⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য- সাংস্কৃতিক বিকাশ খৃঃপূঃ (৬০০-খৃঃ ৬০০)

Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য- সাংস্কৃতিক বিকাশ খৃঃপূঃ (৬০০-খৃঃ ৬০০) Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য- সাংস্কৃতিক বিকাশ খৃঃপূঃ (৬০০-খৃঃ ৬০০) and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য- সাংস্কৃতিক বিকাশ খৃঃপূঃ (৬০০-খৃঃ ৬০০)

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 4

ক – অংশ: প্রত্নতত্ব, প্রাচীনভাৰতৰ স্থাপত্য, ভাস্কর্য আৰু অসম

১। “স্তূপ” শব্দটো মূলত কোনটো ভাষাৰ পৰা আহৰণ কৰা হৈছে?

(ক) সংস্কৃত।

(খ) পালি।

(গ) প্ৰাকৃত।

(ঘ) তামিল।

উত্তৰঃ (খ) পালি।

২। স্তূপ মূলতে ক’ত নিৰ্মাণ কৰা হৈছিল?

(ক) যুদ্ধ ক্ষেত্ৰত।

(খ) ৰাজসভাত।

(গ) স্নানঘাটত।

(ঘ) বুদ্ধৰ ধাতু সংৰক্ষণৰ স্থানত।

উত্তৰঃ (ঘ) বুদ্ধৰ ধাতু সংৰক্ষণৰ স্থানত।

৩। কোন ৰজাৰ শাসনকালত বহুল সংখ্যক স্তূপ নিৰ্মাণ হৈছিল?

(ক) হর্ষবর্ধন।

(খ) চন্দ্ৰগুপ্ত মৌৰ্য।

(গ) অশোক।

(ঘ) সমুদ্রগুপ্ত।

উত্তৰঃ (গ) অশোক।

৪। তক্ষশিলাৰ স্তূপসমূহ কোন সময়ৰ অন্তৰ্গত?

(ক) গুপ্ত যুগ।

(খ) মৌৰ্য যুগ।

(গ) বৈদিক যুগ।

(ঘ) হর্ষবর্ধন যুগ।

উত্তৰ (খ) মৌৰ্য যুগ।

৫। গৌতম বুদ্ধৰ দেহাৱশেষ সংৰক্ষণৰ বাবে কি নিৰ্মাণ কৰা হৈছিল?

(ক) বিহাৰ।

(খ) স্তূপ।

(গ) মঠ।

(ঘ) স্তম্ভ।

উত্তৰঃ (খ) স্তূপ।

৬। মহাযান বৌদ্ধধৰ্মৰ বিকাশ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

(ক) খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ পৰা।

(খ) খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা।

(গ) খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা।

৭। প্রাচীন বৌদ্ধ শিক্ষাত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?

(ক) বোধিসত্ত্বৰ উপাসনা।

(খ) দিব্যজ্ঞান।

(গ) আত্মচেষ্টাৰ ওপৰত।

(ঘ) মূৰ্তি পূজাৰ ওপৰত।

উত্তৰঃ (গ) আত্মচেষ্টাৰ ওপৰত।

৮। ‘মহাযান’ শব্দৰ অৰ্থ কি?

(ক) সৰু বাহন।

(খ) ত্ৰাণ দান কৰা পথ।

(গ) ভক্তিৰ পথ।

(ঘ) মহান বাহন।

উত্তৰঃ (ঘ) মহান বাহন।

৯। হীনযান অনুসাৰীসকলে নিজকে কি বুলি কৈছিল?

(ক) থেৰাৱাদী।

(খ) শৈৱ।

(গ) মহাযানী।

(ঘ) গীতা-পন্থী।

উত্তৰঃ (ক) থেৰাৱাদী। 

১০। বৈষ্ণৱ ধৰ্মত কোন দেৱতাক মুখ্য দেৱতা হিচাপে পূজা কৰিছিল?

(ক) শিৱ।

(খ) বিষ্ণু।

(গ) সূৰ্য।

(ঘ) ব্ৰহ্মা।

উত্তৰঃ (খ) বিষ্ণু।

১১। শৈৱ ধৰ্মৰ মুখ্য দেৱতা আছিল –

(ক) বিষ্ণু।

(খ) গণেশ।

(গ) ব্ৰহ্মা।

(ঘ) শিৱ।

উত্তৰঃ (ঘ) শিৱ।

১২। মন্দিৰ গৃহৰ কেন্দ্ৰীয় কোঠাটোক কি বোলা হয়?

(ক) তোৰণ।

(খ) সভামণ্ডপ।

(গ) গর্ভগৃহ।

(ঘ) ওখ শিখৰ।

উত্তৰঃ (গ) গর্ভগৃহ।

১৩। শিৱৰ প্ৰতীক হিচাপে কি ব্যৱহাৰ কৰা হয়?

(ক) পদ্ম।

(খ) লিংগ।

(গ) চক্ৰ।

(ঘ) ধনু।

উত্তৰঃ (খ) লিংগ।

১৪। স্তূপ কি?

(ক) মন্দিৰ।

(খ) স্তুতি গীত।

(গ) পূণ্যৰ স্মাৰক ভৱন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পূণ্যৰ স্মাৰক ভৱন।

১৫। অশোকে কিমান সংখ্যক স্তূপ পুনৰ নির্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়?

(ক) ৪ সংখ্যক।

(খ) ১৬ সংখ্যক।

(গ) ১০,০০০ সংখ্যক।

(ঘ) ৮৪,০০০ সংখ্যক।

উত্তৰঃ (ঘ) ৮৪,০০০ সংখ্যক। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top