQ Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ

Class 12 Chemistry MCQ Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 7 এলক’হল, ফিন’ল আৰু ইথাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 7

MCQ

১। তলৰ কোনটো এলক’হল নহয়?

(ক) CH₂ = CHCH₂OH

(খ) CH₂ OHCH₂OH

(গ) C₆H₅CH₂OH

(ঘ) C₆H₅OH

উত্তৰঃ (ঘ) C₆H₅OH

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। C₄H₁₀O সংকেতৰ সমযোগী এলক’হলৰ সংখ্যা—

(ক) 7

(খ) 4

(গ) 2

(ঘ) 8

উত্তৰঃ (ঘ) 8

৩। কোনটো এলক’হলৰ আম্লিকতা বেছি?

(ক) মিথানল।

(খ) ইথানল।

(গ) প্র’পান-2-অল।

(ঘ) 2-মিথাইল প্র’পান-2-অল।

উত্তৰঃ (ক) মিথানল।

৪। উচ্চ উতলাংকবিশিষ্ট যৌগটো হ’ল—

(ক) CH₄

(খ) CH₃CI

(গ) CH₃OH

(ঘ) CH₃Br

উত্তৰঃ (গ) CH₃OH

৫। তলৰ কোনটোৱে ইথিনক ইথানললৈ পৰিৱৰ্তন কৰে?

(ক) আর্দ্র Ag₂O

(খ) জলীয় KOH

(গ) Zn/HCI

(ঘ) H₂SO₄

উত্তৰঃ (ঘ) H₂SO₄

৬। এলক’হল চিনাক্তকৰণৰ লুকাছৰ বিকাৰকটো হ’ল—

(ক) Zn-Hg/HCI

(খ) KOH(alc)

(গ) ZnCI₂/HCI

(ঘ) ক্ষাৰীয় KMnO₄

উত্তৰঃ (গ) ZnCI₂/HCI

৭। LiAlH₄-ৰ দ্বাৰা এচিটিক এচিডৰ বিজাৰণৰ ফলত উৎপন্ন হয়—

(ক) ইথানেল।

(খ) ইথানল।

(গ) মিথেন।

(ঘ) মিথানল।

উত্তৰঃ (খ) ইথানল।

৮। লুকাছৰ বিকাৰকে তৎক্ষণাৎ অধঃক্ষেপ সৃষ্টি কৰে—

(ক) 2° এলক’হল।

(খ) 3° এলক’হল।

(গ) 1° এলক’হল।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) 3° এলক’হল।

৯। ভিক্টৰ মেয়াৰ অভীক্ষণত ৰঙা দ্ৰৱৰ সৃষ্টি হ’লে এলক’ইলটো হ’ব—

(ক) 1° এলক’হল।

(খ) 2° এলক’হল।

(গ) 3° এলক’হল।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) 2° এলক’হল।

১০। H₂SO₄-ৰ উপস্থিতিত এলক’হলে কার্বক্সিলিক এচিডৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰে—

(ক) ইথাৰ।

(খ) এষ্টাৰ।

(গ) কিট’ন।

(ঘ) এলডিহাইড।

উত্তৰঃ (খ) এষ্টাৰ।

১১। গ্লিচাৰলক KHSO₄-ৰ সৈতে উত্তপ্ত কৰিলে উৎপন্ন হয়—

(ক) গ্লিচাৰিক এচিড।

(খ) নাইট্র’গ্লিচাৰিন।

(গ) এক্র’লিন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) এক্র’লিন।

১২। গ্লিচাৰলত আছে—

(ক) ৩টা প্রাইমাৰি OH

(খ) দুটা প্রাইমাৰি OH

(গ) এটা প্রাইমাৰি OH

(ঘ) ৩টা ছেকেণ্ডাৰি OH

উত্তৰঃ (খ) দুটা প্রাইমাৰি OH

১৩। Zn-ৰ গুড়িৰে ফিন’ল পাতন কৰিলে উৎপন্ন হয়—

(ক) হেক্সেন।

(খ) চাইক্ল’হেক্সেন।

(গ) বেনযিন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বেনযিন।

১৪। কোনবিধ প্রাইমাৰি, ছেকণ্ডাৰি আৰু টাছিয়াৰি যৌগৰ চিনাক্তকৰণত লুকাছৰ বিকাৰক ব্যৱহৃত হয়?

(ক) এলকিল হেলাইড।

(খ) এলিফেটিক এমিন।

(গ) এলক’ইল।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) এলক’ইল।

১৫। ইথানলৰ বাষ্প উত্তপ্ত কপাৰৰ ওপৰেদি পঠিয়ালে উৎপন্ন হয়-

(ক) ইথিন।

(খ) ইথানেল।

(গ) ইথানয়িক এচিড।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ইথানেল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top