Class 12 Chemistry MCQ Chapter 5 সমন্বয়ী যৌগবোৰ

Class 12 Chemistry MCQ Chapter 5 সমন্বয়ী যৌগবোৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 5 সমন্বয়ী যৌগবোৰ and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 5 সমন্বয়ী যৌগবোৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 5

MCQ

১। সকলোবিলাক লিগাণ্ড হৈছে—

(ক) লুইৰ অম্ল।

(খ) নিৰপেক্ষ।

(গ) লুইৰ ক্ষাৰক।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) লুইৰ ক্ষাৰক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ডাই ইথাইলিন ট্রাই এমিন এটা—

(ক) কিলেটিং বিজাৰক।

(খ) বহুদণ্ডী লিগাগু।

(গ) ত্রিদণ্ডীয়।

(ঘ) আটাইকেইটা।

উত্তৰঃ (ঘ) আটাইকেইটা।

৩। কেন্দ্রীয় ধাতৱ পৰমাণুত d ইলেকট্রন নথকা জটিল যৌগ হ’ল—

(ক) [MnO₄]⁻

(খ) [Fe(CN)₆]³⁻

(গ) [Co(NH₃)₆]³⁺

(ঘ) [Cr(H₂O)₆]³⁺

উত্তৰঃ (ক) [MnO₄]⁻

৪। [Fe(CN)₆]³⁻-ত থকা d ইলেকট্রনৰ সংখ্যা—

(ক) 2

(খ) 3

(গ) 4

(ঘ) 5

উত্তৰঃ (ঘ) 5

৫। [Fe(CN)] আয়ন হ’ল—

(ক) অষ্টফলকীয়।

(খ) বর্গসমতলীয়।

(গ) চতুর্ফলকীয়।

(ঘ) ৰৈখিক।

উত্তৰঃ (ক) অষ্টফলকীয়।

৬। জ্যামিতিক সমযোগিতা সেইবিলাক সমন্বয়ী যৌগত পোৱা যায়, যিবিলাকৰ সমন্বয়ী সংখ্যা—

(ক) 2

(খ) 3

(গ) 4

(ঘ) 5

উত্তৰঃ (গ) 4

৭। তলৰ কোনটো মৌলই পৰিৱৰ্তী জাৰণ অৱস্থা নেদেখুৱায়?

(ক) Fe

(খ) Cu

(গ) Zn

(ঘ) Mn

উত্তৰঃ (গ) Zn

৮। তলত দিয়া সমন্বয় সংকুলবোৰৰ ভিতৰত কোনটো আলোক সক্রিয়?

(ক) [Co(NH₃)₆]³⁺

(খ) [Co(H₂O)₂(NH₃)(Cl₂]⁺

(গ) [Cr(H₂O)₄Cl₂]⁺

(ঘ) [Co(CN)₅NO]

উত্তৰঃ (খ) [Co(H₂O)₂(NH₃)(Cl₂]⁺

৯। AgCl অধঃক্ষেপত NHOH যোগ কৰিলে কোনটো সমন্বয় সংকুল গঠন হ’ব?

(ক) [Ag(NH₄)₂]Cl

(খ) [Ag(NH₄)₂]Cl₂

(গ) [Ag(NH₃)₂]OH

(ঘ) [Ag(NH₃)₂]Cl

উত্তৰঃ (গ) [Ag(NH₃)₂]OH

১০। Fe(CO) অণুৰ আকৃতি হ’ব—

(ক) চতুর্ফলকীয়।

(খ) অষ্টফলকীয়।

(গ) ট্রাইগ’নেল বাইপিৰামিডীয়।

(ঘ) বর্গ সমতলীয়।

উত্তৰঃ (গ) ট্রাইগ’নেল বাইপিৰামিডীয়।

১১। কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে কোনটো সংকুল ব্যৱহাৰ কৰা হয়?

(ক) [Co(NH₃)₃Cl₃]

(খ) [Cis – PtCl₂(NH₃)₂]

(গ) Cis[K₂PtCl₂Br]

(ঘ) Na₂CoCl₄

উত্তৰঃ (খ) [Cis – PtCl₂(NH₃)₂]

১২। EDTA হৈছে এটা—

(ক) একদণ্ডীয় লিগাণ্ড।

(খ) দ্বিদণ্ডীয় লিগাণ্ড।

(গ) ত্রিদণ্ডীয় লিগাণ্ড।

(ঘ) ষড়দণ্ডীয় লিগাণ্ড।

উত্তৰঃ (ঘ) ষড়দণ্ডীয় লিগাণ্ড।

১৩। [Co(CN)] -ত Co-ৰ আধান—

(ক) -6

(খ) +6

(গ) +1

(ঘ) -3

উত্তৰঃ (গ) +1

১৪। তলৰ কোনটো এটা এম্বিডেন্টেট লিগাগু?

(ক) C₂O₄²⁻

(খ) NH₂CH₂CH₂NH₂

(গ) SCN⁻

(ঘ) H₂O

উত্তৰঃ (গ) SCN⁻

১৫। [Cr(C₂O₄)]³⁻-য়ে তলৰ কোনবিধ সমযোগিতা দেখুৱায়?

(ক) জ্যামিতিক।

(খ) আলোক।

(গ) আয়নীকৰণ।

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (খ) আলোক।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top