SEBA Class 6 Charitra Path MCQ Chapter 8 আত্ম কথা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Chapter 8 আত্ম কথা Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.
SEBA Class 6 Charitra Path MCQ Chapter 8 আত্ম কথা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.
আত্ম কথা
Chapter: 8
| দ্বিতীয় খণ্ড |
১। ঢেঁকী কোনটো গছেৰে তৈয়াৰ কৰিলে ভাল বুলি ধৰা হয়?
(i) বাঁহ।
(ii) শিলিখা।
(iii) তেঁতেলী।
(iv) নিম।
উত্তৰঃ (ii) শিলিখা।
২। ঢেঁকী কোনে প্ৰস্তুত কৰে?
(i) লোহাৰী।
(ii) বাঢ়ৈ।
(iii) কহাৰ।
(iv) কুমাৰ।
উত্তৰঃ (ii) বাঢ়ৈ।
৩। ঢেঁকী কি কৰিবলৈ ব্যৱহাৰ কৰা হয়?
(i) খেতি কৰিবলৈ।
(ii) কাপোৰ ধুবলৈ।
(iii) ধান, চিৰা খুন্দিবলৈ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) ধান, চিৰা খুন্দিবলৈ।
৪। ধান, চিৰা আদি খুন্দিবলৈ ব্যৱহাৰ কৰাৰ সময়ত বহুতে কাষত মাৰি এডাল পুতি লয়। সেইডালক কি বোলা হয়?
(i) খুবলি।
(ii) কটৰা।
(iii) ফিছা।
(iv) বহনিমাৰি।
উত্তৰঃ (iv) বহনিমাৰি।
৫। অসমৰ জনজীৱনত কিহৰ সুকীয়া স্থান আছিল?
(i) মৰাপাট।
(ii) তাঁত-শাল।
(iii) ঢেঁকী।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) ঢেঁকী।
৬। গছৰ টুকুৰাটো কাটি কি কৰি বাড়ৈয়ে ঢেঁকী প্রস্তুত কৰে?
(i) লোহাৰে ঘঁহি।
(ii) ৰাণ্ডা মাৰি।
(iii) মেচিনৰ দ্বাৰা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) ৰাণ্ডা মাৰি।
৭। আইতা, ককাহঁতৰ দিনত কি নাছিল?
(i) ঢেঁকী।
(ii) ধান বনা কল।
(iii) খুন্দনা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) ধান বনা কল।
৮। ঢেঁকী থোৰাটোৰ লগত মিলাই কি প্ৰস্তুত কৰা হয়?
(i) ফিছা।
(ii) কটৰা।
(iii) বহনিমাৰি।
(iv) খুবলি।
উত্তৰঃ (iv) খুবলি।
৯। কটৰা, খুবলি, আষল্শলা, ঢেঁকীথোৰাক লৈ কি সম্পূৰ্ণ?
(i) কটাৰি।
(ii) চকী।
(iii) ঢেঁকী।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) ঢেঁকী।
১০। কি ভৰাবৰ বাবে ঢেঁকীৰ গাৰ মূৰৰ ফালে এটা ফুটা ৰখা হয়?
(i) ফিছা।
(ii) থোৰা।
(iii) কটৰা।
(iv) খুবলি।
উত্তৰঃ (ii) থোৰা।
১১। সময়ৰ সলনিৰ বাবে ঢেঁকীৰ স্থানত কি বস্তু ব্যৱহৃত হৈছে?
(i) বিদ্যুৎ চালিত যন্ত্ৰ।
(ii) হাতৰ গুটি।
(iii) বাঁহৰ তৈয়াৰী হাতিয়াৰ।
(iv) মাটিৰ বাটী।
উত্তৰঃ (i) বিদ্যুৎ চালিত যন্ত্ৰ।
১২। ঢেঁকী কি কামত ব্যৱহাৰ কৰা হয়?
(i) ধান খুন্দা আৰু চিৰা-সান্দহ খুন্দা।
(ii) মাছ ধৰাৰ জাল বনোৱা।
(iii) কাপোৰ সোকোৱা।
(iv) গৃহস্থলী সামগ্ৰী নিৰ্মাণ।
উত্তৰঃ (i) ধান খুন্দা আৰু চিৰা-সান্দহ খুন্দা।
১৩। বহনিমাৰি কি?
(i) ঢেঁকীৰ এটা অংশ।
(ii) খুবলিৰ নাম।
(iii) ধান ঠেলি দিয়াৰ বাবে ব্যৱহৃত পুতি।
(iv) ঢেঁকী খুন্দাৰ তাল।
উত্তৰঃ (iii) ধান ঠেলি দিয়াৰ বাবে ব্যৱহৃত পুতি।
১৪। ঢেঁকীৰ কোন অংশটোৱে ধান ঠেলিবলৈ ব্যৱহাৰ কৰা হয়?
(i) কটৰা।
(ii) বহনিমাৰি।
(iii) আষল্ শলা।
(iv) খুবলি।
উত্তৰঃ (ii) বহনিমাৰি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

