⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 History MCQ Chapter 1 হৰপ্পা সভ্যতা

Class 12 History MCQ Chapter 1 হৰপ্পা সভ্যতা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 1 হৰপ্পা সভ্যতা and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 1 হৰপ্পা সভ্যতা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 1

ক – অংশ: প্রত্নতত্ব, প্রাচীনভাৰতৰ স্থাপত্য, ভাস্কর্য আৰু অসম

১। কিমান খ্ৰীষ্টাব্দ  হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল?

(ক) ১৯১১ খ্ৰীষ্টাব্দ।

(খ) ১৯২২ খ্ৰীষ্টাব্দ।

(গ) ১৯৩৫ খ্ৰীষ্টাব্দ।

(ঘ) ১৯০৫ খ্ৰীষ্টাব্দ।

উত্তৰঃ (খ) ১৯২২ খ্ৰীষ্টাব্দ।

২।  সিন্ধু উপত্যকা সভ্যতাক কি বুলি জনা যায়।?

(ক) মৃত সভ্যতা।

(খ) প্ৰাচীন চহৰ।

(গ) “হৰপ্পা সভ্যতা”।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) “হৰপ্পা সভ্যতা”।

৩। হৰপ্পা আৰু মহেঞ্জোদাৰো বর্তমান কোনটো দেশত অৱস্থিত?

(ক) ভাৰত।

(খ) আফগানিস্তান।

(গ) পাকিস্তান।

(ঘ) নেপাল।

উত্তৰঃ (গ) পাকিস্তান।

৪। হৰপ্পা সভ্যতাৰ মূল ভিত্তি কি আছিল?

(ক) যাত্ৰা।

(খ) শিকাৰ।

(গ) শাসন।

(ঘ) কৃষি।

উত্তৰঃ (ঘ) কৃষি।

৫। মহেঞ্জোদাৰোতত কিমান শ পকী নাদ পোৱা আছিল?

(ক) ১০০ শ।

(খ) ২৫০ শ।

(গ) ৭০০ শ।

(ঘ) ৫০০ শ।

উত্তৰঃ (গ) ৭০০ শ।

৬। কিমান খৃঃ পূঃ বছৰৰ আগৰ মেছোপটেমিয়াৰ লিপিত মগান নামে ঠাইৰ পৰা তাম আমদানি কৰাৰ কথা উল্লেখ আছে?

(ক) ৪০০০ খৃঃ পূঃ বছৰৰ।

(খ) ২০০০ খৃঃ পূঃ বছৰৰ।

(গ) ১০০০ খৃঃ পূঃ বছৰৰ।

(ঘ) ৩০০০ খৃঃ পূঃ বছৰৰ।

উত্তৰঃ (ঘ) ৩০০০ খৃঃ পূঃ বছৰৰ।

৭। মহেঞ্জোদাৰোৰ নিচৰ অঞ্চলক কি বোলা হয়?

(ক) শাসন নগৰ।

(খ) নিম্ন নগৰ।

(গ) সভা নগৰ।

(ঘ) বাণিজ্য নগৰ।

উত্তৰঃ (খ) নিম্ন নগৰ।

৮। Archaeological Survey of India-ৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল কোন আছিল?

(ক) দয়ানন্দ সৰস্বতী।

(খ) এ. এল. বাশাম।

(গ) আলেকজাণ্ডাৰ কানিংহাম।

(ঘ) জন মার্শেল।

উত্তৰঃ (গ) আলেকজাণ্ডাৰ কানিংহাম।

৯। কানিংহামে পুৰাতত্ত্বীয় খনন কাৰ্য  কেতিয়া আৰম্ভ কৰিছিল?

(ক) ১৮শ শতিকাত।

(খ) ১৯শ শতিকাৰ আৰম্ভণিতে।

(গ) ২০শ শতিকাৰ শেষত।

(ঘ) ১৯শ শতিকাৰ মাজভাগত।

উত্তৰঃ (ঘ) ১৯শ শতিকাৰ মাজভাগত।

১০। কানিংহামে ভাৰতীয় ইতিহাসৰ আৰম্ভ কোনখন উপত্যকাত হৈছিল বুলি বিশ্বাস কৰিছিল?

(ক) সিন্ধু উপত্যকা।

(খ) গংগা উপত্যকা।

(গ) ব্রহ্মপুত্ৰ উপত্যকা।

(ঘ) গোদাবৰী উপত্যকা।

উত্তৰঃ (খ) গংগা উপত্যকা।

১১। কিমান খুঃৰ পৰা হৰপ্পাৰ পুৰাতাত্ত্বিক ক্ষেত্র সমূহৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত গুৰুত্বতা বৃদ্ধি পায়।

(ক) ১৯৮০ খুঃৰ।

(খ) ১৮৬০ খুঃৰ।

(গ) ১৭৫৯ খুঃৰ।

(ঘ) ১৪৬০ খুঃৰ।

উত্তৰঃ (ক) ১৯৮০ খুঃৰ।

১২। মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰৰ ঘৰবোৰ পোৰা আৰু ৰ’দত শুকোৱা কেইবিধ ইটাৰে নিৰ্মাণ কৰা হৈছিল?

(ক) তিনিবিধ।

(খ) দুইবিধ।

(গ) তিনিবিধ।

(ঘ) চাৰিবিধ।

উত্তৰঃ (খ) দুইবিধ।

১৩। পুৰাতত্ত্ববিদসকলে সিন্ধু সভ্যতাৰ সামাজিক ভিন্নতা জানিবলৈ কি অধ্যয়ন কৰিছিল?

(ক) নগৰ পৰিকল্পনা।

(খ) মৃৎপাত্ৰ।

(গ) শ সৎকাৰ পদ্ধতি।

(ঘ) কৃষি উপকৰণ।

উত্তৰঃ (গ) শ সৎকাৰ পদ্ধতি।

১৪। খননত উদ্ধাৰ হোৱা কবৰৰ সংখ্যা কিমান?

(ক) ৪৭টা।

(খ) ৬৭টা।

(গ) ৩৭টা।

(ঘ) ৫৭ টা।

উত্তৰঃ (ঘ) ৫৭ টা।

১৫। কিছুমান কবৰৰ গাঁত কিহেৰে নিৰ্মাণ কৰা হৈছিল?

(ক) কাঠেৰে।

(খ) ইটাৰে।

(গ) ধাতুৰে।

(ঘ) শিলৰে।

উত্তৰঃ (খ) ইটাৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top