SEBA Class 6 Charitra Path MCQ Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ

SEBA Class 6 Charitra Path MCQ Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 6

প্ৰথম খণ্ড

১। কোনো মানুহৰ নিজস্ব সম্পত্তিটো কি?

(i) ৰাজহুৱা সম্পত্তি।

(ii) সমাজৰ সম্পত্তি।

(iii) ব্যক্তিগত সম্পত্তি।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) ব্যক্তিগত সম্পত্তি।

২। ব্যক্তিৰ অনিষ্ট হ’লে কি হয়?

(i) সমাজৰ সমৃদ্ধি।

(ii) সমাজৰ অনিষ্ট।

(iii) দেশৰ উন্নতি।

(iv) ৰাজনৈতিক সংকট।

উত্তৰঃ (ii) সমাজৰ অনিষ্ট।

৩। সমাজৰ অন্তর্ভুক্ত মানুহখিনি দুখীয়া হ’লে কি হয়?

(i) দেশৰ উন্নতি।

(ii) সমাজৰ উন্নতি।

(iii) সমাজখন দুখীয়া।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) সমাজখন দুখীয়া।

৪। সমাজত বাস কৰা মানুহ ব্যক্তিগতভাৱে ধনী হ’লে কি হয়?

(i) সমাজখন চহকী।

(ii) সমাজৰ উন্নতি।

(iii) সমাজৰ গঠন।

(iv) সমাজৰ পৰিসৰ।

উত্তৰঃ (i) সমাজখন চহকী।

৫। তলৰ কোনটো বহু জনসেৱামূলক অনুষ্ঠান মানুহৰ ব্যক্তিগত দান আৰু বৰঙণিৰ ওপৰতে নিৰ্ভৰ কৰে?

(i) চৰকাৰী অনুষ্ঠান।

(ii) বাণিজ্যিক অনুষ্ঠান।

(iii) ধৰ্মীয় অনুষ্ঠান।

(iv) সমাজ বা দেশৰ।

উত্তৰঃ (iv) সমাজ বা দেশৰ।

৬। ব্যক্তিগত সম্পত্তিৰ ক্ষতি হ’লে কাৰ ক্ষতি হয়?

(i) সমাজৰ।

(ii) দেশৰ।

(iii) ৰাইজৰ।

(iv) চৰকাৰৰ।

উত্তৰঃ (iii) ৰাইজৰ।

৭। মানুহৰ ব্যক্তিগত সম্পত্তিৰ ধ্বংস বা ক্ষতি হ’লে মানুহ কি হৈ পৰিব পাৰে?

(i) ধনী।

(ii) পৰিসৰহীন।

(iii) নিঃসম্বল।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) নিঃসম্বল।

৮। তলৰ কোনটো সম্পত্তি আমাৰ সকলোৰে উমৈহতীয়া সম্পত্তি?

(i) ব্যক্তিগত সম্পত্তি।

(ii) বাণিজ্যিক সম্পত্তি।

(iii) সামাজিক সম্পত্তি।

(iv) ৰাজহুৱা বা চৰকাৰী।

উত্তৰঃ (iv) ৰাজহুৱা বা চৰকাৰী।

৯। চৰকাৰী সম্পত্তি ধ্বংস হ’লে কি হয়?

(i) সমাজৰ উন্নতি।

(ii) দেশৰ অনিষ্ট।

(iii) ব্যক্তিগত ক্ষতি।

(iv) সামাজিক উন্নতি।

উত্তৰঃ (ii) দেশৰ অনিষ্ট।

১০। নিজৰ দেশৰ মানুহৰ অনিষ্ট হোৱাৰ অৰ্থ কি?

(i) দেশৰ অনিষ্ট হোৱা।

(ii) সমাজৰ ধ্বংস।

(iii) ব্যক্তিগত ক্ষতি।

(iv) দেশৰ উন্নতি।

উত্তৰঃ (i) দেশৰ অনিষ্ট হোৱা।

১১। ব্যক্তিগত সম্পত্তি কি?

(i) চৰকাৰৰ ধন।

(ii) বিদ্যালয়ৰ ধন।

(iii) ৰাইজৰ মিলিত ধন।

(iv) ব্যক্তিৰ নিজৰ ধন-সম্পদ।

উত্তৰঃ (iv) ব্যক্তিৰ নিজৰ ধন-সম্পদ।

১২। ৰাজহুৱা সম্পত্তি কাৰ?

(i) এজন ব্যক্তি।

(ii) চৰকাৰ আৰু ৰাইজ।

(iii) কেৱল চৰকাৰ।

(iv) কেৱল ৰাইজ।

উত্তৰঃ (ii) চৰকাৰ আৰু ৰাইজ।

১৩। ব্যক্তিগত সম্পত্তিৰ ক্ষতি হ’লে কি হয়?

(i) দেশৰো ক্ষতি হয়।

(ii) কেৱল ব্যক্তিজনৰ ক্ষতি হয়।

(iii) কেৱল চৰকাৰৰ ক্ষতি হয়।

(iv) কোনো ক্ষতি নহয়।

উত্তৰঃ (i) দেশৰো ক্ষতি হয়।

১৪। ৰাজহুৱা সম্পত্তি ধ্বংস হ’লে কি হয়?

(i) চৰকাৰে ধন সুৰক্ষিত কৰে।

(ii) কোনো প্ৰভাৱ নপৰে।

(iii) ৰাইজৰ সুবিধা বৃদ্ধি পায়।

(iv) উন্নয়নমূলক কাম বন্ধ হয়।

উত্তৰঃ (iv) উন্নয়নমূলক কাম বন্ধ হয়।

১৫। ৰাজহুৱা সম্পত্তি সংৰক্ষণৰ উদ্দেশ্য কি?

(i) কেৱল চৰকাৰৰ লাভ।

(ii) ৰাইজৰ সুবিধা আৰু উন্নতি।

(iii) ব্যক্তিগত ধনৰ বৃদ্ধি।

(iv) সম্পত্তি ধ্বংস।

উত্তৰঃ (ii) ৰাইজৰ সুবিধা আৰু উন্নতি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top