Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী

Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী and select needs one.

Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী Solutions for All Subject, You can practice these here…

স্বজন, বৰ্ণ আৰু শ্রেণী

পাঠ: ৩

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ৰামায়ণৰ এটি প্রধান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ৰাম ৰাৱণৰ মাজত চলা যুদ্ধৰ কাহিনী । 

প্রশ্ন ২। মহাকাব্য কাক বােলে ? 

উত্তৰঃ দীঘলীয়া , ঘটনাবহুল , সাহসী আৰু নীতিৰ আধাৰত লিখা পুথিক মহাকাব্য কোৱা হয় । 

প্রশ্ন ৩ মহাভাৰতৰ যুদ্ধ কেতিয়াৰ বুলি ধাৰণা কৰা হয় ? 

উত্তৰঃ ঐতিহাসিক আৰ চি মজুমদাৰৰ মতে খ্রীঃ পূঃ ছয় বছৰ আগৰ বুলি ধাৰণা কৰিব পাৰি । 

প্রশ্ন ৪। নিষাদ কাক কোৱা হৈছিল ? 

উত্তৰঃ ই চিকাৰী ( ব্যাধ ) জাতিটোকত নিষাদ বুলি কোৱা হয় । 

প্রশ্ন ৫। মহাভাৰতৰ এটি বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত চলা ওঠৰ দফীয়া যুদ্ধৰ কাহিনী । 

প্রশ্ন ৬। মহাকাব্য দুখন কি ভাষাত লিখা হৈছিল ? 

উত্তৰঃ সংস্কৃত ভাষাত লিখা হৈছিল । 

প্রশ্ন ৭। ৰামায়ণৰ প্ৰধান বীৰজন কোন আছিল ? 

উত্তৰঃ ৰামচন্দ্ৰ আছিল প্রধান বীৰ । 

প্রশ্ন ৮। ( ক ) মহাভাৰত কাব্যৰ ৰচক কোন ? 

উত্তৰঃ ব্যাসদেৱ আছিল মহাভাৰত কাব্যৰ ৰচক । 

( খ ) মনুস্মৃতি কি আছিল ?

উত্তৰঃ মনুস্মৃতি হিন্দু ধৰ্মৰ নীতিশাস্ত্র । মনু এজন ব্রাহ্মণ পণ্ডিত , তেওঁৱেই এই নীতি শাস্ত্ৰখনৰ ৰচক । 

প্রশ্ন ৯। ৰাজতন্ত্র বা ৰজা বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে ৰাজবংশ ( ৰাজতন্ত্র ) ৰ শাসনকার্যৰ মুৰববীজনক লােকক ৰজা বা ৰাজকোৱৰ বােলা হয় ।

প্রশ্ন ১০। গােত্র মানে কি ? 

উত্তৰঃ গােত্র মানে হল বংশ । উদাহৰণ হিচাপে কাশ্যপ গােত্র বা বংশ । 

প্রশ্ন ১১। অর্থনীতি বুলিলে কি বুজা ? 

উত্তৰঃ প্রশাসন বা ঘৰুৱা দৈনন্দিন জীৱন ধাৰণৰ লগত জড়িত অর্থ বা সম্পদক অর্থনীতি বুলি কোৱা হয় । 

প্রশ্ন ১২। গৌতমী পুত্র কোন ? 

উত্তৰঃ গৌতমীৰ পুত্র সিদ্ধার্থ বা গৌতম বুদ্ধক গৌতমী পুত্র বুলি কোৱা হয় । 

প্রশ্ন ১৩। ইন্দ্র কোন ? 

উত্তৰঃ ইন্দ্ৰ হ’ল স্বৰ্গৰ ৰজা । 

প্রশ্ন ১৪। ধর্মসূত্র কি ? 

উত্তৰঃ ব্রাহ্মণসকলে সংস্কৃতত লিখা পুথি বা শ্লোকক ধর্মসূত্র কোৱা হয় । 

প্রশ্ন ১৫। ধর্মশাস্ত্র কি ? 

উত্তৰঃ ধর্মীয় দিশ বা ন্যায় – নীতিৰ কথা বর্ণনা কৰা পুথিক ধর্মশাস্ত্র বুলি কোৱা হয় । উদাহৰণহিচাপে ৰামায়ণ আৰু মহাভাৰত । 

প্রশ্ন ১৬। পৃথিৱীৰ ভিতৰত বৃহত্তম কাব্য কোনখন ? 

উত্তৰঃ মহাভাৰত হ’ল পৃথিৱীৰ ভিতৰত বৃহত্তম কাব্য । 

প্রশ্ন ১৭। দান বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে ব্যক্তি বা অনুষ্ঠানলৈ আগবঢ়োৱা যিকোনাে সাহায্যক দান বুলি কোৱা হয় । 

প্রশ্ন ১৮। মহাভাৰতত কিমানটা শ্লোক আৰু পর্ব আছে ? 

উত্তৰঃ মহাভাৰতত ১০০,০০০ হাজাৰটা শ্লোক আছে । আনহাতে মহাভাৰতখনক ১৮ টা পর্বত ভাগ কৰা হৈছে । 

প্রশ্ন ১৯। শংক কাক কোৱা হয় ? 

উত্তৰঃ প্রজাতন্ত্রৰ সমষ্টিক শংক বুলি কোৱা হয় । 

প্রশ্ন ২০। ৰামায়ণৰ ৰচনা কাল কেতিয়াৰ ? 

উত্তৰঃ খ্রীঃ পূঃ তিনি শতিকাত ৰামায়নখন ৰচনা কৰা বুলি ধাৰণা কৰা হয় ।

প্রশ্ন ২১। কোনখন কাব্যক আদি পুথি বুলি কোৱা হয় ? 

উত্তৰঃ ৰামায়ণখনক কোৱা হয় । 

প্রশ্ন ২২। দ্বিজ কাক কোৱা হয় ? 

উত্তৰঃ দুবাৰ জন্ম গ্রহণ কৰাকে দ্বিজ বুলি কোৱা হয় । 

প্রশ্ন ২৩। কৌৰৱসকলৰ মাতৃ কোন আছিল ? 

উত্তৰঃ গান্ধাৰী । 

প্রশ্ন ২৪। কুন্তি কোন আছিল ? 

উত্তৰঃ পাণ্ডৱসকলৰ মাতৃ আছিল ।

প্রশ্ন ২৫। স্ত্রীধন কি আছিল ? 

উত্তৰঃ বিবাহত স্ত্রীৰ লগত দিয়া ধনকে স্ত্রীধন বােলে । 

প্রশ্ন ২৬। কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণই অর্জুনক দিয়া উপদেশসমূহ কোনখন গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছিল ? 

উত্তৰঃ গীতাত সন্নিৱিষ্ট কৰা হৈছিল । 

প্রশ্ন ২৭। চাহজেহান বেগম কোন আছিল ? 

উত্তৰঃ তেওঁ ভূপালৰ শাসনকর্তা আছিল । 

প্রশ্ন ২৮। একলব্য কোন আছিল ? 

উত্তৰঃ একলব্য নিষাদ বা ধনুধাৰী ব্যক্তি আছিল । 

প্রশ্ন ২৯। দ্রুপদ কোন আছিল ? তেওঁৰ কন্যাৰ নাম কি আছিল ? 

উত্তৰঃ পাঞ্চাল দেশৰ ৰজা আছিল দ্রুপদ । তেওঁৰ কন্যাৰ নাম দ্রৌপদী আছিল । 

প্রশ্ন ৩০। দ্রৌপদীৰ সয়ম্বৰৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ? কোনে ইয়াত জয় লাভ কৰিছিল ? 

উত্তৰঃ দ্রৌপদীৰ সয়ম্বৰ বা বিবাহৰ কাৰণে দ্রুপদ ৰজাই এক প্রতিযােগিতা অনুষ্ঠিত কৰিছিল । 

প্রশ্ন ৩১। তামিলাকম কি ?

উত্তৰঃ প্রাচীনকালত তামিল লােক সকল বাস কৰা অঞ্চলক তামিলকম বােলা হৈছিল । 

প্রশ্ন ৩২। শূদ্ৰকৰ দ্বাৰা ৰচিত বিখ্যাত সংস্কৃত গ্রন্থখনৰ নাম লিখা ।

উত্তৰঃ মিচ্ছকটিকা । 

তলত দিয়া চন / তাৰিখবােৰৰ লগত জড়িত ঘটনাবিলাক উল্লেখ কৰা :

প্রশ্ন ১। খ্রীঃ পূঃ ৫০০ 

উত্তৰঃ পানিণীৰ দ্বাৰা সংস্কৃত ব্যাকৰণ ৰচনা । 

প্রশ্ন ২। খ্রীঃ পূঃ ৫০০-২৫০ 

উত্তৰঃ এই সময়ছােৱাৰ ভিতৰত ধর্ম সূত্ৰবােৰ লিখা হৈছিল । 

প্রশ্ন ৩। খ্রীঃ পূঃ ৫০০-১০০ 

উত্তৰঃ এই সময়ছােৱাৰ ভিতৰত পালি ভাষাত বৌদ্ধ সাহিত্য ৰচনা কৰা হৈছিল । 

প্রশ্ন ৪। খ্রীঃ পূঃ ৫০০-৪০০ 

উত্তৰঃ ৰামায়ণ আৰু মহাভাৰতৰ যুগ । 

প্রশ্ন ৫। খ্রীঃ পূঃ ২০০-২০০ খ্রীঃ পূঃ 

উত্তৰঃ মনুস্মৃতিৰ ৰচনা কাল । 

প্রশ্ন ৬। খ্রীঃ পূঃ ২০০ 

উত্তৰঃ সংস্কৃত ভাষাত পুৰাণবােৰ ৰচনা কৰিছিল । 

প্রশ্ন ৭ খ্রীঃ পূঃ ৩০০ 

উত্তৰঃ ভাৰতৰ নাট্যশাস্ত্ৰবােৰ ৰচনা কাল ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top