SEBA Class 6 Charitra Path MCQ Chapter 5 সমাজ আৰু দেশৰ শত্ৰু আৰু বন্ধু

SEBA Class 6 Charitra Path MCQ Chapter 5 সমাজ আৰু দেশৰ শত্ৰু আৰু বন্ধু Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Chapter 5 সমাজ আৰু দেশৰ শত্ৰু আৰু বন্ধু Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 5 সমাজ আৰু দেশৰ শত্ৰু আৰু বন্ধু

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 5

প্ৰথম খণ্ড

১। মানুহে জানিয়েই হওঁক বা নাজানিয়েই হওঁক সমাজ আৰু দেশৰ অনিষ্ট সাধন কৰাক কি বোলে?

(i) সমাজবিৰোধী।

(ii) সমাজৰ বন্ধু।

(iii) সমাজ আৰু দেশৰ শত্রু।

(iv) দেশৰ বন্ধু।

উত্তৰঃ (iii) সমাজ আৰু দেশৰ শত্রু।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। যি লোকে নিজ স্বাৰ্থৰ কাৰণে সমাজ আৰু দেশৰ সম্পদৰ ক্ষতি কৰে, তেওঁলোক কোন?

(i) মিত্ৰ।

(ii) জ্ঞানী।

(iii) শত্রু।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) শত্রু।

৩। যিসকলে নানা আন্দোলনৰ চেলু লৈ ব্যক্তিগত, ৰাজহুৱা বা চৰকাৰী সম্পত্তি লুটপাত বা ধ্বংস কৰে, বিনা টিকটত ৰে’ল ভ্রমণ কৰে, তেওঁলোকে কি কাম কৰে?

(i) সমাজৰ বন্ধু।

(ii) শত্ৰু।

(iii) দেশৰ বন্ধু।

(iv) সমাজবিৰোধী।

উত্তৰঃ (iv) সমাজবিৰোধী।

৪। যি নিজৰ আৰু দেশৰ প্ৰতি কৰ্তব্য কৰে অৰ্থাৎ নিজৰ আৰু দেশৰ উন্নতিৰ হ’কে আত্মনিয়োগ কৰে তেওঁলোক কোন?

(i) সমাজবিৰোধী।

(ii) দেশৰ শত্ৰু।

(iii) সমাজ আৰু দেশৰ বন্ধু।

(iv) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (iii) সমাজ আৰু দেশৰ বন্ধু।

৫। যি মানুহে নিয়মৰ বা আইনৰ শাসন অগ্রাহ্য কৰি নিজৰ ইচ্ছাকেই আইনৰ দৰে চলায় আৰু হিংসাত্মক কার্যত লিপ্ত হয়, তেনে মানুহে সমাজ আৰু দেশৰ কি কৰে?

(i) উপকাৰ।

(ii) ক্ষতি।

(iii) উন্নতি।

(iv) সমৃদ্ধি।

উত্তৰঃ (ii) ক্ষতি।

৬। যি মানুহে নিয়মৰ বা আইনৰ শাসন অগ্রাহ্য কৰি নিজৰ ইচ্ছাকেই আইনৰ দৰে চলায় আৰু হিংসাত্মক কার্যত লিপ্ত হয়, তেনে মানুহে সমাজ আৰু দেশৰ ক্ষতি কৰে। এওঁলোক কোন?

(i) সমাজৰ বন্ধু।

(ii) দেশৰ বন্ধু।

(iii) সমাজ বিৰোধী।

(iv) গণতন্ত্ৰৰ শত্রু।

উত্তৰঃ (iv) গণতন্ত্ৰৰ শত্রু।

৭। বেয়া কাম বুলি জানিও নিজৰ দুৰ্বলতা হেতুকে বেয়া কাম কৰে, তাৰ দ্বাৰা সমাজ আৰু দেশৰ কি হয়?

(i) উন্নতি।

(ii) অনিষ্ট।

(iii) শান্তি।

(iv) সমৃদ্ধি।

উত্তৰঃ (ii) অনিষ্ট।

৮। কি উৎপাটিত হ’লে দেশত ব্যক্তি স্বধীনতা নাথাকিব আৰু স্বৈৰাচাৰ প্ৰৱৰ্তন হ’ব?

(i) সমাজ।

(ii) ৰাজনীতি।

(iii) শক্তি।

(iv) গণতন্ত্ৰ।

উত্তৰঃ (iv) গণতন্ত্ৰ।

৯। সমাজৰ উৎকর্ষ হ’লে কাৰ উৎকৰ্ষ হ’ব?

(i) ব্যক্তি।

(ii) সমাজ।

(iii) দেশৰ।

(iv) বিজ্ঞান।

উত্তৰঃ (iii) দেশৰ।

১০। ব্যক্তিৰ উৎকৰ্ষ হ’লে কাৰ উৎকর্ষ হ’ব?

(i) সমাজৰ।

(ii) দেশৰ।

(iii) পৃথিৱী।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) সমাজৰ।

১১। গণতন্ত্রৰ ক্ষতি কৰিলে কি ঘটে?

(i) দেশত স্বৈৰাচাৰ বিস্তাৰ হয়।

(ii) দেশৰ উন্নতি বৃদ্ধি পায়।

(iii) ব্যক্তিগত বিকাশ হয়।

(iv) সমাজত শান্তি বজাই থাকে।

উত্তৰঃ (i) দেশত স্বৈৰাচাৰ বিস্তাৰ হয়।

১২। সমাজ আৰু দেশৰ বন্ধু কোন?

(i) সম্পত্তি ক্ষতি কৰা।

(ii) আইন মানি চলা।

(iii) হিংসাত্মক কাম কৰা।

(iv) অবাধ্য হোৱা।

উত্তৰঃ (ii) আইন মানি চলা।

১৩। মদ-ভাং আদি ব্যৱহাৰ কৰা মানুহ কেনেকুৱা?

(i) সমাজৰ বন্ধু।

(ii) সমাজৰ শত্রু।

(iii) কৰ্তব্যনিষ্ঠ।

(iv) শান্তিপূৰ্ণ।

উত্তৰঃ (ii) সমাজৰ শত্রু।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top