Class 12 Chemistry MCQ Chapter 4 d- আৰু f- গোষ্ঠীৰ মৌলসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 4 d- আৰু f- গোষ্ঠীৰ মৌলসমূহ and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.
Class 12 Chemistry MCQ Chapter 4 d- আৰু f- গোষ্ঠীৰ মৌলসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.
d- আৰু f- গোষ্ঠীৰ মৌলসমূহ
Chapter: 4
| MCQ |
১। সংক্রমণশীল মৌলসমূহৰ বহিঃখোলৰ সাধাৰণ ইলেক্ট্রনীয় বিন্যাস হ’ল—
(ক) (n – 2)d ns¹
(খ) (n – 1)d¹⁰ ns²
(গ) (n – 1)d¹⁻¹⁰ ns¹⁻²
(ঘ) nd¹⁻¹⁰ ns¹⁻²
উত্তৰঃ (গ) (n – 1)d¹⁻¹⁰ ns¹⁻²
২। Fe³⁺ আয়নৰ অযুগ্ম ইলেকট্রনৰ সংখ্যা হ’ল—
(ক) 2
(খ) 4
(গ) 5
(ঘ) 1
উত্তৰঃ (গ) 5
৩। তলৰ কোনটো সংক্রমণশীল মৌলই পৰিৱৰ্তনশীল যোজ্যতা নেদেখুৱায়?
(ক) Fe
(খ) Cu
(গ) Zn
(ঘ) Mn
উত্তৰঃ (গ) Zn
৪। [Fe(CN)₆]³⁻ ত থকা d ইলেকট্রনৰ সংখ্যা—
(ক) 2
(খ) 3
(গ) 4
(ঘ) 5
উত্তৰঃ (ঘ) 5
৫। তলত দিয়া কোনটো ৰঙীন হয়?
(ক) Sc³⁺
(খ) Ti⁴⁺
(গ) Zn²⁺
(ঘ) V²⁺
উত্তৰঃ (ঘ) V²⁺
৬। তলৰ কোনটো মৌলৰ ভূমিস্তৰ অৱস্থাত অর্ধপূর্ণ d-অৰবিটেল থাকে?
(ক) Cr
(খ) Cu
(গ) Zn
(ঘ) Ag
উত্তৰঃ (ক) Cr
৭। ক্র’মিয়ামৰ ভূমিস্তৰ অৱস্থাত থকা অযুগ্ম ইলেকট্রনৰ সংখ্যা—
(ক) 3
(খ) 4
(গ) 5
(ঘ) 6
উত্তৰঃ (ঘ) 6
৮। পর্যাবৃত্ত তালিকাৰ কোনটো পর্যায়ত দ্বিতীয় সংক্রমণশীল মৌলসমূহক স্থান দিয়া হয়?
(ক) পর্যায় 4
(খ) পর্যায় 5
(গ) পর্যায় 6
(ঘ) পর্যায় 7
উত্তৰঃ (ক) পর্যায় 4
৯। 3d শ্ৰেণীৰ মৌলসমূহৰ আটাইতকৈ সাধাৰণ জাৰণ অৱস্থা হ’ল—
(ক) +1
(খ) +2
(গ) +3
(ঘ) +4
উত্তৰঃ (খ) +2
১০। ক্র’মিয়ামে দেখুৱাব পৰা উচ্চতম জাৰণ অৱস্থা হ’ল—
(ক) +4
(খ) +5
(গ) +6
(ঘ) +7
উত্তৰঃ (গ) +6
১১। সংক্রমণশীল ধাতুৰে কোন প্ৰকাৰৰ হাইড্রাইড সৃষ্টি কৰে?
(ক) আয়নীয় হাইড্রাইড।
(খ) সহযোজী হাইড্রাইড।
(গ) ধাতৱ হাইড্রাইড।
(ঘ) জটিল হাইড্রাইড।
উত্তৰঃ (ঘ) জটিল হাইড্রাইড।
১২। তলৰ কোনটোৱে +7 জাৰণ অৱস্থা দেখুৱাব পাৰে?
(ক) Cr
(খ) Cu
(গ) Ti
(ঘ) Mn
উত্তৰঃ (ঘ) Mn
১৩। KMnO₄-এ
(ক) জাৰক হিচাপে ক্রিয়া কৰে।
(খ) বীজাণুনাশী হিচাপে ক্রিয়া কৰে।
(গ) ৰোগাণুনাশী হিচাপে ক্ৰিয়া কৰে।
(ঘ) তিনিও ধৰণে ক্ৰিয়া কৰে।
উত্তৰঃ (ঘ) তিনিও ধৰণে ক্ৰিয়া কৰে।
১৪। বেয়াৰ বিকাৰক হ’ল—
(ক) প্রশম KMnO₄ দ্রৱ।
(খ) ক্ষাৰকীয় KMnO₄ দ্রৱ।
(গ) আম্লিক KMnO₄ দ্রৱ।
(ঘ) তিনিওটাৰ এটাও নহয়।
উত্তৰঃ (খ) ক্ষাৰকীয় KMnO₄ দ্রৱ।
১৫। তলৰ কোনটো আয়ন অপচুম্বকীয়?
(ক) Cu²⁺
(খ) Cu⁺
(গ) Sc³⁺
(ঘ) Tl³⁺
উত্তৰঃ (গ) Sc³⁺

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



