SEBA Class 6 Charitra Path MCQ Chapter 13 প্ৰকৃতিৰ সৈতে বন্ধুত্ব Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.
SEBA Class 6 Charitra Path MCQ Chapter 13 প্ৰকৃতিৰ সৈতে বন্ধুত্ব
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.
প্ৰকৃতিৰ সৈতে বন্ধুত্ব
Chapter: 13
| দ্বিতীয় খণ্ড |
১। জীয়াই থাকিবলৈ আমি কিহৰ পৰা সম্পদবোৰ আহৰণ কৰি লওঁ?
(i) প্ৰকৃতিৰপৰা।
(ii) ৰাসায়নিক শিল্পৰপৰা।
(iii) অৰণ্যৰপৰা।
(iv) প্রযুক্তিবিদ্যাৰপৰা।
উত্তৰঃ (i) প্ৰকৃতিৰপৰা।
২। বন্ধুত্বৰ প্ৰতিদান হিচাপে প্রকৃতি আৰু অন্যান্য জীৱৰ প্ৰতি কেনেকুৱা হ’ব লাগে?
(i) সহযোগী।
(ii) দায়িত্বশীল।
(iii) সহানুভূতিশীল।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) সহানুভূতিশীল।
৩। সম্পদবোৰ আহৰণৰ বাবে প্ৰকৃতিৰ ওপৰত অত্যধিক হেঁচা দিলে প্ৰকৃতিৰ কি সাধন হয়?
(i) দীর্ঘস্থায়ী উন্নয়ন।
(ii) জীৱন-পোষক।
(iii) অপূৰণীয় ক্ষতি।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) অপূৰণীয় ক্ষতি।
৪। প্ৰকৃতিৰ অনিষ্ট নোহোৱাকৈ আমি কি কৰিবলৈ যত্ন কৰিব লাগে?
(i) দৈনন্দিন জীৱনৰ কাম।
(ii) পৰিৱেশ দূষণ।
(iii) বন ধ্বংস।
(iv) প্লাষ্টিকৰ ব্যৱহাৰ।
উত্তৰঃ (i) দৈনন্দিন জীৱনৰ কাম।
৫। এপাহ ফুলৰপৰা আনপাহ ফুললৈ গৈ ফুলৰ ৰস আহৰণ কৰি কোনে মৌচাক সাজে?
(i) পৰুৱাই।
(ii) মৌ-মাখিয়ে।
(iii) পখিলা।
(iv) চৰাই-চিৰিকটি।
উত্তৰঃ (ii) মৌ-মাখিয়ে।
৬। মৌ-মাখিৰপৰা আমি কি আহৰণ কৰিব পাৰোঁ?
(i) আলস্য আৰু বিশ্ৰামৰ প্ৰয়োজন।
(ii) ধ্বংস আৰু বিশৃঙ্খলাৰ পাঠ।
(iii) পৰিশ্ৰম, একাগ্ৰতা আৰু একতাৰ গুণ।
(iv) ক্ৰোধ আৰু প্ৰতিশোধৰ মনোভাৱ।
উত্তৰঃ (iii) পৰিশ্ৰম, একাগ্ৰতা আৰু একতাৰ গুণ।
৭। পথাৰত চৰি থকা চৰাইবোৰে গৰু-ম’হ আদিৰ গাত থকা চিকৰা জাতীয় পৰজীৱীবোৰ খাই কি সাধন কৰে?
(i) অপকাৰ।
(ii) উপকাৰ।
(iii) সংক্ৰমণ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) উপকাৰ।
৮। এপাহ ফুলৰপৰা আনপাহ ফুললৈ গৈ ফুলৰ ৰস আহৰণ কৰি মৌ-মাখিয়ে কি সাজে?
(i) ফুলৰ মালা।
(ii) বননি।
(iii) বাঁহ।
(iv) মৌচাক।
উত্তৰঃ (iv) মৌচাক।
৯। কিহৰ বাবে মনোৰম পৃথিৱীখনৰ উদ্ভিদ আৰু প্ৰাণীবোৰ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল?
(i) জীৱন-ধাৰণৰ।
(ii) ধ্বংসৰ।
(iii) কয়-বিক্রয়ৰ।
(iv) অসন্তুলনৰ।
উত্তৰঃ (i) জীৱন-ধাৰণৰ।
১০। মানুহ কিহৰ অংশ?
(i) যন্ত্ৰ-ব্যৱস্থা।
(ii) প্রকৃতিৰ।
(iii) সভ্যতাৰ বাহিৰ।
(iv) উদ্ভিদৰ।
উত্তৰঃ (ii) প্রকৃতিৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

