Parvati Prasad Barua Biography | পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জীৱনী
পাৰ্ৱতি প্ৰসাদ বৰুৱা (Parvati Prasad Barua) আছিল অসমীয়া সাহিত্যৰ এগৰাকী উজ্জ্বল নক্ষত্র। তেওঁ গীতিকবি, কবি, নাট্যকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা হিচাপে জনাজাত। বিশেষকৈ তেওঁ “গীতিকবি” ৰূপে অধিক পৰিচিত। ১৯৪০ চনত তেওঁ চতুৰ্থখন অসমীয়া ছবি […]
Parvati Prasad Barua Biography | পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জীৱনী Read More »


