SEBA Class 6 Charitra Path MCQ Chapter 12 দুজন বাটৰুৱা

SEBA Class 6 Charitra Path MCQ Chapter 12 দুজন বাটৰুৱা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 12 দুজন বাটৰুৱা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 12

দ্বিতীয় খণ্ড

১। কোনটো কালত সূৰ্যৰ উত্তাপ উষ্ণ হয়?

(i) শীতকালত।

(ii) বৰ্ষাকাল।

(iii) গ্রীষ্মকাল।

(iv) বসন্তকাল।

উত্তৰঃ (iii) গ্রীষ্মকাল।

২। বাটৰুৱা দুজনে ক’ত জিৰণি ল’লে?

(i) পুখুৰীৰ কাষত।

(ii) খেতি মাটিত।

(iii) গছজোপাৰ ছাঁত।

(iv) পথাৰৰ মাজত।

উত্তৰঃ (iii) গছজোপাৰ ছাঁত।

৩। বাটৰুৱাজনৰ কথা শুনি গছজোপাৰ কি লাগিল?

(i) বেয়া।

(ii) ভাল।

(iii) আনন্দ।

(iv) হাহাকাৰ।

উত্তৰঃ (i) বেয়া।

৪। বাটৰুৱা দুজনে গছটোক দেখি কি কৈছিল?

(i) ইটো গছ ভালেই হ’ব।

(ii) কামত নহা গছ।

(iii) এই গছত তলত বহিব নোৱাৰি।

(iv) এই গছৰ কোনো প্রয়োজন নাই।

উত্তৰঃ (ii) কামত নহা গছ।

৫। বাটৰুৱা দুজনৰ গৰমত কি হৈছিল?

(i) ওঁঠ পুৰি গৈছিল।

(ii) গাত ঘাম ওলাইছিল।

(iii) মূৰ ঘূৰিবলৈ ধৰিছিল।

(iv) অণ্ঠ-কণ্ঠ শুকাই গৈছিল।

উত্তৰঃ (iv) অণ্ঠ-কণ্ঠ শুকাই গৈছিল।

৬। গছজোপাই বাটৰুৱাজনক কি বুলি কৈছিল?

(i) অকৃতজ্ঞ।

(ii) তোমাৰ দৰে মানুহে গছৰ মূল্য নাজানে।

(iii) তুমি আগতে মোক অবজ্ঞা কৰিছিলা।

(iv) এতিয়া মোৰ ছাঁ বিচাৰি আহিলা?

উত্তৰঃ (i) অকৃতজ্ঞ।

৭। গছজোপাই বাটৰুৱাসকলক কি দিছিল?

(i) ফল।

(ii) ফুল।

(iii) ছাঁ।

(iv) ঘৰ।

উত্তৰঃ (iii) ছাঁ।

৮। বাটৰুৱাজনে গছজোপাক কিয় অকামৰ বুলি ক’লে?

(i) ফল নোহোৱাৰ বাবে।

(ii) সৰহ পাত থকাৰ বাবে।

(iii) ছাঁ নিদিয়াৰ বাবে।

(iv) দীঘল নহোৱাৰ বাবে।

উত্তৰঃ (i) ফল নোহোৱাৰ বাবে।

৯। গছজোপাৰ উত্তৰ শুনি বাটৰুৱাজনে কি কৰিলে?

(i) গছ কাটি পেলালে।

(ii) লাজ পাই ক্ষমা খুজিলে।

(iii) আনন্দ কৰিলে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) লাজ পাই ক্ষমা খুজিলে।

১০। শেষত বাটৰুৱাজনে লাজ পাই কি ক’লে?

(i) গছৰ ছাঁত বহি ভাল লাগিছে।

(ii) আমি বৰ দুঃখিত।

(iii) আগতে ভুলকৈ কৈছিলোঁ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) আমি বৰ দুঃখিত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top