Benefits of Curry Leaves | নৰসিংহ পাতৰ উপকাৰীতা
আমাৰ পাকঘৰত বহুতো মছলা আছে যিবোৰক খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে বহুতো গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত এটা হ’ল নৰসিংহ পাত(Curry Leaves)। ইয়াৰ বৈজ্ঞানিক নাম- “Murraya koenigii” । ভাৰতত ইয়াক দীৰ্ঘদিন ধৰি […]