SEBA Class 6 Charitra Path MCQ Chapter 10 চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.
SEBA Class 6 Charitra Path MCQ Chapter 10 চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.
চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা
Chapter: 10
| দ্বিতীয় খণ্ড |
১। আধুনিক যুগৰ এক যুগান্তকাৰী উদ্ভাৱন কি?
(i) ৰেডিঅ’।
(ii) ইণ্টাৰনেট।
(iii) টেলিভিছন।
(iv) মোবাইল ফোন।
উত্তৰঃ (ii) ইণ্টাৰনেট।
২। ইন্টাৰনেটৰ ব্যৱহাৰত অনলাইনত কৰা বিভিন্ন কামক আমি কি বুলি বুজোঁ?
(i) চাইবাৰ জগত।
(ii) বাস্তৱ জগত।
(iii) আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) চাইবাৰ জগত।
৩। চাইবাৰ জগতত কেনেধৰণৰ আচৰণ প্ৰদৰ্শন কৰিব লাগে?
(i) একে আচৰণ।
(ii) সন্মানসূচক আচৰণ।
(iii) কঠোৰ আচৰণ।
(iv) উদাসীন আচৰণ।
উত্তৰঃ (ii) সন্মানসূচক আচৰণ।
৪। Netiquette বুলিলে কি বুজায়?
(i) চাইবাৰ জগতৰ খেল।
(ii) ইন্টাৰনেট ব্যৱহাৰ কৰাৰ নিয়ম।
(iii) ই-মেইল ধৰণ।
(iv) সামাজিক মাধ্যমৰ নাম।
উত্তৰঃ (ii) ইন্টাৰনেট ব্যৱহাৰ কৰাৰ নিয়ম।
৫। Netiquette শব্দটোৰ অৰ্থ কি?
(i) Net + Intelligence.
(ii) Internet + Etiquette.
(iii) Net + Question.
(iv) Nation + Etiquette.
উত্তৰঃ (ii) Internet + Etiquette.
৬। বর্তমান যুগত ছাত্র-ছাত্রীয়ে বহুলভাৱে কি ব্যৱহাৰ কৰে?
(i) ৰেডিঅ’।
(ii) কিতাপ।
(iii) ইন্টাৰনেট।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) ইন্টাৰনেট।
৭। ইন্টাৰনেট ব্যৱহাৰ কৰাৰ ক্ষেত্রত কি মানি চলা উচিত?
(i) নিজৰ ইচ্ছা।
(ii) নীতি-নির্দেশনা।
(iii) নিৰ্বাচনী প্ৰচাৰ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) নীতি-নির্দেশনা।
৮। অন্য ব্যক্তিৰ গোপন তথ্যৰ প্ৰতি কি কৰা উচিত?
(i) সন্মান প্রদৰ্শন।
(ii) বিতৰণ কৰা।
(iii) চুৰি কৰা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) সন্মান প্রদৰ্শন।
৯। অন্য ব্যক্তিৰ পৰিচয় চুৰ কৰি তেওঁলোকৰ কি পঢ়াটো অনুচিত?
(i) গোপনীয় তথ্য।
(ii) কিতাপ।
(iii) সাংবাদ।
(iv) প্ৰবন্ধ।
উত্তৰঃ (i) গোপনীয় তথ্য।
১০। যিকোনো মাধ্যমৰদ্বাৰা অন্য লোকৰ কি ব্যৱহাৰৰ বাবে অনুপযুক্ত কৰিব নালাগে?
(i) মোবাইল।
(ii) ৰেডিঅ।
(iii) কম্পিউটাৰ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) কম্পিউটাৰ।
১১। তলৰ কোনটো ব্যৱহাৰ কৰাৰ সময়ত ভাষাৰ ব্যৱহাৰৰ সঠিক নিয়ম প্রণালী (প্র’টকল) মানি চলিব লাগে?
(i) ছ’ছিয়েল নেটৱর্কিং ছাইট।
(ii) চৰকাৰী কাৰ্যালয়।
(iii) বিদ্যালয়।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) ছ’ছিয়েল নেটৱর্কিং ছাইট।
১২। চাইবাৰ জগতত সুৰক্ষা অৰ্থই কি বুজায়?
(i) ডাটাৰ সংৰক্ষণ।
(ii) তথ্য চুৰি।
(iii) কম্পিউটাৰ ভাইৰাছ।
(iv) গেম খেলা।
উত্তৰঃ (i) ডাটাৰ সংৰক্ষণ।
১৩। চাইবাৰ সুৰক্ষাৰ বাবে কোনটো কাম কৰিব লাগে?
(i) ব্যক্তিগত তথ্য গোপন ৰখা।
(ii) অনলাইনত সকলোৱে তথ্য দিব।
(iii) সন্দেহজনক লিংকত ক্লিক কৰা।
(iv) অবৈধ ছফটৱেৰ ব্যৱহাৰ কৰা।
উত্তৰঃ (i) ব্যক্তিগত তথ্য গোপন ৰখা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

