SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি

SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি Solutions, SEBA Class 9 Maths Textbook Notes in Assamese Medium, SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি Notes and select needs one.

SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি Solutions for All Subject, You can practice these here.

বহুপদ ৰাশি

Chapter – 2

অনুশীলনীঃ 2.1

1. তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়? তোমাৰ উত্তৰৰ যুক্তি দিয়া।

(i) 4x² – 3x + 7

উত্তৰঃ 4x² – 3x + 7 এটা চলকযুক্ত বহুপদ ৰাশি, কাৰণ চলক X -ৰ সূচক বা ঘাত এটা পূর্ণসংখ্যা।

উত্তৰঃ

উত্তৰঃ 

ঘাত = ½ আৰু ই পূৰ্ণসংখ্যা নহয়।

(iv) y + 2/y

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ y + 2/y এটা চলকযুক্ত বহুপদ ৰাশি নহয়।

উত্তৰঃ

2. তলৰ প্ৰতিটোৰে x² -ৰ সহগ লিখা।

(i) 2 + x² + x

উত্তৰঃ  2 + x² + x -ত x² -ৰ সহগ হ’ল: 1. 

(ii) 2 – x² + x³

উত্তৰঃ 2 – x² + x³ -ত x² -ৰ সহগ হ’ল: 1.

উত্তৰঃ

উত্তৰঃ

(v) (2x – 3)(x² – 3x + 1)

উত্তৰঃ (2x – 3)(x² – 3x + 1) 

= 2x(x² – 3x + 1) – 3(x² – 3x + 1)

= 2x³ – 6x² + 2x – 3x² + 9x – 3

= 2x³ – 9x² + 11x -3

∴ x² -ৰ সহগ হ’ল: 9. 

3. 35 মাত্রাযুক্ত এটা দ্বিপদ আৰু 100 মাত্রাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ 35 মাত্রা বিশিষ্ট দ্বি-পদ ৰাশিৰ এটা উদাহৰণ হ’লঃ 5x³⁵- 32 আৰু 100 মাত্ৰা বিশিষ্ট এক পদ ৰাশিৰ এটা উদাহৰণ হ’লঃ 3y¹⁰⁰ + 1. 

4. তলৰ বহুপদবোৰৰ মাত্রা লিখা।

(i) 5x³ + 4x² + 7x

উত্তৰঃ  P(x) -ৰ সর্বোচ্চ সূচক = 3। অর্থাৎ নির্ণেয় মাত্রা =3.

(ii) 4 – y²

উত্তৰঃ p(y) – ৰ সর্বোচ্চ সূচক = 2 । অর্থাৎ নির্ণেয় মাত্রা = 2.

(iii) 5t – √7

উত্তৰঃ f(t) -ৰ সর্বোচ্চ সূচক = 1। অর্থাৎ নির্ণেয় মাত্রা = 1.

(iv) 3

উত্তৰঃ f(x) -ৰ সর্বোচ্চ সূচক = 0। অর্থাৎ নির্ণেয় মাত্রা = 0. 

5. তলত ৰৈখিক, দ্বিঘাত আৰু ত্রিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা।

(i) x² + x 

উত্তৰঃ x² + x বহুপদ ৰাশিটোৰ ঘাত = 2. অর্থাৎ ই দ্বিঘাত বিশিষ্ট বহুপদ ৰাশি।

(ii) x – x³

উত্তৰঃ x – x³ বহুপদ ৰাশিটোৰ ঘাত = 3. অর্থাৎ ই ত্রিঘাত বিশিষ্ট বহুপদ ৰাশি।

(iii) y + y² + 4

উত্তৰঃ y + y² + 4 বহুপদ ৰাশিটোৰ ঘাত = 2. অর্থাৎ ই দ্বিঘাত বিশিষ্ট বহুপদ ৰাশি।

(iv) 1 + x

উত্তৰঃ 1 + x বহুপদ ৰাশিটোৰ ঘাত = 1. অর্থাৎ ই ৰৈখিক ৰাশি।

(v) 3t

উত্তৰঃ 3t ৰাশিটোৰ ঘাত = 1. অর্থাৎ ই ৰৈখিক ৰাশি।

(vi) r²

উত্তৰঃ r² ৰাশিটোৰ ঘাত = 2. অর্থাৎ ই এটা দ্বিঘাত বিশিষ্ট ৰাশি।

(vii) 7x³ 

উত্তৰঃ 7x³ ৰাশিটোৰ ঘাত = 2. অর্থাৎ ই এটা ত্রিঘাত বিশিষ্ট ৰাশি।

অনুশীলনী – 2.2

1. 5x – 4x² + 3 বহুপদৰ মান নির্ণয় কৰা যেতিয়া-

(i) x = 0

উত্তৰঃ ধৰা হ’ল, f(x) = 5x – 4x² + 3 

∴ f(0) = 5 × 0 – 4(0)² + 3

= 0 – 0 + 3 = 3

(ii) x = – 1

উত্তৰঃ ধৰা হ’ল, f(x) = 5x – 4x² + 3 

∴ f( – 1) = 5( – 1) – 4( – 1)² + 3 

= – 5 – 4 + 3 = – 9 + 3 = – 6

(iii) x = 2

উত্তৰঃ ধৰা হ’ল, f(x) = 5x – 4x² + 3 

∴ f(2) = 5 × 2 – 4(2)² + 3 

= 10 – 16 + 3 = – 3 

2. তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p(0), p (1) আৰু p(2)ৰ মান নির্ণয় কৰা।

(i) p(y) = y² – y + 1

উত্তৰঃ p(y) = y² – y + 1 

∴ p(0) = 0² – 0 + 1 = 1 

p(1) = 1² – 1 + 1 = 1 

p(2) = 2² – 2 + 1 = 3

(ii) p(t) = 2 + t + 2t² – t³

উত্তৰঃ p(t) = 2 + t + 2t² – t³

∴ p(0) = 2 + 0 + 2(0)² – (0)³

 = 2 + 0 + 0 – 0 = 2 

p(1) = 2 + 1 + 2(1)² – (1)³

= 2 + 1 + 2 – 1 = 4 

p(2) = 2 + 2 + 2(2)² – (2)³

= 4 + 8 – 8 = 4

(iii) p(x) = x³ 

উত্তৰঃ p(x) = x³

∴ p(0) = 0³ = 0

 p(1) = 1³ = 1 

p(2) = 2³ = 8

(iv) p(x) = (x – 1)( x + 1) 

উত্তৰঃ p(x) = (x – 1)(x + 1) 

p(0) = (0 – 1)(0 + 1) 

= – 1 × 1= – 1

p(1) = (1 – 1)(1 + 1) 

= 0 × 2 = 0

p(2) = (2 – 1)(2 + 1) 

=1 × 3 = 3

3. কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয়নে নহয় সত্যাপন কৰি চোৱা।

(i) p(x) = 3x + 1, x = – ⅓

উত্তৰঃ p(x) = 3x + 1[প্রদত্ত] 

= – 1 + 1 = 0

∴ ইয়াত সত্যতা প্রতিপালন কৰা হ’ল যে x = 1/3 ধৰিলে 3x + 1 বহুপদ ৰাশিটোৰ মান শূন্য হয়।

(ii) p(x) = 5x – π, χ = 4/3

উত্তৰঃ p(x) = 5x – π,

= 4 – π ≠ 0

∴ ইয়াত দেখা গ’ল যে x = 4/5 স্থাপন কৰিলে 5x – π বহুপদ ৰাশিটোৰ মান শূন্য নহয়।

(iii) p(x) = x² – 1, x = 1, – 1

উত্তৰঃ p(x) = x² – 1,

∴ p(1) = (1)² – 1 = 0 

আকৌ, p(- 1) = (- 1)² – 1 

= 1 – 1 = 0 

∴ x = 1, – 1 ধৰিলে প্রদত্ত বহুপদ ৰাশিটোৰ মান শূন্য হয়।

(iv) p(x) = (x + 1)(x – 2), x = -1, 2

উত্তৰঃ p(x) = (x + 1)(x – 2) 

∴ p(-) = (- 1 + 1)(- 1 – 2) 

= 0(- 3) = 0 

∴ p(2) = (2 + 1)(2 – 2)

= 3 × 0 = 0 

∴ x = – 1, 2 স্থাপন কৰিলে প্রদত্ত বহুপদ ৰাশিটোৰ মান শূন্য হয়।

(v) p(x) = x², x= 0

উত্তৰঃ p(x) = x² 

∴ (0) = 0² = 0

∴ x = 0 ধৰিলে প্রদত্ত ৰাশিটোৰ মান শূন্য হয়।

উত্তৰঃ P(x) – Ix I m

∴ P (- m/I) = I (- m/I) + m

= – m + m = 0

∴ X = – m/I স্থাপন কৰিলে প্ৰদত্ত বহুপদ ৰাশিটোৰ মান শান্য হয়।

উত্তৰঃ 

(viii) p(x) = 2x + 1, x = 1/2 

উত্তৰঃ 

4. তলত দিয়া বহুপদ ৰাশিবোৰৰ শূন্য নিৰ্ণয় কৰাঃ 

(i) p(x) = x + 5

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য নিৰ্ণয় কৰাৰ বাবে f(x) = 0 ধৰিব লাগিব।

∴ x + 5 = 0 ⇒ x = – 5 

∴ x + 5 বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি x = – 5 বহুওৱা হয়।

(ii) p(x) = x – 5

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য নিৰ্ণয় কৰাৰ বাবে p(x) = 0 ধৰিব লাগিব। 

∴ x – 5 = 0 ⇒ x = 5 

∴ x – 5 বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি x = 5 বহুওৱা হয়।

(iii) p(x) = 2x + 5

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি p(x) = 0 ধৰা হয়।

 ∴ 2x + 5 = 0

⇒ x = – 5/2

∴ x = – 5/2

∴ 2x + 5 বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি x = – 5/2 বহুওৱা হয়।

(iv) p(x) = 3x – 2

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য নিৰ্ণয় কৰাৰ বাবে p(x) = 0 ধৰিব লাগিব।

∴ 3x – 2 = 0 

⇒ x= 2/3

∴ 3x – 2 বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি x = 2/3 বহুওৱা হয়।

(v) p(x) = 3x

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য নিৰ্ণয় কৰাৰ বাবে p(x) = 0 ধৰিব লাগিব। 

∴ 3x = 0 

⇒ x = 0/3 = 0

∴ 3x বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি x = 0 বহুওৱা হয়।

(vi) p(x) = ax, a ≠ 0

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি p(x) = 0 ধৰা হয়।

∴ p(x) = 0

⇒ ax = 0 ⇒ x = 0/a = 0 

∴ ax -ৰ মান শূণ্য হ’ব যদি x = 0 বহুওৱা হয়।

(vii) p(x) = cx + d, c ≠ 0, c, d দুটা হ’ল বাস্তৱ সংখ্যা।

উত্তৰঃ বহুপদ ৰাশিটোৰ মান শূন্য নিৰ্ণয় কৰাৰ বাবে p(x) = 0 ধৰিব লাগিব। 

∴ cx + d = 0 

⇒ cx = – d 

⇒ x = – d/c

∴ cx + d বহুপদ ৰাশিটোৰ মান শূন্য হ’ব যদি x = – d/c বহুওৱা হয়।

অনুশীলনী – 2.3

1. x³ + 3x² + 3x + 1 ক তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নির্ণয় কৰাঃ

(i) x + 1

উত্তৰঃ ধৰা হ’ল p(x) = x³  + 3x² + 3x + 1 

(x + 1) -ৰে P(x) -ক হৰণ কৰিলে 

ভাগশেষ = (- 1)³ + 3(-1)² + 3(- 1) + 1 

= – 1 + 3 – 3 + 1

= 0

(ii) x – 1/2 

উত্তৰঃ ধৰা হ’ল p(x) = x³ + 3x² + 3x + 1

(iii) x

উত্তৰঃ ধৰা হ’ল p(x) = x³ + 3x² + 3x + 1 

x -ৰে p(x) -ক হৰণ কৰিলে 

ভাগশেষ p(0) = 0³ +3(0)² + 3 × 0 + 1 = 1

(iv) x + π

উত্তৰঃ ধৰা হ’ল p(x) = x³ + 3x² + 3x + 1

 (x + π) -ৰে p(x) -ক হৰণ কৰিলে 

ভাগশেষ p(π) = (- π)³ + 3(- π)² + 3(- π) + 1 

= – π³ + 3π²   -3π + 1

(v) 5 + 2x 

উত্তৰঃ ধৰা হ’ল p(x) = x³ + 3x² + 3x + 1 

(5 + 2x) -ৰে p(x) -ক হৰণ কৰিলে

2. x³ – ax² + 6x – a ক x – a -ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা।

উত্তৰঃ ধৰা হ’ল P(x) = x³ – ax² + 6x – a

ভাগশেষ p(a) = a³ – a(a)² + 6 × a – a 

= a³ – a³ + 6a – a = 5a

3. 7+ 3x, 3x³ + 7x -ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা।

উত্তৰঃ ধৰা হ’ল P(x) = 3x³ + 7x

ভাজক = 7 + 3x ধৰা হ’ল 7 + 3x = 0 ⇒ x = – 7/3

যিহেতু, ভাগশেষ শূন্য নহয়। অর্থাৎ (7+3x), 3x³ + 7x) -ৰ উৎপাদক নহয়।

4. ভাগফল আৰু ভাগশেষ নির্ণয় কৰাঃ 

(i) x³ – 4x² + 2x + 5 ক x – 2 ৰে ভাগ কৰিলে।

উত্তৰঃ 

∴ ভাগফল = x² – 2x – 2; ভাগশেষ = 1.

(ii) 4x³ – 2x² – 3 ক 2x² – 1 ৰে ভাগ কৰিলে।

উত্তৰঃ 

(iii) 3x³ – 5x² + 10x – 3 ক 3x + 1 ৰে ভাগ কৰিলে।

উত্তৰঃ 

(iv) x¹¹ – 5 ক x + 1ৰে ভাগ কৰিলে।

উত্তৰঃ 

∴ ভাগশেষ = – 6

5. (i) 3x² – 2x – 40 ক 3x + 10 ৰে হৰণ কৰা।

উত্তৰঃ 

∴ ভাগফল x – 4; ভাগশেষ = 0.

(ii) 4+ 7x + 7x² + 2x³  ক 2x + 1 ৰে হৰণ কৰা।

উত্তৰঃ

∴ ভাগফল x² + 3x + 2; ভাগশেষ = 2.

6. (i) – 14x² – 13x + 12 বহুপদটো 2x + 3 দ্বাৰা সম্পূৰ্ণকৈ বিভাজ্য হয়নে?

উত্তৰঃ ধৰা হ’ল p(x) = -14x² – + 12

ভাজক = 2x + 3 

ধৰা হ’ল 2x + 3 = 0

⇒ 2x = – 3 

⇒ x = – 3/2

∴ – 14x² – 13x + 12 বহুপদটো 2x + 3 দ্বাৰা সম্পূৰ্ণকৈ বিভাজ্য।

(ii) x – 7 ৰাশিটো x³ + 2x² – 3x + 4 বহুপদটোৰ এটা উৎপাদক হয়নে পৰীক্ষা কৰা। 

উত্তৰঃ ধৰা হ’ল p(x) = x³ + 2x² – 3x + 4 

ভাজক = x – 7 

ধৰা হ’ল x – 7 = 0 

⇒ x = 7

 ∴ p(7) = (7)³ + 2(7)² – 3(7) + 4 

= 364 + 98 – 21+ 4 

= 466 – 21

= 445. 

∴ p(x) ≠ 0. 

∴ (x – 7) ৰাশিটো x³ + 2x² – 3x + 4 বহুপদটোৰ এটা উৎপাদক নহয়।

7. ax³ + 3x² + 5x – 4 আৰু x³ – 4x – a বহুপদ দুটাক x – 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গ’ল। a -ৰ মান উলিওৱা। 

উত্তৰঃ ধৰা হ’ল p(x) ax³ + 3x² + 5x – 4

F(x) = x³- 4x – a 

আৰু Q(x) = x – 2 

ধৰা হ’ল, x – 2 = 0 ⇒x = 2 

∴ p(2) = a(2)³ + 3(2)² +5 × 2 – 4

= 8a +12 + 10 – 4 = 8a + 18 

F(2) = 2³- 4 × 2 – a 

= 8 – 8 – a = – a

∴ প্রশ্নমতে, ৪a + 18 = – a 

⇒ 9a + 18 = 0

⇒ 9a – 18 

⇒ a = – 2

অনুশীলনী – 2.4

1. তলৰ কোনটো বহুপদৰ এটা উৎপাদক (x+1) তাক নিৰ্ণয় কৰা। 

(i) x³ + x² + x + 1

উত্তৰঃ ধৰা হ’ল p(x) = x³ + x² + x + 1 

∴ p(- 1) = (- 1)³ + (- 1)² + (- 1) + 1 

= – 1 + 1 – 1 + 1 = 0 

∴ উৎপাদক প্রতিজ্ঞা মতে (x + 1), p(x) – ৰ এটা উৎপাদক।

(ii) x⁴ + x³ + x² + x + 1

উত্তৰঃ ধৰা হ’ল p(x) = x⁴ + x³ + x² + x + 1 

∴ p(- 1) = (- 1)⁴ + (- 1)³ +(- 1)² + (- 1) + 1 

= 1 – 1 + 1 – 1 + 1 = 1 ≠ 0

∴ উৎপাদক প্রতিজ্ঞা মতে (x + 1), p(x) – ৰ এটা উৎপাদক নহয়।

(iii) x⁴ + 3x³ + 3x² + x + 1

উত্তৰঃ ধৰা হ’ল p(x) = x⁴ + 3x³ + 3x² + x + 1

∴ p(- 1) = (-1)⁴ + 3(- 1)³ + 3(- 1)² + (- 1) + 1 

= 1 – 3 + 3 – 1 + 1 = 1 ≠ 0

∴ উৎপাদক প্রতিজ্ঞা মতে (x + 1), p(x) – ৰ এটা উৎপাদক নহয়।

উত্তৰঃ 

∴ উৎপাদক প্রতিজ্ঞা মতে (x + 1), p(x) – ৰ এটা উৎপাদক নহয়।

2. উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্রতিটো ক্ষেত্ৰতে g(x), p(x) – ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা।

(i) p(x) = 2x³ + x² + 2x – 1,g(x) = x + 1

উত্তৰঃ p(x) = 2x³ + x² + 2x – 1,g(x) = x + 1 

p(x) = 2x³ + x² + 2x – 1 

p(- 1) = 2(- 1)³ + (- 1)² + 2(- 1)- 1 

= – 2 + 1 – 2 – 2 – 1 = – 4 

∴ g(x), p(x) – অৰ এটা উৎপাদক নহয়।

(ii) p(x) = x³ + 3x² + 3x + 1,g(x) = x + 2

উত্তৰঃ p(x) = x³ + 3x² + 3x + 1, g(x) = x + 2 

p(-) = (- 2)³ + 3(- 2)² + 3(- 2) + 1 

= – 8 + 12 – 6 + 1 = – 1 

∴ g(x), p(x) – অৰ এটা উৎপাদক নহয়।

(iii) p(x) = x³ – 4x² + x + 6,g(x) = x – 3

উত্তৰঃ p(x) = x³ – 4x² + x + 6,g(x) = x – 3

p(3) = (3)³ – 4(3)² + 3 + 6

= 27 – 36 + 3 + 6 = 0 

∴ g(x), p(x) – অৰ এটা উৎপাদক।

3. যদি (x – 1), p(x) – ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্রতিটো ক্ষেততে k – ৰ মান নির্ণয় কৰাঃ 

(i) p(x) = x² + x + k

 উত্তৰঃ ∴ (x – 1), p(x) – ৰ এটা উৎপাদক।

∴ উৎপাদক প্রতিজ্ঞা দ্বাৰা, p(1) = 0 হ’ব। 

∴ (1)² + 1 + k = 0 ⇒ k = – 2

 উত্তৰঃ ∴ (x – 1), p(x) – ৰ এটা উৎপাদক। 

∴ উৎপাদক প্রতিজ্ঞা দ্বাৰা, p (1) = 0 হ’ব।

 উত্তৰঃ ∴ (x – 1), p(x)-ৰ এটা উৎপাদক। 

∴ উৎপাদক প্রতিজ্ঞা দ্বাৰা, p(1) = 0 হ’ব।

(iv) p(x) = kx² – 3x + k

 উত্তৰঃ ∴ (x – 1), p(x) – ৰ এটা উৎপাদক। 

∴ উৎপাদক প্রতিজ্ঞা দ্বাৰা, p(1) = 0 হ’ব। 

∴ k(1)² – 3(1) + k = 0 

4. উৎপাদক বিশ্লেষণ কৰাঃ

(i) 12x² – 7x + 1

উত্তৰঃ 12x² – 7x + 1

⇒ 12x² – 4x – 3x + 1 

[∴ সমষ্টি = – 4 – 3 = – 7,

গুণফল = (- 4) (- 3) = 12

আৰু অন্ত্যপদ দুটাৰ গুণফল = 12 × 1 = 12] 

⇒ 4x(3x – 1) – 1(3x – 1) ⇒ (3x – 1)(4x – 1)

(ii) 2x² + 7x + 3

উত্তৰঃ 2x² + 7x + 3

⇒ 2x² + 6x + x + 3 

⇒ 2x(x + 3) + 1(x + 3) ⇒ (2x + 1)(x + 3)

(iii) 6x² + 5x – 6

উত্তৰঃ 6x² + 5x – 6

⇒ 6x² + 9x – 4x – 6

⇒ 3x(2x + 3) – 2(2x + 3) ⇒ (2x + 3)(3x – 2)

(iv) 3x² – x – 4

উত্তৰঃ 3x² – x – 4 

⇒ 3x² – 4x + 3x – 4 

⇒ x(3x – 4) +1(3x – 4) ⇒ (3x – 4)(x + 1)

(v) 2x² + x – 45

উত্তৰঃ 2x² + x – 45 

⇒ 2x² + 10x – 9x – 45 

⇒ 2x(x + 5) – 9(x + 5) ⇒ (x + 5) (2x – 9)

(vi) y² + 18y + 65

উত্তৰঃ y² + 18y + 65

⇒ y² + 13y + 5y + 65 ⇒ y(y +13) + 5(y +13)

⇒ (y + 13)(y + 5) ⇒ (y + 13)(y + 5)

(vii) p² + 14p + 13

উত্তৰঃ p² + 14p + 13

⇒ p² + 13p + p + 13

 ⇒ p(p + 13) + 1(p + 13) ⇒ (p + 1)(p + 13)

(viii) – 18 + 11x – x²

উত্তৰঃ – 18 + 11x – x²

 ⇒ – x² + 11x – 18 ⇒ – x² + 9x + 2x – 18 

⇒ – x(x – 9) + 2(x – 9) ⇒(x – 9)(2 – x)

(ix) 8a² – 11ab + 15b²

উত্তৰঃ 8a² – 11ab + 15b²

⇒ 8a² – 12ab – 10ab + 15b² 

⇒ 4a(2a – 3b) – 5b(2a – 3b) 

⇒ (2a – 3b)(4a – 5b)

5. উৎপাদক বিশ্লেষণ কৰা।

(i) x³ – 2x²- x + 2

উত্তৰঃ ধৰা হ’ল p(x) x³ – 2x² – x + 2 

∴ p(- 1) = (- 1)³ – 2(- 1)² – 1 + 2 

 = – 1 – 2 + 1 + 2 = 0

∴ (x + 1), p(x) – ৰ এটা উৎপাদক।

(ii) x³ – 3x² – 9x – 5

উত্তৰঃ ধৰা হ’ল p(x) = x³ – 3x² – 9x – 5 

∴ p(- 1) = (- 1)³ – 3(- 1)² – 9(- 1) – 5

 = – 1 – 3 + 9 – 5 

= – 9 + 9 

= 0

∴ (x + 1), p(x) – ৰ এটা উৎপাদক।

(iii) x³ + 13x² + 32x + 20

উত্তৰঃ ধৰা হ’ল p(x) = x³ + 13x² + 32x + 20 

∴ p(- 1) = (-1)³ + 13(- 1)² + 32(- 1) + 20 

= – 1 + 13 – 32 + 20 

= 33 – 33

 = 0

∴ (x + 1), p(x) – ৰ এটা উৎপাদক।

(iv) 2y³ + y² – 2y – 1

উত্তৰঃ ধৰা হ’ল, p(y) = 2y³ + y² – 2y – 1 

∴ p(1) = 2(1)³ + (1)² – 2(1) – 1 

= 2 + 1 – 2 – 1 

= 3 – 3

= 0

∴ (y – 1), p(y) – ৰ এটা উৎপাদক।

(v) x³ + 2x² – x – 1

উত্তৰঃ ধৰা হ’ল, x³ + x² – x – 1

∴ P(x) = 1³ + 1² – 1 – 1 = 2 – 2 = 0  

∴ (x – 1) , P(x) – ৰ এটা উৎপাদক।

∴ P(x) = (x -1)(x² + 2x + 1)

= (x – 1){(x)² + 2. x. 1+1}² 

= (x – 1)(x + 1)²  = (x – 1)(x + 1)(x + 1)

(vi) x³ + x² + x + 1

উত্তৰঃ x³ + x² + x + 1

= x²(x + 1) + 1(x + 1)

= (x + 1)(x² + 1)

(vii) x³ + 2x² – x – 2

উত্তৰঃ x³ + 2x² – x – 2

ধৰা হ’ল p(x) = x³ + 2x² – x – 2 

∴ p(- 1) = (- 1)³ + 2(- 1)² – 1 – 2 

= – 1 + 2 + 1 – 2 = 0 

∴ (x + 1), p(x) – ৰ এটা উৎপাদক।

(viii) x³ + 3x² -7x – 6

উত্তৰঃ x³ + 3x² – 7x – 6 

ধৰা হ’ল P(x) = x³ + 3x² – 7x – 6

∴ P(1) = (1)³ + 3(1)² – 7 × 1 – 6 

= 1 + 3 – 7- 6 = – 9 ≠ 0

 ∴ p(2) = (2)³ + 3(2)² – 7(2) – 6 

= 8 + 12 – 14 – 6

= 20 – 20

= 0

∴ (x – 2), P(x) – ৰ এটা উৎপাদক।

∴ x³ + 3x² + 7x – 6 = (x – 2)(x² + 5x + 3)

(ix) 3x³ + 5x² – 16x – 2

উত্তৰঃ 3x³ + 5x² – 16x – 2

ধৰা হ’ল p(x) = 3x³ + 5x² – 16x – 12

∴ P(1) = 3(1)³ + 5(1)² – 16 × 1 – 12

= 3 + 5 – 16 – 12 = – 20≠0

∴ P(2) = 3(2)³ + 5(2)² – 16 × 2 – 12

= 24 + 20 – 32 – 12 = 44 – 44 = 0

∴ (x – 1), P(x) – ৰ এটা উৎপাদক।

∴ 3x³ + 5x² – 16x – 12

= (x – 2)(3x² + 11x + 6)

=(x-2) {(3x² + 9x + 2x + 6}0 

= (x – 2){3x(x + 3) + 2(x + 3)}

= (x – 2)(x + 3)(3x + 2)

6. যদি x² + px + q আৰু x² + mx + n বহুপদ দুটা x + a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে – a = n – q / p – m

উত্তৰঃ ∴ x² + px + q আৰু x² + mx + n – ৰ এটা সাধাৰণ উৎপাদক।

∴ x + a = 0

⇒ = – a

∴ x² – ap + q = 0

± x²  ± am ± n = 0

(বিয়োগ কৰি) am – ap + q – n = 0

⇒ a(m – p) = n – q

অনুশীলনী – 2.5

1. তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। 

(i) (x + 4)(x + 10)

উত্তৰঃ (x + 4)(x + 10)

= x² + (4 + 10)x + 4 × 10[(x + a) (x + b) 

= x² + (a + b)x + ab 

= x² + 14x + 40 

[ব্যৱহাৰ কৰি ইয়াত, a = 4, b = 0 ধৰা হৈছে।]

(ii) (x + 8)(x – 10)

উত্তৰঃ (x + 8)(x – 10) 

= x² + [8 + (- 10)]x + 8 × (- 10) 

= x² – 2x – 80

(iii) (3x + 4)(3x – 5)

উত্তৰঃ (3x + 4)(3x – 5)

= (3x)² + [4 + (- 5)]3x + 4 × (- 5) 

= 9x² – 3x – 20

উত্তৰঃ 

(v) (3 – 2x)(3 + 2x)

উত্তৰঃ (3 – 2x)(3 + 2x)

= (3)² + (- 2x + 2x) × 3 + (- 2x)(2x)

= 9 + 0 × 3 – 4x² 

= 9 – 4x²

2. প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰাঃ 

(i) 103 × 107

উত্তৰঃ (i) 103 × 107

= (100 + 3) × (100 + 7)

= (100)² + (3 + 7) × 10 + (3 × 7)

[(x + a)(x + b) = x² + (a + b)x + ab ব্যৱহাৰ কৰি]

= 10000 + 1000 + 21

= 11021

(ii) 95 × 96

উত্তৰঃ 95 × 96

= (100 – 5) × (100 – 4)

= (100)² + [(- 5) + (- 4)] × 10 + (- 5) × (- 4) 

= 10000 – 900 + 20 = 9120

(iii) 104 × 96

উত্তৰঃ 104 × 96

= (100 + 4) × (100 – 4) 

= (100)² + [4 + (- 4)] × 100 + (14x – 4) 

= 1000 + 0 × 100 – 16 

= 10000 – 16 = 9984 

3. উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰাঃ

(i) 9x² + 6xy + y²

উত্তৰঃ 9x² + 6xy + y² 

= (3x)² + 2.3x.y + (y)² = (3x + y)²

[(a+b² = a² + 2ab + b² ব্যৱহাৰ কৰি। ইয়াত a = 3x আৰু  b = y]

(ii) 4y² – 4y + 1

উত্তৰঃ 4y² – 4y + 1

= (2y)² – 2.2y.1 + (1)² = (2y – 1)² 

উত্তৰঃ 

4. উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰাঃ

(i) (x + 2y + 4z)²

উত্তৰঃ (x + 2y + 4z)² 

= x² + (2y)² + (4z)² + 2x(2y) + 2(2y)(4z) + 2(4z)x 

= x² + 4y² + 16z² + 4xy + 16yz + 8xz 

[(a + b + c)² = a² + b² + c² + 2ab + 2be + 2ca অভেদ ব্যৱহাৰ কৰি।]

(ii) (2x – y + z)²

উত্তৰঃ (2x – y + z)²

= (2x)² + (- y)² + (z)² + 2 × 2x (- y) + 2(- y)z + 2 × z × 2x

= 4x² + y² + z² – 4zy – 2yz + 4xz

(iii) (- 2x + 3y + 2z)²

উত্তৰঃ (- 2x + 3y + 2z)²    

= (- 2x)² + (3y)² + (2z)² + 2(- 2x)3y + 2 × 3y × 2z + 2 × 2z(- 2x)    

= 4x² + 9y² + 4z² – 12xy + 11yz – 8xz

(iv) (3a – 7b –  c)²

উত্তৰঃ (3a – 7b – c)² 

= [3a + (- 7b) + (- c)]²

= (3a)² + (- 7b)² + (- c)² + 2(3a)(- 7b) + 2(- 7b)(- c) + 2 (- c)(3a)

= 9a² + 49b² + c² – 42ab + 14bc – 6ca

(v) (2x + 5y – 3z)²

উত্তৰঃ (2x + 5y – 3z)²

= (- 2x + 5y – 3z)²

= (- 2x)² + (5y)² + (- 3z)² + 2(- 2x)(5y) + 2(5y)(- 3z) + 2(- 3z)(- 2x) 

= 4x² + 25y² + 92² – 20xy – 30yz + 12zx

উত্তৰঃ 

5. উৎপাদক বিশ্লেষণ কৰাঃ

(i) 4x² + 9y² + 16z² + 12xy – 24yz -16xz

উত্তৰঃ 4x² + 9y² + 16z² + 12xy – 24yz – 16xz 

= (2x)² + (3y)² + (- 4z)² + 2(2x)(3y) + 2(3y)(- 4z) + 2(2x)(- 4z) 

= (2x + 3y – 4z)

[(a + b + c)² = a² + b² + c² + 2ab + 2bc + 2ca ব্যৱহাৰ কৰা হল] 

উত্তৰঃ

6. তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখাঃ

(i) (2x + 1)³

উত্তৰঃ (2x + 1)³ 

= (2x)³ + (1)³ + 3(2x)1(2x + 1)

= 8x³ + 1 + 12x² + 6x 

= 8x³ + 12x² + 6x + 1

[(a + b)³ = a³ + b³ + 3ab(a + b) ব্যৱহাৰ কৰি]

(ii) (2a – 3b)³

উত্তৰঃ (2a – 3b)³ = (2a)³ – (3b)³- 3(2a)(3b)(2a – 3b) 

= 8a³ – 27b³ + 36a²b + 54ab²

[(a – b)³ = a³ – b³ – 3ab(a – b) ব্যৱহাৰ কৰি]

উত্তৰঃ 

উত্তৰঃ 

7. উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ মান নির্ণয় কৰা।

(i) (99)³

উত্তৰঃ (99)³

= (100 – 1)³ 

= (100)³ – 1³ – 3(100)1(100 – 1) 

[(a – b)³ = a³ – b³ – 3ab(a – b) ব্যৱহাৰ কৰি]

(ii) (102)³

উত্তৰঃ (102)³

= (100 + 2)³ 

= (100)³ + (2)³ + 3(100)(2)(100 + 2) 

[(a + b)³ = a³ + b³ + 3ab(a + b) ব্যৱহাৰ কৰি] 

= 1000000 + 8 + 60000 + 1200 = 1061208

(iii) (998)³

উত্তৰঃ (998)³

= (1000 – 2)³

= (1000)³ – (2)³ – 3(1000)(2)(100 – 2) 

= 1000000000 – 8 – 6000000 + 12000 

= 1000012000 – 6000000 + 12000 

= 1000012000 – 6000008 

= 994011992

8. তলৰ প্ৰতিটো উৎপাদক বিশ্লেষণ কৰাঃ 

(i) 8a³ + b³ + 12a²b + 6ab²

উত্তৰঃ 8a³ + b³ + 12a²b + 6ab²

(2a)³ + b³ + 3(2a)b(2a + b) = (2a + b)³

[(x + y)³ = x³ +y³ + 3xy(x + y) ব্যৱহাৰ কৰি]

(ii) 8a³ – b³ – 12a²b – 6ab²

উত্তৰঃ 8a³ – b³ – 12a²b – 6ab² 

= (2a)³ – b³ – 3.2a.b(2a – b) = (2a – b)³ 

[(x – y)³ = x³ – y³ – 3xy(x – y) ব্যৱহাৰ কৰি]

(iii) 27 – 125a³ – 135a + 225a²

উত্তৰঃ 27 – 125a³ – 135a + 225a²

= (3)³ – (5a)³ – 3. (3) (5a)(3 – 5a) = (3 – 5a)³

(iv) 64a³ – 27b³ – 144a²b + 10Bab² 

উত্তৰঃ 

9. সত্যাপন কৰাঃ

(i) x³ + y³ = (x + y)(x² – xy + y²)

উত্তৰঃ R.H.S. = (x + y)(x² – xy + y²)

= x(x² – xy + y²) + y(x² – xy + y²)

= x³ – x²y + xy² + x²y – xy² + y³

= x³ + y³ = L.H.S. [সত্যতা প্রতিপাদন কৰা হ’ল]

(ii) x³ – y³ = (x – y)(x² + xy + y²)

উত্তৰঃ R.H.S = (x – y)(x² + xy + y²)

= x(x² + xy + y²) – y(x² + xy + y²)

= x³ + x²y + xy² – x²y – xy² – y³ 

= x³ – y³ = L.H.S. [সত্যতা প্রতিপাদন কৰা হ’ল] 

10. উৎপাদক বিশ্লেষণ কৰাঃ 

(i) 27y³ + 125z³

উত্তৰঃ 27y³ + 125z³

= (3y)³ + (5z)³ 

= (3y + 5z)[(3y)² – (3y)(5z) + (5z)²]

[a³ + b³ = (a + b)(a² – ab + b²) ব্যৱহাৰ কৰি]

(ii) 64m³ – 343n³ 

উত্তৰঃ 64m³ – 343n³

= 64m³ – 343n³

= (4m)³ – (7n)³

= (4m-7n)[(4m)² + (4m)(7n) + (7n)²] 

= (4m – 7n)(16m² + 28mn + 49n²) 

11. 27x³ + y³ + z³ – 9xyz – ৰ উৎপাদক বিশ্লেষণ কৰা।

উত্তৰঃ  27x³ + y³ + z³- 9xyz

= (3x)³ + y³ + z³ – 3(3x).y.z

= (3x + y + z)[(3x)² + y² + z² – (3x)y – yz – (3x)z] 

= (3x + y + z)(9x² + y² + z² – 3xy – yz – 3xz) 

[a³ + b³ + c³ – 3abc = (a + b + c)(a² + b² + c² – ab – bc – ca) বাৱহাৰ কৰি] 

12. সত্যাপন কৰা।

x³ + y³ + z³ – 3xyz = 1/2(x + y + z) [(x – y)² +(y – z)² (z−x)²] 

উত্তৰঃ R.H.S. = 1/2(x + y + z)[(x – y)² + (y – z)² + (z – x)²]

= 1/2(x + y + z)[x² – 2xy + y² + y² – 2yz + z² + z² – 2xz + x²] 

= 1/2(x + y + z) [2x² + 2y² + 2z² – 2xy – 2yz – 2zx) 

= 1/2(x + y + z) × 2[x² + y² + z² – xy – yz – zx]

= (x + y + z)(x² + y² + z² – xy – yz – zx)

= x(x² + y² + z² – xy – yz – zx) + y(x² + y² + z² – xy – yz – zx) +z(x² + y² + z² – xy – yz – zx) 

= x³ + xy² + xz² – x²y – xyz – zx² + yx² + y³ + yz² – xy² – y²z – xyz + x²z + zy² + z³ – xyz – yz² – z² x

= x³ + (xy² – xy²) + (xz² – xz²) + (- x²y + x²y) + (zx² – x²z) +(yz² – yz²) + (zy² – y²z) + y³ + z³ – 3xyz 

= x³ + y³ + z³ – 3xyz = L. H.S. [সত্যতা প্ৰতিপাদন কৰা হ’ল] 

13. (i) যদি x + y + z = 0, তেন্তে দেখুওৱা যে x³ + y³ + z³ = 3xyz.

উত্তৰঃ ∴ x + y + z = 0

⇒ x + y = – z……(i) 

⇒ (x + y)³ = (- z)³ [ঘন কৰি] 

⇒ x³ + y³ + 3xy(x + y) = – z³

⇒ x³ + y³ + z³ + 3xy(- z) = 0 [(i) – ৰ পৰা]

⇒ x³ + y³ + z³ – 3xyz = 0

 ∴ x³ + y³ + z³ = 3xyz [প্রমাণিত]

(ii) যদি a + b + c = 0, তেন্তে দেখুওৱা যে- a²(b + c) + b²(c + a) + c²(a + b) + 3abc = 0

উত্তৰঃ ∴ a + b + c = 0 ∴ a + b = – c, b, b + c = – a 

প্ৰমাণ কৰিব লাগে, a²(b + c) + b²(c + a) + c²(a + b) + 3abc = 0 

⇒ a²b + a²c + b²c + b²a + c²a + c²b + 3abc = 0 

⇒ a²b + b²a + a²c + c²a + b²c + c²b + 3abc = 0 

⇒ ab(a + b) + ac(a + c) + bc(b + c) + 3abc = 0 

⇒ ab(- c) + ac(- b) + bc(- a) + 3abc = 0 

⇒ – abc – abc – abc + 3abc = 0 

⇒ – 3abc + 3abc = 0 [প্রমাণিত] 

(iii) যদি 2a – b + c = 0, তেন্তে দেখুওৱা যে 4a² – b² + c² + 4abc = 0

উত্তৰঃ ∴ 2a – b + c = 0 

⇒ 2a + c = b 

∴ বাঁওপক্ষ = 4a² – b² + c² + 4ac 

= 4a² + 4ac + c² – b² 

= {(2a)² + 2.2a.c + c²} – b² 

= (2a + c)² – b² 

= b² – b² = 0 = সৌপক্ষ (প্রমাণিত)

(iv) যদি a + b + c = 0, তেন্তে দেখুওৱা যে

উত্তৰঃ ∴ a + b + c = 0 

⇒ a + b = – c ⇒ a + c = – b ⇒ b + c = – a

(v) যদি a² + b² + c²- ab – bc – ca = 0 তেন্তে দেখুওৱা যে a = b = c.

উত্তৰঃ ∴ a² + b² + c² – ab – bc – ca = 0 

⇒ 1/2(2a² + 2b² + 2c² – 2ab – 2bc – 2ca = 0 

⇒ {(a² – 2ab + b²) + (a² – 2ca + c²) + (b² – 2bc + c²)} = 0

⇒ {(a – b)² + (a – c)² + (b – c)²} = 0 

⇒ (a – b)² = 0, (a – c)² = 0, (b – c)² = 0 

⇒ a – b = 0 ⇒ a – c = 0 ⇒ b – c = 0 

⇒ a = b ⇒ a = c ⇒ b = c 

∴ a = b = c (প্রমাণিত)

14. ঘনফল প্ৰকৃতৰ্থত নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা।

(i) (- 12)³ + (7)³ + (5)³

উত্তৰঃ ধৰাহ’ল, a = – 12, b = 7, c = 5 

যেতিয়া, a + b + c = 0 হয়, তেতিয়া, a² + b² + c² = 3abc হ’ব। 

ইয়াত, a + b + c = -12 + 7 + 5 = 0

∴ (-12)³ + (7)³ + (5)³

= 3(- 12) (7) (5) = – 1260

(ii) (28)³ + (- 15)³ + (- 13)³ 

উত্তৰঃ ধৰা হ’ল, a = 28, b = -15 আৰু c = – 13 

এতিয়া, a + b + c = 28 + (- 15) + (- 13) 

= 28 – 15 – 13 = 28 – 28 = 0

⇒ a + b + c = 0

 ∴ a³ + b³ + c³ = 3abc

⇒ (28)³ + (- 15)³ + (- 13)³ = 3(28)(- 15) (- 13) = 16380 

15. তলত কালি দিয়া আয়তবিলাকৰ দীঘ আৰু প্ৰস্থৰ বাবে সম্ভাব্য ৰাশিবোৰ উলিওৱা।

উত্তৰঃ আয়তক্ষেত্ৰৰ কালি L × B = 25a² – 35a + 12 

⇒ L × B = 25a² – 15a – 20a + 12 

= 5a(5a – 3) – 4(5a – 3) = (5a – 4)(5a – 3) 

∴ যদি দৈর্ঘ্য (L) = (5a – 4) হয় তেন্তে প্রস্থ (5a – 3)

আকৌ, দৈর্ঘ্য = (5a – 3) হ’ল, প্রস্থ = (5a – 4) হ’ব।

উত্তৰঃ ∴ আয়তক্ষেত্ৰৰ কালি L × B 

⇒ L × B = 35y² + 13y – 12 = 35y² + 28y – 15y – 12 

= 7y(5y + 4) – 3(5y + 43) = (5y + 4) (7y – 3) 

∴ যদি দৈর্ঘ্য = (5y – 4) হ’য় তেন্তে প্রস্থ (7y – 3)

আকৌ, দৈর্ঘ্য = (7y – 3) হল, প্রন্থ = (5y + 4) হ’ব। 

16. তলত আয়তন দিয়া ঘনকৰ মাত্ৰা তিনিটাৰ বাবে সম্ভাব্য ৰাশিকেইটা কি কি হ’ব?

উত্তৰঃ আয়তীয় ঘনকৰ ক্ষেত্ৰফল = 3x² – 12x [প্রদত্ত] 

⇒ দৈর্ঘ্য × প্রস্থ × উচ্চতা = 3x(x – 4) 

∴ আয়তীয় ঘনকৰ এটা সম্ভৱপৰ আকৃতি হ’লঃ 3, x আৰু (x – 4)

উত্তৰঃ আয়তীয় ঘনকৰ ক্ষেত্ৰফল = 12ky² + 8ky – 20k 

⇒ দৈর্ঘ্য × প্রস্থ × উচ্চতা = 4k(3y² + 2y – 5) 

= 4k[(3y² + 5y – 3y – 5)]

= 4k[y(3y + 5) – 1(3y + 5)] 

= 4k[(3y + 5)(y – 1)] 

⇒ দৈর্ঘ্য × প্রস্থ × উচ্চতা = 4k(3y + 5)(y – 1) 

∴ আয়তীয় ঘনকৰ এটা সম্ভৱপৰ আকৃতি হলঃ 4k, (3y + 5) আৰু (y – 1)

2 thoughts on “SEBA Class 9 Mathematics Chapter 2 বহুপদ ৰাশি”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top