Class 12 Chemistry MCQ Chapter 6 হেল’এলকেন আৰু হেল’এৰিন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 6 হেল’এলকেন আৰু হেল’এৰিন and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.
Class 12 Chemistry MCQ Chapter 6 হেল’এলকেন আৰু হেল’এৰিন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.
হেল’এলকেন আৰু হেল’এৰিন
Chapter: 6
| MCQ |
১। Mg-ৰ সৈতে তলৰ কোনটোৱে বিক্রিয়া কৰি গ্ৰিগনার্ড বিকাৰক প্ৰস্তুত কৰে?
(ক) CH₃NH₂
(খ) CH₃OH
(গ) CH₃Br
(ঘ) CH₃OCH₃
উত্তৰঃ (গ) CH₃Br
২। ইথাইল আয়’ডাইডে এলক’হলীয় KOH-ৰ সৈতে বিক্ৰিয়া কৰি প্ৰস্তুত কৰে—
(ক) ইথেন।
(খ) ইথিন।
(গ) ইথাইন।
(ঘ) ইথানল।
উত্তৰঃ (খ) ইথিন।
৩। ফ্ৰিয়ন কোনটো?
(ক) CCI₂F₂
(খ) CHCI₃
(গ) CHF₃
(ঘ) CH₂F₂
উত্তৰঃ (ক) CCI₂F₂
৪। পেৰক্সাইডৰ উপস্থিতিত প্ৰ’পিনে হাইড্র’জেন ব্ৰ’মাইডৰ সৈতে বিক্রিয়া কৰি উৎপন্ন কৰে—
(a) প্র’পান-1-অল।
(খ) 1-ব্র’ম’প্র’পেন।
(গ) 2-ব্র’ম’প্র’পেন।
(ঘ) বিউটেন।
উত্তৰঃ (ঘ) বিউটেন।
৫। ব্রমইথেনে শুকান ইথাৰৰ উপস্থিতিত ধাতৱ Na-ৰ সৈতে ক্ৰিয়া কৰি উৎপন্ন কৰে—
(ক) প্র’পেন।
(খ) প্র’পিন।
(গ) বিউটেন।
(ঘ) ইথেন।
উত্তৰঃ (গ) বিউটেন।
৬। তলৰ কোনটো আলোক সক্রিয়?
(ক) 2-ক্ল’ৰ’প্র’পেন।
(খ) 2-ক্ল’ৰ’বিউটেন।
(গ) 3-ক্ল’ৰ’পেন্টেন।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) 2-ক্ল’ৰ’বিউটেন।
৭। এলকিল হেলাইডে শুকান ইথাৰৰ উপস্থিতিত ধাতৱ Na-ৰে কৰা বিক্রিয়াটো হ’ল—
(ক) ছেণ্ডমেয়াৰৰ বিক্রিয়া।
(খ) ফ্ৰেংকলেণ্ড বিক্ৰিয়া।
(গ) উৰ্যৰ বিক্রিয়া।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) উৰ্যৰ বিক্রিয়া।
৮। তলৰ কোনটোৰ দ্বিমেৰু ভ্ৰামকৰ মান ‘শূন্য’?
(ক) CH₃Cl
(খ) CCl₄
(গ) CH₂Cl₂
(ঘ) CCl₄
উত্তৰঃ (ঘ) CCl₄
৯। এলকিল হেলাইড আৰু ছডিয়াম এলকক্সাইডৰ বিক্ৰিয়াত উৎপন্ন যৌগটো হ’ল—
(ক) এলক’হল।
(খ) এলকেন।
(গ) ইথাৰ।
(ঘ) এলকিন।
উত্তৰঃ (গ) ইথাৰ।
১০। আর্দ্র AgO-ৰ সৈতে এলকিল হেলাইডৰ বিক্ৰিয়াত উৎপন্ন হয়—
(ক) এলকানল।
(খ) এলকানেল।
(গ) এলকান’ন।
(ঘ) এলকক্সিএলকেন।
উত্তৰঃ (ঘ) এলকক্সিএলকেন।
১১। ফেটি এচিডৰ ছিলভাৰ লৱণে এলকিল হেলাইডৰ সৈতে বিক্রিয়া কৰি উৎপন্ন কৰে—
(ক) ইথাৰ।
(খ) এলক’হল।
(গ) এষ্টাৰ।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) এষ্টাৰ।
১২। টফ্লনৰ ম’ন’মাৰবিধ হ’ল—
(ক) ইথিন।
(খ) ভিনাইল ক্ল’ৰাইড।
(গ) টেট্রাফ্ল’ৰ’ইথিন।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) টেট্রাফ্ল’ৰ’ইথিন।
১৩। ৱেষ্ট্ৰছল হ’ল—
(ক) টেট্রাক্ল’ৰ’ইথিন।
(খ) ডাইক্ল’ৰ’ইথিন।
(গ) ট্রাইক্ল’ৰ’ইথিন।
(ঘ) 1, 1, 2-ট্রাইক্ল’ৰ’ইথিন।
উত্তৰঃ (ঘ) 1, 1, 2-ট্রাইক্ল’ৰ’ইথিন।
১৪। এটা নির্দিষ্ট এলকিল থুপৰ বাবে এলকিল হেলাইডৰ ঘনত্ব/উতলাংক/গলনাংক আদিৰ বৃদ্ধিৰ ক্রম হ’ল—
(ক) RI < RBr < RCI
(খ) RI < RCI < RBr
(গ) RBr < RI < RCI
(ঘ) RCI < RBr < RI
উত্তৰঃ (ঘ) RCI < RBr < RI
১৫। এটা বিক্ৰিয়াৰ ক্ৰম হ’ল—
‘C’ যৌগটো হ’ল—
(ক) প্ৰ’পিন।
(খ) প্ৰ’পাইন।
(গ) প্ৰ’পান-1-অল।
(ঘ) প্ৰ’পান-2-অল।
উত্তৰঃ (ঘ) প্ৰ’পান-2-অল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


