Class 11 Environmental Studies MCQ Chapter 8 পথ সুৰক্ষা

Class 11 Environmental Studies MCQ Chapter 8 পথ সুৰক্ষা Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 8 পথ সুৰক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 8 পথ সুৰক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

Chapter – 8

MULTIPLE CHOICE QUESTION ANSWER

১। পথ দুর্ঘটনাৰ মূখ্য কাৰণ কি?

(ক) বেয়া বতৰ।

(খ) যান্ত্রিক সমস্যা।

(গ) মানুহৰ ভুল।

(ঘ) পৰিৱেশগত কাৰণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) মানুহৰ ভুল।

২। মানুহৰ ভুলৰ বাবে কিমান শতাংশ পথ দুৰ্ঘটনা হয়?

(ক) ৫০ শতাংশ।

(খ) ৮৫ শতাংশ।

(গ) ৭০ শতাংশ।

(ঘ) ৬০ শতাংশ।

উত্তৰঃ (খ) ৮৫ শতাংশ।

৩। কিমান চনত সুন্দৰ কমিটি গঠন হৈছিল?

(ক) ২০০৬ চনত।

(খ) ২০০৯ চনত।

(গ) ২০০৭ চনত।

(ঘ) ২০০৫ চনত।

উত্তৰঃ (ঘ) ২০০৫ চনত।

৪। ভাৰতত ৫৪.৭% পথ দুর্ঘটনা ক’ত ঘটে?

(ক) নগৰ অঞ্চলত।

(খ) গ্ৰামাঞ্চলত।

(গ) পাহাৰীয়া অঞ্চলত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) গ্ৰামাঞ্চলত।

৫। গাড়ীৰ ধোঁৱাই কি সৃষ্টি কৰে?

(ক) বায়ু প্ৰদূষণ।

(খ) ভূমি প্ৰদূষণ।

(গ) পৰিৱেশ প্ৰদূষণ।

(ঘ) জল প্ৰদূষণ।

উত্তৰঃ (ক) বায়ু প্ৰদূষণ।

৬। সমীক্ষা মতে ছীট্ বেল্ট ব্যৱহাৰ নকৰাৰ বাবে দুর্ঘটনাসমূহত কিমান শতাংশ ব্যক্তিৰ মৃত্যু হয়?

(ক) ৩০ শতাংশ।

(খ) ৪০ শতাংশ।

(গ) ৬০ শতাংশ।

(ঘ) ৭০ শতাংশ।

উত্তৰঃ (ঘ) ৭০ শতাংশ।

৭। ট্রেফিক পইণ্টবোৰত কেই ধৰণৰ লাইট দেখা যায়।

(ক) দুই ধৰণৰ।

(খ) তিনি ধৰণৰ।

(গ) চাৰি ধৰণৰ।

(ঘ) পাঁচ ধৰণৰ।

উত্তৰঃ (খ) তিনি ধৰণৰ।

৮। প্রতি ঘণ্টাত কিমান কি. মি. বেগত চলাৰ বাবে ‘গতি নিয়ন্ত্রক যন্ত্র’ বাছত থাকিব লাগে?

(ক) ৪০ কি. মি.

(খ) ৫০ কি. মি.

(গ) ৬০ কি. মি.

(ঘ) ৭০ কি. মি.

উত্তৰঃ (ক) ৪০ কি. মি.

৯। পথ সুৰক্ষাৰ সজাগতা সপ্তাহ কেতিয়া উদযাপন কৰা হয়?

(ক) জানুৱাৰীত।

(খ) ফেব্ৰুৱাৰীত।

(গ) মাৰ্চত।

(ঘ) অক্টোবৰত।

উত্তৰঃ (ক) জানুৱাৰীত।

১০। সঠিক ছীট্ বেল্ট ব্যৱহাৰ কৰোঁতে কি হয়?

(ক) গাড়ী নিয়ন্ত্ৰণ বৃদ্ধি।

(খ) গতি বৃদ্ধি।

(গ) পথচাৰীৰ সজাগতা বৃদ্ধি।

(ঘ) সুৰক্ষা বৃদ্ধি।

উত্তৰঃ (ঘ) সুৰক্ষা বৃদ্ধি।

১১। গাড়ী চালক সুৰাসক্ত হ’লে কি হয়?

(ক) গাড়ী সঠিকভাৱে চলে।

(খ) গাড়ী নিয়ন্ত্ৰণৰ অভাৱ হয়।

(গ) গাড়ী অধিক গতিৰ সৈতে চলে।

(ঘ) গাড়ী মুকলি ভাৱে চলিব।

উত্তৰঃ (খ) গাড়ী নিয়ন্ত্ৰণৰ অভাৱ হয়।

১২। পৃথিৱীৰ মুঠ গাড়ীৰ মাত্র কিমান শতাংশহ গাড়ী আমাৰ দেশত আছে?

(ক) ২ শতাংশ।

(খ) ৩ শতাংশ।

(গ) ১ শতাংশ।

(ঘ) ৪ শতাংশ।

উত্তৰঃ (গ) ১ শতাংশ।

১৩। এজন চালকে সুৰাপান কৰি গাড়ী চলাই থকা অৱস্থাত তেওঁৰ প্ৰতি ১০০মি. লি. তেজৰ নমুনাত কিমান মি.গ্রা. সুৰাসাৰ থকা প্রমাণিত হয়?

(ক) ১৫ মি.গ্ৰা.

(খ) ২০ মি.গ্ৰা.

(গ) ২৫ মি.গ্ৰা.

(ঘ) ৩০ মি.গ্ৰা.

উত্তৰঃ (ঘ) ৩০ মি.গ্ৰা.

১৪। স্কুল বাছৰ চালকজন কিমান বছৰ গধুৰ যান-বাহন চলোৱা অভিজ্ঞতা-সম্পন্ন হ’ব লাগে?

(ক) ২ বছৰ।

(খ) ৩ বছৰ।

(গ) ৪ বছৰ।

(ঘ) ৫ বছৰ।

উত্তৰঃ (ঘ) ৫ বছৰ।

১৫। UNECE-ৰ সম্পূৰ্ণ ৰূপটো কি?

(ক) Pollution Under Control Certificate.

(খ) United Nations Economic Commssion of Europe.

(গ) The Decade of action for Road Safety.

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) United Nations Economic Commssion of Europe.

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top