SEBA Class 6 Charitra Path MCQ Chapter 7 অহিংসা-জীৱনৰ এটা পথ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.
SEBA Class 6 Charitra Path MCQ Chapter 7 অহিংসা-জীৱনৰ এটা পথ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.
অহিংসা-জীৱনৰ এটা পথ
Chapter: 7
| প্ৰথম খণ্ড |
১। পোক-পৰুৱা আৰু ইতৰ জীৱ-জন্তুৱে কেনেকৈ বর্তি আছে?
(i) বনাঞ্চলত।
(ii) খাদ্যৰ পৰা।
(iii) ইটোৱে-সিটোক খাই।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) ইটোৱে-সিটোক খাই।
২। উপৰুৱা দৃষ্টিৰে চালে পৃথিৱীত কিহৰ আধিপত্য দেখা যায়?
(i) শান্তিৰ।
(ii) হিংসাৰ।
(iii) সমৰ্থনৰ।
(iv) ভালপোৱাৰ।
উত্তৰঃ (ii) হিংসাৰ।
৩। সকলো জীৱ-জন্তুৰ ভিতৰত শ্রেষ্ঠ জীৱ কোন?
(i) পোক-পৰুৱা।
(ii) পশু।
(iii) পাখি।
(iv) মানুহ।
উত্তৰঃ (iv) মানুহ।
৪। মানুহে হিংসা নীতি অনুসৰণ কৰিলে বিধাতাৰ সৃষ্টি কি হ’ব?
(i) শান্তি।
(ii) ধ্বংসপ্রাপ্ত।
(iii) সমৃদ্ধি।
(iv) সুখ।
উত্তৰঃ (ii) ধ্বংসপ্রাপ্ত।
৫। কিহৰ বাটেদি গ’লে আমি সত্যত উপনীত হ’ব পাৰোঁ?
(i) হিংসাৰ।
(ii) অস্তিত্বৰ।
(iii) কৰ্তব্যৰ।
(iv) অহিংসাৰ।
উত্তৰঃ (iv) অহিংসাৰ।
৬। কোনো জীৱৰ প্ৰতি হিংসাৰ ভাৱ নথকা মনৰ অৱস্থাটোক কি বোলা হয়?
(i) অহিংসা।
(ii) দয়া।
(iii) শান্তি।
(iv) সহানুভূতি।
উত্তৰঃ (i) অহিংসা।
৭। অহিংসাৰ কেইটা ফাল আছে?
(i) তিনিটা।
(ii) দুটা।
(iii) সাতটা।
(iv) চাৰিটা।
উত্তৰঃ (ii) দুটা।
৮। এই বিশ্বত কিহৰ শক্তিতকৈ ডাঙৰ শক্তি একোৱেই নাই?
(i) শক্তিৰ।
(ii) বিতৰ্কৰ।
(iii) বিজ্ঞানৰ।
(iv) প্ৰেমৰ।
উত্তৰঃ (iv) প্ৰেমৰ।
৯। মহাভাৰতত কোনে ‘অহিংসা পৰমো ধৰ্মঃ লিখিছে।’
(i) বুদ্ধদেৱে।
(ii) মহাত্মা গান্ধীয়ে।
(iii) ব্যাসদেৱে।
(iv) শংকৰদেৱে।
উত্তৰঃ (iii) ব্যাসদেৱে।
১০। ইতৰ জীৱ-জন্তুবিলাকৰ নিজৰ ভিতৰত কিহৰ আকর্ষণ আছে?
(i) ধন।
(ii) শিক্ষা।
(iii) প্ৰেম।
(iv) শক্তি।
উত্তৰঃ (iii) প্ৰেম।
১১। পৃথিৱীৰ অধিকাংশ জীৱৰ প্ৰাকৃতিক আচৰণ কি?
(i) অহিংসা।
(ii) হিংসা।
(iii) শান্তি।
(iv) প্ৰেম।
উত্তৰঃ (ii) হিংসা।
১২। অহিংসা পথত চলা মানুহৰ মন কেনেকুৱা হয়?
(i) হিংসাত্মক আৰু ৰাগী।
(ii) শান্তিপ্ৰিয় আৰু ক্ষমাশীল।
(iii) আত্মকেন্দ্রিক আৰু স্বাৰ্থপৰ।
(iv) অহংকাৰী আৰু অধৈৰ্য।
উত্তৰঃ (ii) শান্তিপ্ৰিয় আৰু ক্ষমাশীল।
১৩। মহাত্মা গান্ধীয়ে অহিংসা ক’ত প্ৰয়োগ কৰিছিল?
(i) অৰ্থনীতি।
(ii) ভাৰতৰ স্বাধীনতা আন্দোলনত।
(iii) কৃষিত।
(iv) শিক্ষা ব্যৱস্থাত।
উত্তৰঃ (ii) ভাৰতৰ স্বাধীনতা আন্দোলনত।
১৪। অহিংসা মানে হৈছে—
(i) ক্ষমা, সহিষ্ণুতা আৰু প্ৰেম।
(ii) শক্তি প্ৰদৰ্শন।
(iii) হিংসা আৰু প্ৰতিশোধ।
(iv) আত্মকেন্দ্রিকতা।
উত্তৰঃ (i) ক্ষমা, সহিষ্ণুতা আৰু প্ৰেম।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

