SEBA Class 6 Charitra Path MCQ Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ

SEBA Class 6 Charitra Path MCQ Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 14

দ্বিতীয় খণ্ড

১। জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্রস্তুত কৰা কাৰ্যক কি বুলি কোৱা হয়?

(i) প্ৰজ্বলনহীন ৰন্ধন।

(ii) অগ্নিবিহীন ৰন্ধন।

(iii) নিশ্বাসন ৰন্ধন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) প্ৰজ্বলনহীন ৰন্ধন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। তলত কোনটো খাদ্য আমি কেঁচাই খাব পাৰোঁ?

(i) আলু।

(ii) গাজৰ।

(iii) বেঙেনা।

(iv) মাছ।

উত্তৰঃ (ii) গাজৰ।

৩। কিহৰ অবিহনে খাদ্য প্রস্তুত কৰাটো অধিক সুবিধাজনক আৰু উপভোগ্য?

(i) ৰ’দৰ।

(ii) জুইৰ।

(iii) কাৰেণ্টৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) জুইৰ।

৪। কিমান চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি প্রদান কৰিছিল?

(i) ২০১৫ চনৰ।

(ii) ২০২০ চনৰ।

(iii) ২০২৪ চনৰ।

(iv) ২০২৯ চনৰ।

উত্তৰঃ (iii) ২০২৪ চনৰ।

৫। কাজি নেমুত কোনটো ভিটামিন অধিক পৰিমাণত পোৱা যায়?

(i) ভিটামিন A.

(ii) ভিটামিন B.

(iii) ভিটামিন C.

(iv) ভিটামিন D.

উত্তৰঃ (iii) ভিটামিন C.

৬। কিহে আমাৰ শৰীৰত তৰল পদাৰ্থৰ পৰিমান বৃদ্ধি কৰাত সহায় কৰে?

(i) আঙুৰ।

(ii) আম।

(iii) কমলা।

(iv) কাজি নেমু।

উত্তৰঃ (iv) কাজি নেমু।

৭। কি ব্যৱহাৰ কৰি আমি উতলাই, ভাপত দি, সেকি, পুৰি, ভাজি ইত্যাদি বিভিন্ন প্রক্রিয়াৰে খাদ্য প্রস্তুত কৰোঁ?

(i) জুই।

(ii) ৰ’দ।

(iii) কাৰেণ্ট।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) জুই।

৮। তলৰ কোনটো খাদ্য কেৱল ৰ’দত শুকোৱাই প্রস্তুত কৰোঁ?

(i) মূলা।

(ii) গাজৰ।

(iii) আলু।

(iv) ভোট জলকীয়া।

উত্তৰঃ (iv) ভোট জলকীয়া।

৯। উচ্চ তাপে গৰম খাদ্যৰ সোৱাদ আৰু গোন্ধ সলনি কৰে আৰু কিছু পৰিমানে খাদ্য―

(i) ৰঙীন কৰে।

(ii) শুকান কৰে।

(iii) বীজাণুমুক্ত কৰে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) বীজাণুমুক্ত কৰে।

১০। কিহৰ অম্লীয় প্রকৃতিয়ে খাদ্য হজম কৰাত সহায় কৰে?

(i) নেমু।

(ii) কাজি নেমু।

(iii) কমলা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) কাজি নেমু।

১১। তলৰ কোনটো খাদ্য “জুইৰ ব্যৱহাৰ নকৰাকৈ” চালাড হিচাপে খোৱা যায়?

(i) মাছ।

(ii) আলু।

(iii) মাংস।

(iv) তিয়হ আৰু বীট।

উত্তৰঃ (iv) তিয়হ আৰু বীট।

১২। কোনটো কালৰপৰা পেটৰ বিষ নিৰাময় কৰিবলৈ পৰম্পৰাগত পদ্ধতিত নিমখত সংৰক্ষিত কাজি নেমু ব্যৱহাৰ কৰা হয়?

(i) পুৰণি কালৰ পৰা।

(ii) আধুনিক কালৰ পৰা।

(iii) বৰ্তমান কালৰ পৰা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) পুৰণি কালৰ পৰা।

১৩। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে কাজি নেমুক ক’ৰ জাতীয় ফল হিচাপে স্বীকৃতি প্রদান কৰে?

(i) নাগালেণ্ডৰ।

(ii) মিজুৰামৰ।

(iii) অসমৰ।

(iv) পাঞ্জাৱৰ।

উত্তৰঃ (iii) অসমৰ।

১৪। কাজি নেমুৰ অম্লীয় (acidic) গুণ কিহত সহায় কৰে?

(i) শৰীৰ শীতল কৰাত।

(ii) খাদ্য হজম কৰাত।

(iii) চকু উজ্জ্বল কৰাত।

(iv) চুলি দীঘল কৰাত।

উত্তৰঃ (ii) খাদ্য হজম কৰাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top