SEBA Class 6 Charitra Path MCQ Chapter 9 মোক ব্যৱহাৰ কৰা

SEBA Class 6 Charitra Path MCQ Chapter 9 মোক ব্যৱহাৰ কৰা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 9 মোক ব্যৱহাৰ কৰা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 9

দ্বিতীয় খণ্ড

১। ‘ডাষ্টবিন’ক অসমীয়াত কি বুলি কোৱা হয়?

(i) মাটি পাত্ৰ।

(ii) ধাতু পাত্ৰ।

(iii) আৱৰ্জনা-পাত্র।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) আৱৰ্জনা-পাত্র।

২। ডাষ্টবিনৰ গাত কি লিখা থাকে?

(i) KEEP CLEAN.

(ii) CLEAN ME.

(iii) THROW AWAY.

(iv) USE ME.

উত্তৰঃ (iv) USE ME.

৩। ‘ডাষ্টবিন’ক আমি কি কৰিবলৈ ব্যৱহাৰ কৰো?

(i) পানী ভৰাবলৈ।

(ii) আৱৰ্জনা পেলাবলৈ।

(iii) ফুল ৰাখিবলৈ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) আৱৰ্জনা পেলাবলৈ।

৪। মানুহে ডাষ্টবিনৰ পৰিৱর্তে আৱৰ্জনা ক’ত পেলায়?

(i) কাষৰীয়া ঘৰলৈ।

(ii) মাটিত।

(iii) পানীত।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) মাটিত।

৫। মানুহে মাটিত আৱৰ্জনা নেপেলাই ‘ডাষ্টবিন’ত পেলোৱাৰ ফলত কি লাভ কৰে?

(i) খেলা- ধূলাৰ সুবিধা।

(ii) খাদ্য পোৱা যায়।

(iii) নিকা আৰু স্বাস্থ্যকৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) নিকা আৰু স্বাস্থ্যকৰ।

৬। ডাষ্টবিনে মানুহক কি বুলি অনুৰোধ কৰে?

(i) মোক ত্যাগ কৰা।

(ii) মোক ব্যৱহাৰ কৰা।

(iii) মোক উপেক্ষা কৰা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) মোক ব্যৱহাৰ কৰা।

৭। ডাষ্টবিনৰ পৰা আমি কি শিক্ষা ল’ব লাগে?

(i) পৰিৱেশ নষ্ট কৰা।

(ii) আৱর্জনা নদীত পেলোৱা।

(iii) আৱর্জনা মাটিত পেলোৱা।

(iv) পৰিৱেশ সুস্থ ৰাখিবলৈ চেষ্টা কৰা।

উত্তৰঃ (iv) পৰিৱেশ সুস্থ ৰাখিবলৈ চেষ্টা কৰা।

৮। ডাষ্টবিনৰ সঠিক ব্যৱহাৰে কি লাভ হয়?

(i) পৰিৱেশ পৰিষ্কাৰ থাকে।

(ii) পৰিৱেশ লেতেৰা হয়।

(iii) ডাষ্টবিন ভৰি পৰে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) পৰিৱেশ পৰিষ্কাৰ থাকে।

৯। ডাষ্টবিন ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য কি?

(i) ঘৰ সাজিবলৈ।

(ii) খেলনাবোৰ ৰাখিবলৈ।

(iii) গৃহস্থালিৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ।

(iv) পানি থুই ৰাখিবলৈ।

উত্তৰঃ (iii) গৃহস্থালিৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ।

১০। ডাষ্টবিন ব্যৱহাৰ কৰাৰ পিছত কি কৰিব লাগে?

(i) হাত ধুব নালাগে।

(ii) হাত ধুব লাগে।

(iii) ডাষ্টবিনক ধুব লাগে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) হাত ধুব লাগে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top